Daily Time Axom

আই নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বাশবাৰীত আই নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে এআইইউডিএফৰ সভাপতি বদৰ উদ্দিন আজমলে ।খহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাংসদ বদৰউদ্দিন আজমলে স্হানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।…

বৰনগৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগৰ উদ্যোগত প্ৰাক্তন অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তীক বিদায়…

বৰপেটা জিলাৰ বৰনগৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগৰ উদ্যোগত-শুকুৰবাৰে মহাবিদ্যালয়খনত এখনি বিদায় সভা অনুষ্ঠিত কৰে,এই বিদায় সভাৰ জৰিয়তে ২০২৩ চনৰ ৩১ ডিচেম্বৰ তাৰিখে অৱসৰগ্ৰহণ কৰা প্ৰাক্তন অধ্যক্ষ ড° বীৰেণ কুমাৰ চক্ৰৱৰ্ত্তীক বিদায় সম্বৰ্ধনা…

জুৰীয়াৰ আলিটাঙনীত ভয়ংকৰ অগ্নিকাণ্ড

আলিটাঙনীৰ অৱসৰপ্ৰাপ্ত শিক্ষক এ কে ফজলুল হকৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় ঘৰৰ সকলো বয়-বস্তু। প্ৰায় দুই লাখ টকাৰ সা -সামগ্ৰী জুইত জাহ যায়। স্থানীয় ৰাইজ আৰু জুৰীয়া অগ্নি নিৰ্বাপক বাহিনীয়ে জুই…

মৈৰাবাৰী আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

মৈৰাবাৰী আৰক্ষীয়ে পুনৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন কুখ্যাত ড্ৰাগছ আৰু কফ চিৰাপ ব্যৱসায়ীক। পূৰ্বেও একেই অপৰাধত গ্ৰেপ্তাৰ হৈ ৰঙা ঘৰৰ আলহী হোৱা ড্ৰাগছ ব্যৱসায়ীটোৰ নাম শ্বৰীফ উদ্দীন। ধৃত শ্বৰীফ উদ্দীনৰ পৰা আৰক্ষীয়ে ১২ টা নিষিদ্ধ কফ চিৰাপ,১৬…

আপুনি বাৰু এখন গাড়ী কিনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি?

আপুনি বাৰু এখন গাড়ী কিনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে দেৰি কিহৰ, আজিয়েই আপুনি 100 টকাত ক্ৰয় কৰক লক্ষীমপুৰ পানীগাঁৱৰ উপহাৰ কুপনৰ টিকট।কাৰণ খেল পৰিচালনা কমিটিয়ে নিবনুৱা সকলৰ সুবিধা হোৱাকৈ ব্যৱসায় কৰিব পৰাকৈ দিছে বহুত…

মাকাচৰৰ কুকুৰমাৰাত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী-আটক এজন

পুনৰ ড্ৰাগচৰ বিৰুদ্ধে কুকুৰমাৰাত মানকাচৰ আৰক্ষীৰ অভিযান। মানকাচৰ আৰক্ষীয়ে অভিযামত জব্দ কৰে ২২৮০ টা নিচাজাতীয় টেবলেট আৰু ১২৭ টা কপ চিৰাপ । ধাৰাকোবা গাওঁৰ পৰা কুকুৰমাৰা অভিমুখে আহি থকা অবস্থাত আৰক্ষীয়ে আটক কৰে AS15 AC 0945 নম্বৰৰ টেম্পু…

নামনী অসমৰ প্ৰতিটো জিলাৰ চুকে কোনে সুখ শান্তি আৰু মংগল বিচাৰি উঠিছে পালনাম অনুষ্ঠিত কৰাৰ ধুম:…

নামনী অসমত এতিয়া ৰাইজে সুখ-শান্তি আৰু উন্নয়ন বিচাৰিছে। যাৰ ফলত প্ৰতিটো জিলাৰ চুকে কোনে থকা মঠ- মন্দিৰ, নামঘৰ সত্ৰ আদিত পালনাম অনুষ্ঠিত কৰাৰ ধুম উঠিছে। একেদৰে বঙাইগাঁও জিলাৰ প্ৰতিটো গাঁও চুকে কোনে এই কেইদিন পালনাম অনুষ্ঠিত কৰা পৰিলক্ষিত…

কামৰূপ জিলা শিক্ষা খণ্ডত উদ্যোগত মান্দাকাটা খ মণ্ডল কেন্দ্ৰৰ সৌজন্যত বছেৰেকীয়া সামূহিক সম্বৰ্ধনা…

কামৰূপ জিলাৰ বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মান্দাকাটা বাগান প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কামৰূপ জিলা শিক্ষা খণ্ডত উদ্যোগত মান্দাকাটা খ মণ্ডল কেন্দ্ৰৰ সৌজন্যত বছেৰেকীয়া সামূহিক উৎসৱ পালন কৰা হয়। সামূহিক উৎসৱৰ লগত সংগতি ৰাখি এখন মুকলি সভা…

বিলাসীপাৰা আৰক্ষীৰ এক বৃহৎ সফলতা

বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰি জনকৈ জুৱাৰীসহ নগত ধন আৰু জুৱাৰী সামগ্ৰী। গোপন সূত্ৰৰ পমখেদি বিলাসীপাৰা আৰক্ষীয়ে বাতাপাৰা ওৱাড নং ২ ত অভিযান চলাই এক অভিযান এই অভিযান চলাই আটক কৰে চাৰিগৰাকী জুৱাৰীক। জুৱাৰী কেইটা ক্ৰমে কাশেম…

বিলাসীপাৰা আৰক্ষীৰ এক বৃহৎ সফলতা

নিশা বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰি জনকৈ জুৱাৰীসহ নগত ধন আৰু জুৱাৰী সামগ্ৰী। গোপন সূত্ৰৰ পমখেদি বিলাসীপাৰা আৰক্ষীয়ে বাতাপাৰা ওৱাড নং ২ ত অভিযান চলাই এক অভিযান এই অভিযান চলাই আটক কৰে চাৰি গৰাকী জুৱাৰীক। জুৱাৰী কেইটা ক্ৰমে…