মুকালমুৱাৰ পশ্চিম কাজিয়া চৰত চৰকাৰী বিদ্যালয়ত চুৰিকাণ্ড
নলবাৰী জিলাৰ মুকালমুৱাৰ চৰাঞ্চলত চৰকাৰী বিদ্যালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়।গৰাখহনীয়াৰ কবলত পৰি কেইবাৰো স্থানান্তৰিত হোৱা বিদ্যালয়খনত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ পশ্চিম কাজিয়া প্ৰাথমিক বিদ্যালয়ত…
কচুৱাত দুগৰাকী বিধায়কৰ উপস্থিতিত এ আই ইউ ডি এফ দলৰ ৰাজহুৱা সভা
সমাগত ৰাজ্যত লোক সভা নিৰ্বাচন। লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্রায় প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্রচাৰ। পিছ পৰি থকা নাই এ আই ইউ ডি এফ দলেও। গাঁৱে ভূঁঞে, জনসভাত অংশ গ্ৰহণ কৰি চলাইছে প্ৰচাৰ। সমান্তৰালকৈ নগাঁও লোক সভা সমষ্টিৰ…
বৰনগৰ মহাবিদ্যালয়ত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদ্যাপন
আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস,অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ বৰনগৰ মহাবিদ্যালয়ত বৰনগৰ মহাবিদ্যালয় কোচ ৰাজবংশী ষ্টুডেণ্টছ এছোছিয়েশ্যনৰ উদ্যোগত ৫১৪ সংখ্যক বিশ্বমহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদ্যাপন কৰে,বিভিন্ন…
তামুলপুৰৰ চেচাঁপানীত ১১৫তম মাঘী পূৰ্ণিমা কাৰ্যসূচীত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ
তামুলপুৰৰ চেচাঁপানীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১১৫ সংখ্যক মাঘী পূৰ্ণিমা আৰু ১৬ সংখ্যক স্বৰুভ স্থিতি প্ৰছাৰ ছংছদৰ অধিবেশনৰ আজি দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ…
বৰক্ষেত্ৰীত অগপৰ নিৰ্বাচনী ৰণডংকা
বৰক্ষেত্ৰীত অগপৰ নৱগঠিত "বিধানসভা সমষ্টি সমিতি"ৰ কাৰ্যকৰী সদস্যবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে অগপৰ "বৰক্ষেত্ৰী মহিলা বিধানসভা সমষ্টি সমিতি"গঠন!
আগন্তুক লোকসভা নিৰ্বাচনক লৈ যেন তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ব্যতিক্ৰম নহয় অসম গণ পৰিষদ দলটোও।…
২৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হ’ল কৃষকৰ দিল্লী চালো অভিযান
২৯ ফেব্ৰুৱাৰীৰ পৰা নতুনকৈ আৰম্ভ হ’ব কৃষকৰ আন্দোলন। ইউনাইটেড কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই প্ৰতিবাদকাৰী কৃষকৰ তালিকা প্ৰস্তুত কৰা হ’ব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পিছত নতুন পৰিকল্পনা কৰি এই আন্দোলনক আগুৱাই লৈ যাব। এতিয়াৰ বাবে সকলো কৃষক…
শান্তিৰ নোবেল বঁটাৰ বাবে ইলন মাস্কক কোনে মনোনীত কৰিছে
ইলন মাস্কক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্ৰেইনৰ পক্ষ লোৱাৰ বাবে নৰৱেৰ সাংসদ মাৰিউছ নিলছনে মাস্কৰ নাম মনোনীত কৰে। তেওঁ কয় যে মাস্কে সমগ্ৰ বিশ্বতে আলোচনা আৰু মুক্ত চিন্তাৰ বাবে যুঁজি আছে। যেতিয়া…
উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, ১৫ তীৰ্থযাত্ৰীৰ মৃত্যু
উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেক্টৰেৰে কাশগঞ্জ অভিমুখে গৈ আছিল এদল তীৰ্থযাত্ৰী। ইয়াৰ পিছতে ট্ৰেক্টৰখন নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰি যায়। ইতিমধ্যে এই ঘটনাৰ বাবে ১৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে সাতগৰাকী শিশু আৰু মহিলা। সকলো তীৰ্থযাত্ৰী…
অসমৰ সকলো জনগোষ্ঠীকে জনজাতীৰ ময্যদা দিব লাগেঃপৰমানন্দ ৰাজবংশী
পূৰ্বৰ জনজাতীয় সকলে মৰ্যদা পোৱাৰ উপৰিও সকলো জনগোষ্ঠীকে জনজাতীয় ময্যদা দিয়া উচিত । অসমলৈ অহা পুৰুষ সকলে স্থানীয় জনজাতীয় মহিলাৰ সতেবিবাহ পাশত আবদ্ধ হৈছিল । অসমলৈ পুৰুষ লোকসকলহে আহিছিলঃ আমিনগাঁৱত ৫১৪তম চিলাৰায় দিবসত এই মন্তব্য বিধায়ক ড০…
মৈৰাবাৰী আৰক্ষীৰ জালত চাৰি সুদখোৰ
সমগ্ৰ অসমজুৰি সুদখোৰৰ বিৰুদ্ধে চলিছে মাৰাথন অভিযান।
যোৱা নিশা মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা পৃথকে পৃথকে অভিযান চলাই চাৰিজনকৈ সুদখোৰক আটক কৰিবলৈ সক্ষম হয়।
সুদখোৰ চাৰিজন হল- ফকৰ উদ্দীন, আব্দুল মোতালেব, দিলদাৰ হুছেইন, আৰু…