Daily Time Axom

ভাং নিচা নহয়, এতিয়াৰে পৰা ঔষধ ।

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ভাঙক ঔষধ হিচাপে ব্যৱহাৰ কৰা হ'ব । নিচাযুক্ত দ্ৰব্য তালিকাৰ পৰা ভাঙক আঁতৰ কৰিলে ৰাষ্ট্ৰসংঘৰ নাৰ্কটিক্স ড্ৰাগছ কমিচনে । বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা আবেদনৰ ভিত্তিত সংযুক্ত ৰাষ্ট্ৰসংঘই এই মান্যতা প্ৰদান কৰিলে । ২৭

অধিক কঠোৰ জ’ বাইডেন। বিপদত পাকিস্তান

ডিজিটেল ডেস্কঃ ভাৰতৰ চিৰবৈৰী পাকিস্তানে সদায় ভাৰতক বিৰোধীতা কৰি আহিছে। কিছুদিন আগতে লাডাখত ভাৰতৰ আৰু চীনৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত আন্তঃৰাষ্ট্ৰীয় মহলত মুখ থেকেচা খোৱাত চতুৰ চীনে পাকিস্তানক ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। বিগত

পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে উভতাই দিব পদ্মভূষণ সন্মান

জিজিটেল সংবাদঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত কৃষি আইনৰ বিৰুধিতাৰে কৃষকসকলৰ আন্দোলন অব্যাহত আছে। ইয়াৰ মাজতে পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ এক সিদ্ধান্তই চৰ্চা লাভ কৰিছে। কৃষি আইনৰ প্ৰতিবাদ জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী

গুৱাহাটীত আৰ এছ এছ মুৰব্বী মোহন ভাগৱত

জিজিটেল সংবাদঃ আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে ৪ দিনীয়া বিশেষ কাৰ্য্যসুচী বাবে অসমলৈ আহিছে । তেওঁ মাঁলিগাৱৰ নিকটৱৰ্তী আদিমগিৰী পাহাৰৰ আশ্ৰমত থকাৰ কথা জানিব পৰা গৈছে। বিশেষ সূত্ৰ অনুসৰি তেওঁ এই ভ্ৰমণসূচীত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ

নুমলীগড়ত একশৰণ ভাগৱতী সমাজৰ ৪৮ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি

জিজিটেল সংবাদঃ একশৰণ ভাগৱতী সমাজ, অসমৰ প্ৰতিষ্ঠা দিৱস প্ৰতিবছৰে ৰংবঙৰ মহাপুৰুষীয়া পালনাম থানত অনুষ্ঠিত কৰি আহিছে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰো নুমলীগড়ৰ ৰংবঙৰ চাৰিদিনীয়া কাৰ্যসূচীৰে পালনামৰ আয়োজন কৰিছে । অহা ৬,৭,৮আৰু ৯

গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ বৃহৎ সমাবেশ । মুখপত্ৰ ” আলোড়ন ” উন্মোচন

ডিজিটেল ডেস্কঃ গোলাঘাট নুমলীগড় শোধনাগাৰৰ বহু প্ৰত্যাশিত প্ৰকল্প সম্প্ৰসাৰণৰ প্ৰাকমুহূৰ্তত বৃহস্পতি বাৰে অনুষ্ঠিত নুমলীগড়ত গোলাঘাট জিলা কাৰিকৰী নিবনুৱাৰ সমাবেশে বিশেষ তাৎপৰ্য বহন কৰিছে। গোলাঘাট জিলাৰ ৫ শতাধিক কাৰিকৰী নিবনুৱাৰ উপস্থিতিত

জনপ্ৰিয় মছলা কোম্পানী MDH ৰ স্বতাধিকাৰী ধৰ্মপাল গুলাটীৰ মৃত্যু

ডিজিটেল ডেস্কঃ কিছু দিন আগলৈকে বিজ্ঞাপনৰ জগত খনৰ চিৰপৰিচিত মছলা এটা ব্ৰেণ্ড MDH ৰ এডত ওলোৱা সেই জনপ্ৰিয় বৃদ্ধ মূখ খন আৰু আপোনালোকে দেখা নাপাব। কাৰণ MDH মছলাৰ মালিক আৰু ব্ৰেড এম্বেচেদৰ ধৰ্ম পাল গুলাটীৰ জয়পুৰৰ মাতা চন্দন দেৱী হাস্পতালত ৩

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ উত্তেজনাপূৰ্ণ এদিনীয়াত খেলৰ মাজতেই প্ৰেম নিবেদন ৷

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ লগত ভাৰত পৰাজিত হ'লেও পৰাজিত নহ'ল দ্বিপেন মণ্ডালিয়া । সম্প্ৰতি ভাৰতীয় ক্ৰিকেট টীম অষ্ট্ৰেলিয়াৰ সৈতে চলি থকা টুৰ্ণামেন্টত ব্যস্ত। শেহতীয়াকৈ দুখনকৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অষ্ট্ৰেলিয়াৰ হাতত

ডিব্ৰুগড়ত আন্তৰ্জাতিক মানদণ্ডৰ মিউজিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ডিজিটেল ডেস্কঃ অসম দিৱসৰ দিনা ডিব্ৰুগড়ত মুকলি হল আন্তৰ্জাতিক মানদণ্ডৰ মিউজিয়াম । বুধবাৰে মুঠ ৩.৪৩কোটি টকা ব্যয়সাপেক্ষে সংগ্ৰাহলয়টো নিৰ্মাণ কৰি উলিওৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে । মূৰ্ত্ত-বিমূৰ্ত্ত ঐতিহ্য, সংস্কৃতি,

চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বাৰ্ষিক বগীনদী অধিবেশনৰ প্ৰস্তুতি আৰম্ভ।

ডিজিটেল ডেস্কঃ আগন্তুক ২৭,২৮,২৯ আৰু৩০ জানুৱাৰীত অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বাৰ্ষিক বগীনদী অধিবেশন অনুষ্ঠিত হব । লক্ষীমপুৰ লক্ষ্মীনাৰায়ন ক্ষেত্ৰ বগীনদীত অনুষ্ঠিত হব লগা