Daily Time Axom

অসম গেছ কোম্পানীৰ দায়িত্বজ্ঞানহীন কাণ্ড। য’তে-ত’তে জ্বলি উঠে জুই।

দুলীয়াজান চহৰৰ মাজমজিয়াত থকা উজনি অসমৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী। এই প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠা হোৱা কালৰে পৰা দুলীয়াজান চহৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহতো ঘৰুৱা ৰন্ধন গেছৰ চাহিদা পূৰণ কৰি আহিছে। কিন্তু কোম্পানীটোৰ এচাম

ভাৰত চীন সীমান্তত উত্তেজনা বৃদ্ধি। পেংগংছ্ হ্ৰদৰ দক্ষিণ পাৰত চীনে নিয়োগ কৰিলে ১০ হাজাৰ সেনা।

ডিজিটেল ডেস্ক :ভাৰত চীন সীমান্তত এতিয়া বাজিছে যুদ্ধৰ দামামা। চতুৰ আগ্ৰাসী চীনে ভাৰতক বাৰে বাৰে যুদ্ধৰ বাবে প্ৰৰোচিত কৰি আহিছে যদিও ভাৰতেও উভতি ধৰিছে চীনক। কিছুদিন আগতে ভাৰতীয় সেনাই চীনা সেনাৰ আধিপত্য উফৰাই ব্লেলটপ, হেলমেট টপৰ দৰে অতি

মানালী আৰু লেহ্ক সংযোগ কৰি ভাৰতে বনালে পৃথিৱীৰ দীৰ্ঘতম সুৰংগ।

ডিজিটেল ডেস্ক : দেশবাসীৰ বাবে এটা ভাল খৱৰ যে বহু প্ৰত্যাশিত লেহ্ আৰু মানালী সংযোগী অটল সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ১০বছৰ আগতেই দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত নিৰ্মাণ কৰি উলিওৱা অটল সুৰংগৰ নিৰ্মাণৰ ম্যাদ ৬বছৰ আছিল

জ্যেষ্ঠ নাগৰিকৰ ফিক্স ডিপ’জিট আঁচনিৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

কৰ’ণা মহামাৰীয়ে দেশত সংহাৰ চলাই থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বিশেষ কিছু কাৰ্যপন্থা গ্ৰহণ কৰিছে। কৰ’ণা ভাইৰাছৰ ফলত দেশৰ অৰ্থনীতি ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহত্‍ বেংক ভাৰতীয় ষ্টেট বেংকে জ্যেষ্ঠ নাগৰিকলৈ

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত সন্মান লাভ কৰি উজ্বলি উঠিছে টীয়কৰ প্ৰতিভাৱান ছাত্ৰী লিজা বৰুৱা

ডিজিটেল ডেস্কঃ সত্ৰীয় নৃত্যৰ জৰিয়তে যোৰহাট জিলাৰ টীয়কলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে উজ্বলি উঠিবলৈ সক্ষম হৈছে টীয়কৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰী লিজা বৰুৱা ৷ টীয়কৰ লাহিং মাজকুৰি অঞ্চলৰ দেৱেশ্বৰ বৰুৱা আৰু গীতাশ্ৰী বৰুৱাৰ সুকন্যা লিজাই সত্ৰীয়া নৃত্যৰ

সৰুপথাৰ সমষ্টিৰ টেঙাহোলাত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ

Digital Desk: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্ম দিৱস উপলক্ষে ৰাজ্যজুৰি ১৪ তাৰিখৰ পৰা সেৱা সপ্তাহ পালন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । মঙ্গলবাৰে সৰুপথাৰ সমষ্টিৰ বৰপথাৰ মণ্ডলৰ অন্তৰ্গত টেঙাহোলা ১ নং প্ৰাথমিক বিদ্যালয়ত স্বচ্ছতা

নামেৰী বনাঞ্চলত অস্ত্ৰসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

যোৱা ১১ ছেপ্তেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নামেৰী ৱাইল্ডলাইফ ৰেঞ্জৰ ৰেঞ্জ ফৰেষ্ট অফিচাৰ দেৱাশিষ বুঢ়াগোহাঁইৰ নিৰ্দেশত আৰু বন বিষয়া অমৃত দলে আৰু দীপ কলিতাৰ নেতৃত্বত যোৱা এটা টহলদাৰী দলে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ

কৰোনাত আক্ৰান্ত হৈ শিক্ষকৰ মৃত্যু

কৰোনাত আক্ৰান্ত হৈ সৰুপথাৰ গেলাবিলৰ এজন শিক্ষকৰ মৃত্যু। মৃত্যু হোৱা শিক্ষকজনৰ নাম নকুল চন্দ্ৰ বড়ো। গেলাবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক হিচাপে কৰ্মৰত আছিল নকুল চন্দ্ৰ বড়ো। ধনশিৰি মহকুমাৰ ক্ৰীড়া ক্ষেত্ৰখনতো যথেষ্ট অৱদান

ENTRY: LIGHT UTILITY HELICOPTER

ডিজিটেল ডেস্ক ভাৰতে লাডাখত সফল পৰীক্ষণ সম্পন্ন কৰে LIGHT UTILITY HELICOPTER য়ে।অলপতে লাডাখৰ প্ৰতিকুল পৰিবেশত বাংগালুৰোত হিন্দুস্থান এৰ'নটিক্স লিমিটেডে উদ্ভাৱন কৰি উলিওৱা LUH ৰ সফল পৰীক্ষণ সমাপ্ত হয় । ভাৰতীয় সেনাত নিয়োজিত হৈ থকা চেতক

নিষিদ্ধ নহয় জনপ্ৰিয় ম’বাইল গেম PUBG

ভাৰত চৰকাৰে যোৱা সপ্তাহত ১১৮টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে । ইয়াৰ ভিতৰত অৰ্ন্তভূক্ত আছে জনপ্ৰিয় গেম পাবজি। কিন্তু পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তি জাৰি কৰিছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ