Daily Time Axom

নলবাৰীৰ “নপ্তিপাৰা সত্ৰ”ত “উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক নপ্তিপাৰা…

আয়তিৰ মঙ্গল উৰুলি আৰু হৰিধ্বনিৰ মাজত উৎসৱমুখৰ পৰিৱেশত অধিৱেশনৰ লাইখুঁটা স্থাপন! নলবাৰী জিলাৰ নপ্তিপাৰাত "উত্তৰ পূব ভাৰত হৰিদেৱ সংঘ"ৰ ৪৭ সংখ্যক অধিৱেশনখন নপ্তিপাৰাস্থিত "বাসুদেৱ ক্ষেত্ৰ,নপ্তিপাৰা সত্ৰ"ত অহা ১৫,১৬ আৰু ১৭ মাৰ্চ ২০২৪ ইংৰাজী…

নাৰায়নপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুতি সভা

টিহু সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ হাইস্কুলৰ প্ৰাংগনত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শিক্ষক-শিক্ষয়ত্ৰী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী‌ লগতে সকলকৰ উপস্থিতিত এখন প্ৰস্তুতি সভা আয়োজন কৰা হয় । ১৯৮৬ চনতে প্ৰতিষ্ঠিত হোৱা নাৰায়নপুৰ হাইস্কুল ২৫ বছৰ…

বৰনগৰ মহাবিদ্যালয়ত ফাতেহা-ই-দোৱাজ-দাহম উদযাপন

কোৰান তেলায়েত প্ৰতিযোগিতাত প্ৰথম স্থান বুলবুল হাছানে লাভ কৰে। আজি নামনি অসমৰ বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত ফাতেহা-ই-দোৱাজ-দাহম উদযাপন কৰে,পুৱা ৮ বজাত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ পতাকা উত্তোলন কৰে,৮ বাজি…

মাদ্ৰাছা দাৰুল হাদিছত বিদায়ী সভা

দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত হিৰাপাৰা মাদ্ৰাছা দাৰুল হাদিছত প্ৰত্যেক বছৰৰ দৰে এই বছৰো আজি তাহাজিবুল বায়ানৰ উদ্যোগত ৰাতিপুৱা ৯ বজাৰ পৰা বিভিন্ন শিক্ষামূলক প্ৰতিযোগিতা আৰু কোৰান হাদিছৰ তাকৰীৰসহ দিনজোৰা কাৰ্যসূচীৰে মাদ্ৰাছা প্ৰাঙ্গনত আখেৰী…

মৈৰাবাৰীত ব্ৰহ্মপুত্ৰৰ বান্ধ নিৰ্মাণৰ বাবে ব্যৱহাৰ হ’ব লগা বালি চুৰি কৰি ৰাতিৰ ভাগত বিক্ৰী!

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত অবাধে চলিছে বালি চুৰিৰ ঘটনা। নিশাৰ আন্ধাৰত চলে ব্ৰহ্মপুত্ৰৰ বালি চুৰি। যোৱা বছৰ মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ব্ৰহ্মপুত্ৰৰ নদী কাষৰীয়া অঞ্চল ভজাখাইতি আৰু বৰচাপৰিত উপস্থিত…

নাৰায়নপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুতি সভা ।

টিহু সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ হাইস্কুলৰ প্ৰাংগনত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শিক্ষক-শিক্ষয়ত্ৰী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী‌ লগতে সকলৰ উপস্থিতিত এখন প্ৰস্তুতি সভা আয়োজন কৰা হয় । ১৯৮৬ চনতে প্ৰতিষ্ঠিত হোৱা নাৰায়নপুৰ হাইস্কুল ২৫ বছৰ…

কচুৱাৰ জুৰিৰপাৰত অগপৰ জেষ্ঠ নেতা বিষ্ণু দাসক সম্বৰ্ধনা

নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ আঞ্চলিক কমিটিৰ উদোগত সম্বর্ধনা সভা। অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি তথা ৰহা সমষ্টিৰ তত্ত্বাৱধায়ক বিষ্ণু দাসক এই সম্বর্ধনা । অসমীয়া ফুলাম গামোচা আৰু জাপিৰে বিশেষ সম্বৰ্ধনা জনাই বিষ্ণু দাসক। ৰহা…

তামুলপুৰৰ পাটকিজুলিত অখণ্ড হৰিনাম কীৰ্ত্তন মহোৎসৱ

তামুলপুৰ জিলাৰ পাটকিজুলিৰ আদিবাসী সমাজৰ উদ্যোগত আৰু সনাতন খেৰাৱড় সংঘৰ সৌজন্যত ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা অখণ্ড হৰিনাম কীৰ্ত্তন মহোৎসৱ আয়োজন কৰা হয় ৷ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মুখ্যদ্বাৰ উন্মোচন ,বন্তি প্ৰজ্বলন ,সন্ধিয়া আৰতি, বন্তি…

বৰপথাৰত ৭০০ৰো অধিক লোকৰ বিজেপিত যোগদান

সৰুপথাৰ বিধানসভা সমষ্টিত আজি বিজেপিৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। সমষ্টিটোৰ বৰপথাৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা, কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদৰ ৰাজ্যিক তথা জিলা পৰ্যায়ৰ…

হোজাইৰ লামডিং সমষ্টিৰ অন্তৰ্গত খিলঞ্জীয়া লোকক মিছন বসুন্ধৰা ২.০ অভিযানৰ আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা…

খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ লক্ষ্যৰে আৰম্ভ হোৱা মিছন বসুন্ধৰা ২.০ অভিযানৰ অংশ হিচাপে আজি অসম চৰকাৰৰ পৰিবহণ, আবকাৰী আৰু মীন ইত্যাদি বিভাগৰ মন্ত্ৰী পৰিমল শুল্কবৈদ্যই লামডিং বিধানসভা সমষ্টিৰ মুঠ 1767 গৰাকী হিতাধিকাৰীক…