বৰপথাৰ প্ৰেমহৰাত ডাম্পাৰ চলাচল বন্ধ
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ উৰিয়ামঘাটৰ পৰা ইকৰাণী,প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথটো মেৰামতিৰ অভাৱত বিগত কেইবাবছৰ ধৰি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে |!-->…
নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ খুন্দাত এজন নিহত
গোলাঘাটৰ কমাৰবন্ধা ৰাইদিঙীয়াত অঘটন। নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছে মহতিয়াওৱাৰ ফলত এজন লোক ঘটনাস্হলীতে নিহত হয় ।
কমাৰবন্ধা আৰু ফৰকাটিং ৰেলৱে ষ্টেচনৰ মাজত সংঘটিত হোৱা এই ঘটনাত মৃত্যু লোকজনৰ চিনাক্ত কৰিব পৰা নাই ৰেলৱে আৰক্ষীয়ে। আৰক্ষীয়ে!-->!-->!-->…
ঐতিহাসিক লাল চাহাব ঘাটলৈ যোৱা পথৰ দুৰৱস্থা ।
শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত শুকান পুখুৰী পঞ্চায়ত অধীনৰ ঐতিহাসিক কেন্দুগুৰি পৰা লাল চাহাব ঘাটলৈ যোৱা পথটোৰ দুৰৱস্থাৰ বাবে বৰ্তমান সম্পূৰ্ণ ভাবে যান বাহন ৰ চলাচল বন্ধ হৈ পৰিছে । গাড়ী-মটৰটো বাদেই দিয়ক উক্ত পথটোত খোজ কাঢ়ি যাবলৈও!-->…
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু ড্ৰাগছৰ গোচৰত জড়িত বিয়াগোম তাৰকা
ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুত আত্মহত্যা আৰু ড্ৰাগছৰ গোচৰত তদন্ত অব্যাহত ৰাখিছে এনচিবিয়ে। সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ তদন্ত কৰিবলৈ গৈ এতিয়া কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে অৱস্থা। এনচিবিৰ হাতত ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হোৱাৰ পিছতে ড্ৰাগছৰ!-->…
ভাৰতৰ বজাৰত পুনৰ হ্ৰাস পাইছে সোণ-ৰূপৰ দাম
চলিত সপ্তাহত ভাৰতৰ বজাৰত হ্ৰাস পাইছে সোণ-ৰূপৰ দাম। মাল্টি কমোডিটী এক্সচেঞ্জত শুকুৰবাৰে সোণৰ মূল্য ২৩৮ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৪৯,৬৬৬ টকা হৈছেগৈ। সেইদৰে হ্ৰাস পাইছে ৰূপৰ দামো। ৰূপৰ দাম প্ৰায় ১ শতাংশ হ্ৰাস পাই প্ৰতি কেজিত ৫৯,০১৮ টকা!-->…
ভাৰতে সফলভাৱে পৰীক্ষণ কৰিলে স্বদেশী পৃথ্বি বেলিষ্টিক মিচাইল
বুধবাৰে ভাৰতে বালাচুৰৰ পৰা পৃথ্বি বেলিষ্টিক মিচাইলৰ সফল পৰীক্ষণ কৰি স্থাপন কৰিলে অন্য এক কৃৰ্তিমান। ভাৰতে আগতেও পৃথ্বি মিছাইলৰ কেইবাটাও সফল পৰীক্ষণ কৰিছে যদিও বুধবাৰৰ পৰীক্ষণে বিশেষ চৰ্চা লাভ কৰিছে, কাৰণ এই টেষ্ট ৰাতিৰ ভাগত সম্পন্ন কৰা!-->…
লেফটেনেণ্ট শিৱাংগী সিং দেশৰ প্ৰথম ৰাফেল উৰুৱা মহিলা ফাইটাৰ পাইলট।।
ডিজিটেল ডেস্ক :ভাৰতীয় বিমান বাহিনীৰ সকলোতকৈ শক্তিশালী ৰাফেল জেট উৰুৱাবলৈ যোগ্যতা অৰ্জন কৰিছে ফ্লাইট লেফটেনেণ্ট শিৱাংগী সিঙে।দেশ বাসীৰ বাবে অতিকৈ গৌৰৱৰ বিষয় কাৰণ তেওঁ হব ৰাফেলৰ ককপিটত বহা প্ৰথম গৰাকী মহিলা ফাইটাৰ পাইলট। ভাৰতীয় বিমান বাহিনীত!-->…
ভাৰতৰ স্বদেশী যুজাঁৰু বিমান তেজস দুই নতুন সংস্কৰণ SP-22 আৰু SP-23 সাজু।
অতিশীঘ্ৰে ভাৰতৰ আকাশত উৰা মাৰিব তেজসৰ নতুন সংস্কৰণ sp-22 আৰু sp-23 যে। বাংগালোৰ HAL হিণ্ডোষ্টান এৰোনটিক্স লিমিটেডে উদ্ভাৱন কৰি উলিওৱা এই দুখন বিমান হব পূৰ্বৰ তেজসতকৈ অধিক শক্তিশালী। যিহেতু তেজসৰ বৰ্তমান একাধিক বিমান এতিয়াও ভাৰতীয় বিমান!-->…
বিশ্বত আৰম্ভ হৈছে কোৰোনা ভাইৰাছৰ দ্বিতীয়টো স্তৰ
ডিজিটেল ডেস্কঃ কৰোনাৰ প্ৰকোপ বহু কেইখন দেশত কিছু সাম কাটিছিল যদিও পুনৰ কোৰোনাত সংক্ৰমিত সংখ্যাই বাৰুকৈয়ে চিন্তিত কৰিছে বিভিন্নজনক। কোৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ ইজৰাইলত জাৰি কৰা হৈছে লকডাউন। চৰ্চা হৈছে যে,!-->…
কভিড চিকিৎসালয়ৰ পৰা সন্ধানহীন হোৱা বৃদ্ধ ক’ত ওলাল?
গোলাঘাটৰ কভিড চিকিৎসালয়ৰ পৰা সন্ধানহীন হল এজন কৰোনাত আক্ৰান্ত বৃদ্ধ । গোলাঘাট কমাৰবন্ধাৰ বামুণ গাওৰ প্ৰায় ৭০ উৰ্দ্ধৰ এজন ব্যক্তিজন যোৱা ১৭ ছেপ্তেম্বৰত কৰোনাত আক্ৰান্ত হোৱাত ভৰ্তি কৰা হৈছিল গোলাঘাটৰ কভিড চিকিৎসালয়ত। কিন্তু দেওবাৰে পুৱা হঠাত!-->…