নুমলীগড়ত হাতী-মানুহৰ সংঘাত অব্যাহত
ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ নুমলীগড়ৰ বিভিন্ন অঞ্চলত দিন ৰাতি একাকাৰ কৰি বৃহৎ হাতীৰ এটা জাকে উপদ্ৰৱ চলাই আহিছে । হাতীৰ বৃহৎ জাকটোৱে শ শ বিঘা ধাননি পথাৰ গচকি ধান নষ্ট কৰে । নুমলীগড়ৰ পুৰাবাংলা,!-->…
শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় জ’ বাইডেন
ডিজিটেল ডেস্কঃ ডনাল্ড ট্ৰাম্পৰ পিছত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় জ' বাইডেন। ৩ নৱেম্বৰত অনুষ্ঠিত হোৱা বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ২৯০ টা ইলেকট্ৰৰেল ভোট লাভেৰে ট্ৰাম্পক পৰাজিত কৰি জ' বাইডেন দেশখনৰ ৪৬!-->…
শিৱসাগৰৰ শিমলুগুৰিৰ ৰমণীআলিত ভয়ংকৰ পথ দুৰ্ঘটনা
ডিজিটেল ডেস্কঃ শিৱসাগৰৰ নাজিৰাৰ শিমলুগুৰিৰ ৰমণীআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী টাটা মেজিকৰ খুন্দাত থিতাতে নিহত এজন যুৱক। ঘটনা সংঘটিত কৰি নগালেণ্ডৰ দিশে পলায়ন কৰে দূৰ্ঘটনা সংঘটিত কৰা গাডী়খন ৷ উল্লেখযোগ্য যে, শনিবাৰে নিশা শিমলুগুৰি নগৰৰ!-->…
গোলাঘাটত মুক্তি লাভ নতুন সংগীত ষ্টুডিঅ
ডিজিটেল ডেস্কঃ অসমৰ ভ্ৰাম্যমাণ জগতৰ খ্যাতনামা শিল্পী বাবুল নাগৰ স্মৃতিত গোলাঘাটত মুক্তি লাভ হ'ল নতুন সংগীত ষ্টুডিঅ'।গোলাঘাটৰ ফৰকাটিংৰ নিৱাসী বাবুল নাগৰ ভাতৃ মুকুল নাগে আজি শিল্পীগৰাকীৰ স্মৃতিত মুকলি কৰিলে ষ্টুডিঅটো। চানি ষ্টুডিঅ নামেৰে!-->…
এখন বিমান যদি আপোনাৰ ঘৰ হয়, তেতিয়া বাৰু আপোনাৰ কেনে লাগিব?
ডিজিটেল ডেস্কঃ অভিনৱ পৰিকল্পনাৰে এখন বিমানক এটি সুন্দৰ ঘৰলৈ ৰূপান্তৰ কৰি সকলোকে আশৰ্য্যত পেলাইছে ব্ৰুছ কেম্পবেলে। পুৰণি বস্তুক নতুন ৰূপ দি ভাল পোৱা ব্ৰুছ কেম্পবেলে ১৯৯৯ চনত এখন বয়িং ৭২৭ নামৰ পৰিত্যক্ত বিমান ক্ৰয় কৰি এটা সুন্দৰ বাসগৃহলৈ!-->…
আলু-পিয়াঁজৰ মালা পিন্ধি গোলাঘাট আছুৰ উত্তাল প্ৰতিবাদ
ডিজিটেল ডেস্কঃ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি হৈছে আলু ,পিয়াঁজকে আদি কৰি সকলো সা- সামগ্ৰীৰ মূল্য এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোলাঘাট জিলা ছাত্ৰসন্থাই কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে গোলাঘাট জিলা ছাত্ৰসন্থাৰ কাৰ্য্যালয়ৰ পৰা উপায়ুক্তৰ কাৰ্য্যলয়লৈ!-->…
হাতে হাতে কাঁহী-বাতি, হেতা লৈ বোকাখাতত আছু কৰ্মীৰ প্ৰতিবাদ
ডিজিটেল ডেস্কঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ এনে প্ৰেক্ষাপটত ৰাজ্য চৰকাৰৰ লগতে গভীৰ নিদ্ৰাত যোগান বিভাগ ৷ ৰাজ্য চৰকাৰ আৰু যোগান বিভাগৰ অমনোযোগিতাৰ বাবেই জাঙোৰ খাই উঠিছে ৰাজ্যৰ ছাত্ৰ সমাজ!-->…
বোকাখাতত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচীত জনজাতি মৰ্চা, গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা বৃহস্পতিবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷ অনুসূচীত জনজাতি মৰ্চা গোলাঘাট জিলা সভাপতি অনুপমা পাংগিং দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাখন!-->…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপথাৰত আছুৰ প্ৰতিবাদ
ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপথাৰতো আছুৱে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বৰপথাৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে।
!-->!-->!-->!-->!-->…
গড়ৰ খৰ্গসহ চোৰাংচিকাৰীৰ দল আটক
ডিজিটেল ডেস্কঃ শুক্ৰবাৰে দুলীয়াজান জয়ানগৰ অঞ্চলৰ পৰা এটা চোৰাংচিকাৰীৰ চক্ৰ আটক কৰে আৰক্ষীয়ে। ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু নামৰূপৰ উপ আৰক্ষী অধীক্ষক সহিতে দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্ব হোৱা এটা দলে চোৰাং!-->…