Daily Time Axom

ডনাল্ড ট্ৰাম্প নে জ’বাইডেন?কোন হব আমেৰিকাৰ ৰাষ্ট্ৰপতি

ডিজিটেল জেস্কঃ পৃথিৱীৰ শক্তিশালি ৰাষ্ট্ৰ আমেৰিকাৰ ৪৫তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে। ৰাষ্ট্ৰপতিৰ এই নিৰ্বাচন প্ৰক্ৰিয়াত বিশেষকৈ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেটিক পাৰ্টিৰ জ'বাইডেনৰ মাজতে মূল

সাহসী সাংবাদিক হিচাপে পৰিচিত দুলীয়াজানৰ প্ৰদীপ কুমাৰ গগৈৰ অকাল মৃত্যু ।

সাহসী সাংবাদিক হিচাপে পৰিচিত দুলীয়াজানৰ প্ৰদীপ কুমাৰ গগৈৰ অকাল মৃত্যু । শুকুৰবাৰে ডিব্ৰুগড়ৰ সৃষ্টি নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকীয়ে । দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত ভূগি থকা সাংবাদিক গৰাকীক প্ৰায় এমাহ পুৰ্বে প্ৰথম অৱস্থাত

প্ৰবল ভূমিকম্পই জোঁকাৰি যায় গ্ৰীচ আৰু তুৰ্কীত

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে অহা এক প্ৰবল ভূমিকম্পই জোঁকাৰি যায় গ্ৰীচ আৰু তুৰ্কী। বিশেষকৈ তুৰ্কীৰ ইজমীৰ চহৰত এই ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰে। ৭.০ ৰিখতাৰ স্কেলৰ এই ভূমিকম্পত প্ৰায় ২২জন লোকৰ মৃত্যু হোৱাৰ লগতে আঠশতকৈ অধিক লোক আঘাতপ্ৰাপ্ত

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফৰ্মত Transgenderৰ অন্তৰ্ভূক্তি

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফৰ্মত লিংগৰ ক্ষেত্ৰত Transgenderৰ অন্তৰ্ভূক্তিকৰণৰ ব্যৱস্থা কৰা হয়৷ ইয়াৰ জৰিয়তে অসামৰিক সেৱা পৰীক্ষাৰ ফৰ্মত Transgenderৰ অন্তৰ্ভূক্তিৰ ব্যৱস্থা কৰা প্ৰথমখন ৰাজ্য হিচাপে আনুষ্ঠানিক স্বীকৃত পায়

অভিশপ্ত ৩০ অক্টোবৰ

১২ টা বছৰ অতিক্ৰম কৰিলে বিভীষিকাময় সেই দিনটোৱে।২০০৮ চনৰ ৩০ অক্টোবৰত এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটে ধাৰাবাহিক বিস্ফোৰণ ঘটাইছিল। গুৱাহাটী,কুকুৰাঝাৰ, বঙাইগাঁও, বৰপেটা ৰোড,গণেশগুৰিত হোৱা এই বিস্ফোৰণত ৮৮ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ বাবে মুকলি কৰে নতুন মেচেঞ্জিং এপ

ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ভিত্তিত ভাৰতীয় সেনাই মুকলি কৰে এটা নতুন মেচেঞ্জিং এপ। এই এপটোক SAI অৰ্থাৎ Secure Application for the Internet নামেৰে নামাংকিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক মন্তব্যত কয় যে এই SAI এপটো হোৱাট্ছ এপ,

উৰিয়ামঘাটত ৰাইজৰ পথ বন্ধ কাৰ্যসূচী

ডিজিটেল ডেস্কঃ সৰুপথাৰ বিধান সভা সমষ্টিত এতিয়া মূল সমস্যা হিচাপে পৰিগণিত হৈছে ৰাস্তা ঘাটৰ সমস্যা । চৰকাৰে জৰাজীৰ্ণ পথ নিৰ্মাণ তথা মেৰামতি নকৰাৰ বাবে যাতায়তৰ অনুপযোগি হোৱাত আজি প্ৰতিবাদত উত্তাল হৈ পৰিল সৰুপথাৰৰ সীমান্তবাসী ৰাইজে।

অভয়াপুৰীত ছাত্ৰ বৃত্তিৰ নামত বৃহৎ জালিয়াতিৰ অভিযোগ

বিদ্যালয় কতৃপক্ষৰে মিলি অভয়াপুৰীৰ এখন কেফেই গোপন বুজাবুজিৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ত। কেফেখনৰ হৈছে N.M Service point and Internet cafe। উক্ত কেফে খনৰ পৰা হে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভ উদ্ধোধন কৰে দুলীয়াজান থানাৰ নৱনিৰ্মিত ভৱন

ডিজিটেল ডেস্কঃ মৈত্ৰী আঁচনি অধীনত প্ৰায় ২ কোটি ৫৪ লাখ টকা ব্যয় সাপেক্ষে দুলীয়াজান থানাৰ নৱ নিৰ্মিত ভৱন মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই আঁচনি জৰিয়তে ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে বহু কেইখন আৰক্ষী চকী মুকলি কৰা

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই মৃত্যু হয় গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ। উল্লেখ্য যে, ছেপ্টেম্বৰতে কৰোণাৰ কবলত পৰিছিল মুখ্যমন্ত্ৰীগৰাকী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেশুভাইক নিজৰ গুৰু হিচাপে গণ্য কৰিছিল। দুবাৰকৈ