৫ দিন ধৰি নিৰুদ্দেশ বৰপথাৰৰ এগৰাকী কিশোৰী ৷
শুকুৰবাৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে গোলাঘাট জিলাৰ বৰপথাৰ বৰপাভজান গাঁৱৰ এগৰাকী কিশোৰী ৷ পিতৃ মাতৃয়ে বহু বিচাৰ খোচাৰ কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই ৷ ইফালে পৰিয়ালে বৰপথাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও কোনো সম্ভেদ পোৱা!-->…
পুনৰ ৰক্তাক্ত পাকিস্তান। পাকিস্তানৰ পেচোৱাৰত ভয়াবহ বিস্ফোৰণ
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেচোৱাৰ দীৰ কলনিত থকা মাদ্ৰাছাত বোমা বিস্ফোৰণত ৭ জনৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০ জন আঘাটপ্ৰাপ্ত হয়। ইতিমধ্যে আঘাটপ্ৰাপ্ত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এক বিশেষ সুত্ৰৰ মতে!-->…
নগাঁওৰ তিনি দশক ধৰি ওলমি থকা দলঙৰ শুভাৰম্ভণী হ’ব শাৰদীয় দূৰ্গোৎসৱত
পূজাৰ বতৰত নগাঁও চহৰৰ বাসীৰ বাবে এটা ভাল খৱৰ ৷ বিগত তিনি দশক ধৰি ওলমি থকা এখন অতি গুৰুত্বপূৰ্ণ পকী দলঙৰ শুভাৰম্ভণী হ’ব শাৰদীয় দূৰ্গোৎসৱৰ সপ্তমীৰ দিনা ৷ ১৯৮৯ চনতে নগাঁও চহৰৰ ভুঞাপট্টিত কলঙৰ ওপৰত থকা পকী দলং খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল!-->…
আজি দুটাকৈ উদ্যাগৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালে ৷
গোলাঘাটৰ খুমটাই সমষ্টিত আজি দুটাকৈ উদ্যাগৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালে ৷ ১৯৭৯ চনত স্থাপন হোৱা ঐতিহাসিক দাবীডুবি সূতাঁ কলৰ মাটিত স্থাপন হ’ব অগৰৰ আন্তৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ আৰু NRLৰ গেছ প্ৰকল্প স্থাপন হ’ব ৷চৰকাৰৰ পৰা!-->…
দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন।
১৮, ১৯ ,২০, ২১ নৱেম্বৰ তাৰিখে চাৰিদিনীয়া কাৰ্যসূচীৰে তৈলনগৰী দুলীয়াজানত অনুষ্ঠিত হব সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিবেশন। সেই মৰ্মে দূলিয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনখনৰ মূল মণ্ডপৰ!-->…
অনুৰাগ বাসুৰ LUDO Trailor চাই চুপাৰষ্টাৰ আমীৰ খানৰ টুইট
অহা নৱেম্বৰৰ ১2 তাৰিখে জনপ্ৰিয় পৰিচালক অনুৰাগ বাসুৰ মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত LUDO ৰ Trailor য়ে বিপুল জনপ্ৰিয়তা লাভ কৰিছে ৷ অভিষেক বচ্চন, ৰাজকুমাৰ ৰাও, আদিত্য ৰয় কাপুৰ আৰু ৰোহিত চৰফৰ দ্বাৰা অভিনীত ৪ টা মূল চৰিত্ৰৰ ছবিখন সন্দৰ্ভত!-->…
প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব দেশবাসীক
আজি সন্ধিয়া ৬ বজাৰ লগে লগে দেশবাসী সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ টুইটাৰ যোগে ঘোষণা দেশৰ প্ৰধানমন্ত্ৰীয়ে ৷ নৰেন্দ্ৰ মোডীয়ে দেশবাসীৰ সমুখত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰাৰ সম্ভাৱনা আছে ৷৷
ডুমডুমাত মৰাণ জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
ডুমডুমাক মহকুমা ঘোষণা, ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা চৰকাৰীকৰণ কৰা, অনন্ত নলা (ডাঙৰী নদী)ৰ বান গৰা-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, কৰদৈগুৰিত চৰকাৰী হাস্পতাল নিৰ্মাণ কৰা, ডুমডুমাত মহিলা মহাবিদ্যালয়, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন!-->…
গোলাঘাট নগৰত বাঘৰ আতংক
গোলাঘাটবাসী এতিয়া সৱধান। নিশা হলেই বাঘে সন্ত্ৰাস চলাই গোলাঘাট নগৰৰ মাজমজিয়াত। আক্ৰমণৰ লক্ষ্য কৰি লৈছে পোহনীয়া জীব জন্তু। যোৱা নিশা গোলাঘাট নগৰৰ ৰংপুৰত উপেন গগৈ নামৰ লোক জনৰ ঘৰত বাঘে প্ৰৱেশ কৰি গৰাকীৰ পোহনীয়া কুকুৰটোক আক্ৰমণ কৰি গুৰুত্বৰ!-->…
এইবাৰ দুৰ্গাপূজাত কি কি নিয়ম পালন কৰিব লাগিব আপুনি!
দুৰ্গা পূজা উদযাপনত আপুনি কি কি নিয়ম মানিব লাগিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নীতি-নিয়মৰ কথা অৱগত কৰে সংবাদ মাধ্যমত
প্ৰশাসনৰ পৰা পূজা পাতিবলৈ অনুমতি লব লাগিব ।মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।দুৰ্গা পূজাত!-->!-->!-->…