Daily Time Axom

কাইলৈ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজা

কাইলৈ লক্ষ্মী পূজা। ক'ৰোনা সৃষ্ট পৰিস্থিতিৰ মাজতো ৰাজ্যবাসীয়ে পূৰ্বৰ পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰিব ধন ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজা। আহিন মাহৰ পূৰ্ণিমা তিথি অথবা শৰৎ পূৰ্ণিমাৰ দিনাই লক্ষ্মী পূজা পালন কৰা হয়। এই

প্ৰদূষণমুক্ত দিল্লী গঢ়াৰ উদ্দেশ্যেৰে মুকলি হল গ্ৰীণ দিল্লী এপ

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীক প্ৰদূষণমুক্ত কৰিবৰ বাবে দিল্লী চৰকাৰে হাতত লৈছে এক বিশেষ পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে দিল্লীবাসী প্ৰতিজন নাগৰিকে প্ৰদূষণৰ সৈতে যুজঁ দিব পাৰিব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজিৰে পৰা মুকলি

ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ক’ৰনা ভাইৰাছৰ ভেকচিন

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে ক'ৰনা ভাইৰাছৰ ভয়াবহতা কমিলেও সমগ্ৰ দেশতে জনসাধাৰণে এতিয়াও আতংকৰ মাজত দিন কটাবলগীয়া হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভাষণ প্ৰসংগত কয় যে, ভাৰতত ক'ৰনা ভেকচিন উপলব্ধ হোৱাৰ পিছতেই দেশৰ প্ৰতিটো পৰিয়ালে এই

অতি শীঘ্ৰেই আৰম্ভ হব Baghi 4 আৰু Heropanti 2 ছবিৰ দৃশ্য গ্ৰহণ।

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফ অভিনীত Baghiপ্ৰথম খণ্ডই ইতিমধ্যে দশকৰ মাজত বিপুল সহাৰি আহিব ইয়াৰ চতুৰ্থটো খণ্ড ছবিখনৰ দৃশ্য গৰ্হণৰ কাম সোনকালেই আৰম্ভ হব বুলি ইতিমধ্যেই আনুষ্ঠানিকভাৱে ঘোষনা কৰা হৈছে। লগতে অতিসোনকালেই আৰম্ভ হব

ৰাজ্যৰ জল পৰিবহন বিভাগত নতুন সংযোজনঃ ৰ’-পেক্স জাহাজ

ডিজিটেল ডেস্কঃ যোৰহাট আৰু মাজুলীবাসীৰ বাবে সুখবৰ । ৰাজ্যৰ জল পৰিবহন বিভাগত নতুনকৈ সংযোজন কৰা হ'ব ৰʼ-পেক্স জাহাজ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব জাহাজ দুখন। কলকাতাৰ পৰা অনা এই জাহাজ দুখন ৩১ অক্টোবৰত মুকলি কৰা হ'ব। চাৰিচকীয়া

ভাৰত আৰু আমেৰিকাৰ মাজত ঐতিহাসিক BECA চুক্তি স্বাক্ষৰিত

ভাৰত আৰু আমেৰিকাৰ মাজত ঐতিহাসিক BECA (Basic Exchange and Co-operation Agreement)ত স্বাক্ষৰ সম্পন্ন হয়। মঙলবাৰে ভাৰত আৰু আমেৰিকাৰ মাজত এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। ভাৰতৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে আমেৰিকাৰ সৈতে হোৱা বৈঠকত এই

দিন-দুপৰতে ছাত্ৰীক গুলিয়াই হত্যা।

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ফৰিদাবাদত সোমবাৰে কলেজৰ পৰা বাহিৰলৈ ওলোৱা ছাত্ৰীক গুলিয়াই হত্যা কৰে দুৰ্বৃত্তই। দিন-দুপৰতে দুৰ্বৃত্তই ছাত্ৰী গৰাকীক হত্যা কৰি কাৰত পলাই যায়। বি কম ফাইনেল ইয়েৰত পঢ়ি থকা এই ছাত্ৰী গৰাকী বল্লভ গড়ৰ আগৰৱাল কলেজত

নতুনকৈ নিৰ্মাণ হৈছে বৰ্ষাপাৰাৰ ক্ৰিকেট পিট্চ

অসম ক্ৰিকেট সংস্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ক্ৰিকেট পিট্চৰ নিৰ্মাণৰ কাম কৰি থকা হৈছে। পিটছ্ নিৰ্মাণৰ বাবে উৰিষ্যাৰ বালাঙ্গিৰৰ পৰা অনা হৈছে বিশেষ প্ৰকাৰৰ মাটি। অসম ক্ৰিকেট সংস্থাই ক্ৰিকেট পিটছ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱা এই মাটি

মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃএতিয়াৰে পৰা জন্মু কাশ্মীৰত আপুনিও মাটি লব পাৰিব।

ডিজিটেল ডেস্কঃ দেশৰ যিকোনো নাগৰিকে মাটি ক্ৰয় কৰিব পাৰিব; মঙলবােৰ অই অধিসূচনা জাৰি কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। অৱশ্যে এই অধিসূচনাত কৃষিকাৰ্যৰ বাবে মাটি লব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। অধিসূচনাখন ইতিমধ্যেই কাৰ্যকৰী কৰা হৈছে।

আগন্তুক IPL ত ধোনী CSKৰ কেপ্টেইন হ’বনে!

স্পৰ্টছ্ ডেস্কঃ এইবৰ্ষৰ IPL; CSKৰ অনুৰাগী সকলৰ কাৰণে অতি নিৰাশজনক প্ৰমাণিত হয়। এই বৰ্ষৰ IPL ত CSK য়ে ১২ খন T20ৰ ভিতৰত ৪ খন খেলতহে জয় লাভ কৰে। আৰু এই বৰ্ষত খেলৰ পৰা বাহিৰ হোৱা প্ৰথমটো টীমেই আছিল CSK। ক্ৰিকেট অনুৰাগীসকলে ধোনীৰ