Daily Time Axom

বলিউড অভিনেতা Sonu Soodৰ মহানুভৱতা, আৰ্তজনৰ দেৱদূত

ডিজিটেল ডেস্কঃ কৰোণাৰ বিভীষিকাময় পৰিস্থিতিত বলিউড অভিনেতা Sonu Sood আৰ্তজনৰ কাৰণে দেৱদূত হৈ পৰিছে। তেখেতে কৰোণা প্ৰভাৱিত লোকসকলক অহৰহ সহায়ৰ হাত আগবঢ়াই আহিছে। লকডাউনৰ সময়ছোৱাত তেখেতে বহু হাজাৰ লোকলৈ পইচা, খাদ্য আৰু বহু প্ৰয়োজনীয়

বিমান অৱতৰণৰ বাবে ৰূপসী বিমান বন্দৰ সম্পূৰ্ণৰূপে সাজু

ডিজিটেল ডেস্কঃ ৰূপসী বিমান বন্দৰটো বিমান অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে আৰু বিমান বন্দৰটোত প্ৰয়োজনীয় সম্পদৰো ব্যৱস্থা কৰা হৈছে। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশে পৰহি গুৱাহাটীত

৭৪ বছৰত ভৰি দিলে ছোনীয়া গান্ধীয়ে

ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ আজি ৭৪ সংখ্যক জন্ম দিন। উল্লেখ্য যে, সুদক্ষ ৰাজনীতি বিদ গৰাকীয়ে কভিদ19 সৃষ্ট পৰিৱেশ আৰু কৃষক আন্দোলনৰ সমৰ্থনত এইবাৰৰ জন্ম দিন উদযাপনৰ পৰা বিৰত আছে । অৱশ্যে দেশৰ প্ৰধান মন্ত্ৰী

কংগনা ৰাণাৱতৰ ভাৰত বন্ধৰ বিৰোধিতা, টুইটাৰত কি লিখিলে কংগনা ৰাণাৱতে ?

ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱতে দেশৰ প্ৰায়বোৰ বিষয়ত নিজৰ মতামত ৰাখি আহিছে। মঙ্গলবাৰৰ ভাৰত বন্ধ সম্বন্ধেও তেখেতে আগবঢ়াইছে নিজা মতামত। কংগনাই সদগুৰু জগ্গী বসুদেৱৰ এটা ভিডিঅ' টুইটাৰত শ্বেয়াৰ কৰি ভাৰতবন্ধ সম্বন্ধে নিজা মতামত আগবঢ়াইছে। বিগত

চকলেটৰ চমৎকাৰী উপকাৰীতা

ডিজিটেল ডেস্কঃ আপুনি মই সকলোৱে চকলেটৰ জুতি লৈ ভাল পাওঁ। কিন্তু আপুনি হয়তো নাজানে এই চকলেট স্বাস্থ্য ৰ বাবে কিমান উপকাৰী। শেষতীয়াকৈ চকলেটৰ ওপৰত কৰা এক পৰীক্ষাত এয়া নিশ্চিত হৈছে যে নিয়মিত নিদিষ্ট পৰিমাণে চকলেট খালে দেহত কলেষ্টেৰলৰ পৰিমাণ

পুনৰ উত্তপ্ত ভাৰত চীন সীমান্ত ,অৰুণাচলৰ সীমান্তত চীনে নিৰ্মান কৰিলে তিনিখন কৈ গাঁও

ডিজিটেল ডেস্কঃ শেষতিয়াকৈ চেটেলাইট ধৰা পৰিছে ভাৰত-চীন সীমান্তত চীনে পুনৰ ভাৰত, ভূটান আৰু উত্তৰ অৰুণাচল সীমান্তত তিনিখনকৈ গাঁও নিৰ্মান কৰা তথ্য । প্ৰায় ৫ কিলোমিটাৰ বোম লা পাছ ৰ নিকৰ্টৱৰ্তী অঞ্চলত চীনে পুনৰ চলালে আগ্ৰাসন ।নতুনকৈ চেটেলাইট ইমেজ

পঞ্চম বাৰৰ আলোচনাতো কোনো সমাধান নোলাল কৃষক আন্দোলনৰ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত কৃষি আইনৰ বিৰোধিতাৰে কৃষকসকলৰ আন্দোলন বৰ্তমানেও অব্যাহত আছে। ৫ ডিচেম্বৰ‌ তাৰিখে কৃষি আইন সম্পৰ্কত দিল্লীৰ বিজ্ঞান ভৱনত চৰকাৰে কৃষকসকলৰ সৈতে পঞ্চম বাৰৰ বাবে আলোচনাত মিলিত হয়।৪০ টা কৃষক

গীতাঞ্জলি ৰাওক “KID OF THE YEAR” 2020 খিতাপ প্ৰদান টাইম মেগাজিনৰ

ডিজিটেল ডেস্কঃ টাইম মেগাজিনে প্ৰথমবাৰৰ বাবে কোনো শিশুক ''KID OF THE YEAR" খিতাপেৰে বিভূষিত কৰে। ভাৰতীয় মূলৰ আমেৰিকাৰ নাগৰিক গীতাঞ্জলি ৰাও ক ২০২০ চনৰ "KID OF THE YEAR" নিৰ্বাচন কৰে টাইম মেগাজিনে। উদীয়মান বৈজ্ঞানিক আৰু উদ্ভাৱক হিচাপে

তিমিৰ বমিত কোটিপটি মাছমৰীয়া

ডিজিটেল ডেস্কঃ নিশাটোৰ ভিতৰতেই সলনি হৈ পৰিল মাছ মাৰি জীৱন নিৰ্বাহ কৰা থাইলেণ্ডৰ মাছমৰীয়া নাৰিছৰ জীৱন। তিমি মাছৰ বমিয়ে সলাই দিলে নাৰিছৰ ভাগ্য । অকল্পনীয়ভাৱে তিমিৰ বমিৰ পৰা ওলাল ২৫ কোটি টকাৰ 'আম্বাৰগ্ৰীছ'ৰ টুকুৰা। ১০০কিলোগ্ৰাম ওজনৰ এই

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম বৰপথাৰৰ সৌৰভ দাস

ডিজিটেল ডেস্কঃ প্ৰথমতে অসম বুক অফ ৰেকৰ্ডছ আৰু পৰবৰ্তী পৰ্যায়ত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমা আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া হলৌখোৱা গাঁৱৰ যুৱক সৌৰভ দাসে । গছৰ পাতেৰে এখন সুধাকণ্ঠ ভূপেন