Daily Time Axom

বিয়াত বহিব আদিত্য নাৰায়ণ

ডিজিটেল ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী আৰু টেলিভিছনৰ জনপ্ৰিয় ঘোষক আদিত্য নাৰায়ণ অতি শীঘ্ৰেই ইণ্ডাষ্টিৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা আগৰৱালৰ সৈতে বিবাহপাশত আবদ্ধ হব। উল্লেখযোগ্য যে এমাহপূৰ্বে আদিত্য নাৰায়ণে ছচিয়েল মিডিয়াযোগে প্ৰেয়সী শ্বেতা আগৰৱালৰ

সৰুপথাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে প্ৰতিবাদত মুখৰ হৈ পৰে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা। ৰাজ্যৰ অভাৱনীয় হাৰত বৃদ্ধি হোৱা মুল্য বৃদ্ধিৰ বিৰুদ্ধে সৰুপথাৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ ধনশিৰি মহকুমা সমিতিয়ে অসম চৰকাৰ হায়

নৱম মৃত্যু বাৰ্ষিকীত সুধাকন্ঠ ডo ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সোঁৱৰিলে অসমবাসীয়ে

বিশ্ববৰেণ্য শিল্পী ডo ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰিছে শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সুধাকন্ঠ ডo হাজৰিকাক স্মৰণ কৰি জালুকবাৰী সমাধিক্ষেত্ৰতো অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই

স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে দৰংৰ অম্লানে

ডিজিটেল ডেস্কঃ যিটো সময়ত সংস্থাপনৰ বাবে শিক্ষিত যুৱ সমাজে চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি আছে তেনেসময়তে দৰং জিলাৰ ঔতলাৰ অম্লান দাসৰ প্ৰচেষ্টাই শিক্ষিত যুৱ চামক বাট দেখুৱাইছে। দৰং জিলাৰ ঔতলাৰ বেছিমাৰীৰ অম্লান দাসে কুটীৰ শিল্পৰে নিজৰ সপোন

এতিয়াৰ পৰা ভাৰতে মহাকাশৰ পৰা শত্ৰুৰ উপৰত ৰাখিব দৃষ্টি

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠন ISRO য়ে এই বৰ্ষত প্ৰথমটো ছেটেলাইট মুকলি কৰিব। কৰোণাৰ সংক্ৰমণৰ কাৰণে ISRO ৰ কেইবাটাও প্ৰজেক্ট বন্ধ হৈ গৈছিল। এই বন্ধ প্ৰজেক্ট সমূহ ISRO য়ে পুনৰ আৰম্ভ কৰি ছেটেলাইট EOS-01 Economic Observation

ৰাজধানী দিল্লীত তৃতীয় পৰ্যায়ৰ কৰোণা সংক্ৰমণ

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লী বৰ্তমান তৃতীয় পৰ্যায়ৰ কৰোণাৰ কবলত। কৰোনা সংক্ৰমণ প্ৰতিদিনাই বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। দিল্লীতো কৰোণা সংক্ৰমণৰ সংখ্যা ব্যাপক হাৰত বাঢ়ি গৈ আছে। এই লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপযুক্ত

ৰাজ্যৰ শিক্ষাবিভাগে আৰম্ভ কৰিছে বিনামূলীয়া টেলি শিক্ষা ব্যৱস্থা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষাবিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰিছে বিনামূলীয়া টেলি শিক্ষাৰ ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লাভৰ সুযোগ পাব। ইয়াৰ লগতে ৰাজ্য চৰকাৰে টোল

ভাৰত-নেপাল সম্পৰ্কই লব এক নতুন দিশ

ডিজিটেল ডেস্কঃ নেপালৰ আৰ্মি চীফ পূৰ্ণ চন্দ্ৰ থাপাৰ নিমন্ত্ৰণ মৰ্মে তিনিদিনৰ কাৰণে নেপাল যাত্ৰাত যায়। ভাৰতীয় সেনা প্ৰমুখ্য জেনেৰেল মনোজ মুকুন্দ নৰবনে। এই ভ্ৰমণত কাঠমাণ্ডুৰ নেপাল আৰ্মি হেডকোৱাৰ্টাৰত হবলগীয়া অনুষ্ঠানত অংশ লব এম এম নৰবনে।

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বুধবাৰে পুৱা প্ৰায় ৮ বজাত ৮ খন গাড়ীৰে যোৱা এটা ৩০-৪০ জনীয়া আৰক্ষীৰ দলে সাংবাদিক গৰাকীক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। এক পুৰণি

ভাৰতীয় বায়ু সেনাই লাভ কৰিব আৰু তিনিখন বিমান

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাত অন্তৰ্ভূক্ত হব আৰু তিনিখন যুদ্ধ বিমান। তিনিওখন ৰাফেল বিমান আজি সন্ধিয়া আম্বালা এয়াৰবেছত পাবহি। উল্লেখ্য যে ভাৰতে ইয়াৰ পূৰ্বে ২৮ জুলাই তাৰিখে ৫ খন ৰাফেল বিমান আনিছিল। আৰু এই বিমানকেইখনক ১০ ছেপ্তেম্বৰ তাৰিখে