এতিয়াৰে পৰা পেঞ্চনাৰে দিব পাৰিব অনলাইন “লাইফ চাৰ্টিফিকেট”
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত 'প্ৰধানমন্ত্ৰী কাৰ্যালয়,কৰ্মচাৰী প্ৰশাসন,ৰাজহুৱা অভিযোগ তথা পেঞ্চন বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে পেঞ্চনাৰ কল্যাণ বিভাগৰ পেঞ্চনাৰ সকলক 'ডিজিটেল লাইফ চাৰ্টিফিকেট' প্ৰদান কৰাৰ কথা!-->…
বাঘজানৰ জুইয়ে দহিছে কমলা খেতি
ডিজিটেল ডেস্কঃ বাঘজানৰ অভিশপ্ত জুইকুৰা আজিও নুনুমাল। বাঘজানৰ জুইৰ প্ৰভাৱত এতিয়া প্ৰদূষিত হৈ পৰিছে সমগ্ৰ দাঁতি-কাষৰীয়া অঞ্চল। কমলা, তামোল, ফল-মূলৰ গছতো পৰিছে ইয়াৰ প্ৰভাৱ। যোৱা ৫মাহৰ পৰা জ্বলি থকা বাঘজানৰ জুইকুৰাৰ পৰা অহৰহ নিৰ্গত হৈ আছে!-->…
নাৰ্জী ফুলৰ খেতি কৰি স্বাৱলম্বী জলীন চুতীয়া
ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ দাঁতি-কাষৰীয়া বাৰেকুৰি ন-মটাপুং গাঁৱৰ জলীন চুতীয়াই প্ৰায় ১০ বিঘাৰো অধিক মাটিত নাৰ্জী ফুলৰ খেতি কৰি নৱপ্ৰজম্নক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ। ২০০০চনৰ পৰা জলীন চুতীয়াই আৰম্ভ কৰা কৃষিকৰ্ম বিগত বৰ্ষত লকডাউনৰ বাবে!-->…
Laxmi Bomb” ত অভিনয় কৰিছে অসম সন্থান তৰুণ আৰোৰাই
ডিজিটেল ডেস্কঃ ৯ নৱেম্বৰত মুক্তি লাভ কৰা অক্ষয় কুমাৰৰ নতুন চিনেমা "Laxmi Bomb" ত খলনায়ক চৰিত্ৰত অভিনয় কৰিছে অসম সন্থান তৰুণ আৰোৰাই। মুক্তিৰ পূৰ্বেই চচ্চালৈ অহা এই চিনেমাখনত অক্ষয় কুমাৰৰ বিপৰীতে গিৰিজা শংকৰ চৰিত্ৰত অভিনয় কৰিছে অৰোৰাই।!-->…
দেৱালত জিলিকি উঠিছে জুবিন পাপনৰ ছবি
ডিজিটেল ডেস্কঃ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ পিছত এইবাৰ ৰাজহুৱা স্থান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত আগবাঢ়িছে নগাঁৱৰ মৃদুপৱন। নগাঁৱৰ ৰাইদঙ্গিয়াৰ মৃদুপৱন বৰা নামৰ এই যুৱকজনে সৰুৰে পৰা ছবি আঁকি ভাল পায়। সেয়ে মৃদুপৱনে তেওঁৰ ভালপোৱা!-->…
NDA গঠন কৰিব বিহাৰ চৰকাৰ
ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা ঘোষনা হ'ল বিহাৰ নিৰ্বাচনৰ বহু প্ৰত্যাশিত ফলাফল। নিৰ্বাচনত NDA দলে ১২৫ আসন লাভ কৰাৰ বিপৰীতে মহাজোঁট বন্ধনে লাভ কৰে ১১০ আসন। গৰিষ্ঠ সংখ্যক আসন লাভ কৰি এন ডি এ দলে এতিয়া চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। এই নিৰ্বাচনী জয়ৰ!-->…
জামিন লাভ কৰিলে অৰ্ণৱ গোস্বামীয়ে
উচ্চতম ন্যায়ালয়ৰ জামিন লাভ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে ।
অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা অসম সন্তান অৰ্ণৱ গোস্বামীৰ।
আত্ম হত্যাৰ বাবে প্ৰৰোচিত কৰাৰ এটি গোচৰত অভিযুক্ত হৈছিল আৰু সেই গোচৰৰ ভিত্তিতেই!-->!-->!-->!-->!-->…
যুৱৰাজ সিঙৰ Instagram ত শচীন তনয়
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰীকেটাৰ যুৱৰাজ সিঙে Instagram ত প্ৰাক্তন টীমমেট শচীন টেণ্ডলুকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডলুকাৰৰ সৈতে এখন পুৰণি ফটো Post কৰে। প'স্টটোৰ কেপচনত য়ুৱৰাজে লিখে ''Junior Tendulker learning from the best" । যুৱৰাজ সিঙে চেয়াৰ!-->…
নুমলীগড়ৰ মৰঙীত হাতীৰ উপদ্ৰৱ
ডিজিটেল ডেস্কঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাট। নুমলীগড়ৰ মৰঙিত দিনে নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱ।শ শ বিঘা খেতি পথাৰ বনৰীয়া হাতীৰ জাকে গচকি খাই তহিলং কৰাৰ ফলত অসহায় হৈ পৰিছে গঞা ৰাইজ।নুমলীগড়ৰ পুৰাবাংলা!-->…
চীজন ১৩ত পঞ্চমবাৰৰ বাবে আইপিএল খিতাপ লাভ মুম্বাই ইণ্ডিয়ানছৰ
ডিজিটেল ডেস্কঃ মুম্বাই ইণ্ডিয়ানছে মঙলবাৰে ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত হোৱা IPL ফাইনেলত দিল্লী কেপিটেলছক ৫ উইকেটত পৰাজিত কৰি ১৩ সংখ্যক IPL খিতাপ অৰ্জন কৰে। ৰোহিত শৰ্মাৰ কেপ্তেইন শ্বিপত মুম্বাই ইণ্ডিয়ানছৰ এইটো পঞ্চমটো আইপিএল খিতাপ।!-->…