অৱশেষত ন্যায় পালে কংগনা ৰাণাৱটে
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটৰ মুম্বাইস্থিত কাৰ্যালয় ৯ ছেপ্তেম্বৰত মুম্বাই পৌৰ নিগমে ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিতৰ্কৰ সুত্ৰপাত হৈছিল । এই কাৰ্য্যৰ সম্পূৰ্ণ বিৰোধীতা কৰি!-->!-->!-->…
১ ডিচেম্বৰত মুম্বাইত বিয়া পাতিব আদিত্য আৰু শ্বেতাই
ডিজিটেল ডেস্কঃ নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক ছ'চিয়েল মেডিয়াত এসময়ত বহুচৰ্চিত আছিল। কিন্তু এই সম্পৰ্কৰ কথা নেহাই মিছা বুলি প্ৰমাণ কৰি গায়ক ৰোহন প্ৰিত সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। নেহা আৰু ৰোহনৰ বিয়াৰ পিছতে!-->…
বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক প্ৰদান কৰা হব ২০২০ বৰ্ষৰ ছ্যু-কা-ফা বঁটা
২ ডিচেম্বৰৰ অসম দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক প্ৰদান কৰা হব ২০২০ বৰ্ষৰ ছ্যু-কা-ফা বঁটা । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ে সমাজ গঢ়াৰ ক্ষেত্ৰত বৰঙনি আগৱঢ়াই অহা এগৰাকী বিশিষ্ট ব্যক্তিক ২০১১ চনৰ প্ৰতি তিনি বছৰৰ!-->…
ফুটবলৰ কিংম্বদন্তি ডিয়েগ’ মাৰাডোনাৰ মৃত্যু। শোকস্তব্ধ বিশ্বৰ ফুটবল অনুৰাগী
বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ ডিয়েগ' মাৰাডোনাৰ বুধবাৰে আৰ্জেণ্টিনাত ৬০ বছৰ বয়সত মৃত্যু হোৱাৰ লগে লগেই অন্ত পৰে ফুটবলৰ এক স্বৰ্নিল অধ্যায়ৰ। প্ৰাপ্ত খবৰ অনুসৰি মৃত্যুৰ পাছতেই তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় কাছা ৰ'চাদালৈ য'ত তেওঁক শেষ শ্ৰদ্ধাঞ্জলি!-->…
এতিয়াও ভাৰতত শেষ হোৱা নাই ক’ৰণাৰ সন্ত্ৰাস
ডিজিটেল ডেস্কঃ পুনৰ মূৰদাঙি উঠিছে ভাৰতবৰ্ষত ক'ৰণা মহামাৰীয়ে। দেশত সোমবাৰে বিগত ২৪ ঘন্টাত ৪৪,০৫৯ জন নতুনকৈ ক'ৰণা ৰোগী ধৰা পৰিছে। বৰ্তমান এই নতুন ধৰা পৰা ৰোগীসকলকলৈ কৰ'ণাৰ মুঠ সংক্ৰমিত সংখ্যা চুলেগৈ ৯১,৩৯,৮৬৬ । ইয়াৰে ভিতৰত ৫১১ জন লোকৰ মৃত্যু!-->…
জনপ্ৰিয় কমেডিয়ান ভাৰতী সিংৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ অভিযোগ
ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে NCB য়ে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বানিয়াৰ ওপৰত ড্ৰাগছ সেৱনৰ অভিযোগ উত্থাপিত হৈছে। শনিবাৰে পুৱাই উক্ত অভিযোগৰ ভিত্তিতে ভাৰতী আৰু হৰ্ষৰ মুম্বাই!-->…
আজিৰে পৰা আৰম্ভ ISL 2020
ফুটবল প্ৰেমী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই থকা ভাৰতৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা India super League 2020 ৰ সপ্তম সংস্কৰণ আজিৰে পৰা গুৱাত অনুষ্ঠিত হব । ISL ৰ আজি প্ৰথমখন খেল Kerela Blasters বনাম ATK Mohun Baganৰ মাজত সন্ধ্যা ৭.৩০বজাত গুৱাৰ জি!-->…
অচিৰেই বন্ধ হব দিল্লী আৰু মুম্বাইৰ মাজৰ ৰেলসেৱা আৰু বিমান সেৱা
ডিজিটেল ডেস্কঃ দিল্লীত পুনৰ ব্যাপক ৰূপ ধাৰণ কৰিছে কৰণা ভাইৰাচে। নতুন ক'ৰনাৰোগী সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। বিগত ২৪ ঘন্টাত প্ৰায় ৮০০০ লোকৰ দেহত ক'ৰনাভাইৰাচৰ উপস্থিতি পোৱাৰ লগতে ৫৮ জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।
শেষতীয়া খবৰ!-->!-->!-->!-->!-->…
ডo সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুত থাকিব নে ?
ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাত ভৱিষ্যতে ডo সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যক দেখিবলৈ পোৱা যাব নে নাযাব তাকে লৈ ইতিমধ্যে সৰৱ চৰ্চা আৰম্ভ হৈছে। উল্লেখযোগ্য যে ইতিপূৰ্বে এইবাৰৰ দুলীয়াজান অধিৱেশনত আছুৰ পৰা অব্যাহতি লোৱাৰ কথা সংবাদ মাধ্যমৰ!-->…
UK ত ২০৩৫চনৰ ভিতৰত নিষিদ্ধ হব পেট্ৰল আৰু ডিজেল চালিত বাহন
ডিজিটেল ডেস্কঃ UKৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। যি সিদ্ধান্ত অনুসৰি ২০৩০ৰ পৰা ২০৪০ চনৰ ভিতৰত সম্পূৰ্ণ নিষিদ্ধ হব পেট্ৰল আৰু ডিজেল চালিত বাহন। বৰ্তমান হোৱা প্ৰদূষণৰ বাবে প্ৰধানমন্ত্ৰী জনৰ!-->…