Daily Time Axom

তিনিচুকীয়াত চুতীয়া ছাত্ৰ সন্থা প্ৰতিবাদ

ডিজিটেল ডেস্ক আজি তিনিচুকীয়া জিলাৰ ফিলবাৰী চুতীয়া ছাত্ৰ সন্থাই ফিলবাৰী থানাৰ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱাটো বিধান সভাত অসমৰ আদিম ভূমি পুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ স্বায়ত্ব শাসিত পৰিষদ প্ৰদান নকৰাৰ ক্ষোভতে

যোৰহাটত লোমহর্ষক হত্যাকাণ্ড

যোৰহাট জিলাত শনিবাৰে এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ বাইলেন নম্বৰ ৪ ত সংঘটিত হয় এই হত্যাকাণ্ড ৷ জে,কে মেম'ৰিয়েল শইকীয়া হোমিঅ'পেথিক মহাবিদ্যালয়ৰ এজন চিকিৎসকক হত্যা কৰো অতিনাক্ত দুৰ্বত্তই৷চিকিৎসকজন ওদালগুৰিৰ ডাঃ ৰাহুল বসুমতাৰী

ৰাজ্যত সাপ্তাহিক লকডাউন প্ৰত্যাহাৰ

এতিয়াৰে পৰা শনিবাৰ আৰু দেওবাৰে খোলা থাকিব নগৰ এলেকাৰ দোকান পোহাৰ সমূহ যান বাহনো চলাচল কৰিব পাৰিব শনিবাৰ আৰু দেওবাৰে ।নৈশ সান্ধ্য আইনো বাতিল ৰাজ্য চৰকাৰৰ ।এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ।সাপ্তাহিক লকডাউন আৰু নৈশ

কৰোনাত আক্ৰান্ত হৈ মৃত্যু বিমল দাস

জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ মৃত্য়ু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু দাসৰ ৷GNRC ত চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকীৰ স্বামী ৷ ভূ-তাত্বিক জৰীপ বিভাগৰ প্ৰাক্তন বিষয়া আছিল মৃত বিমল দাস ৷

ভাৰতত নিষিদ্ধ হ’ল PUBG সহ ১১৮ টা চীনা এপ।

PUBG সহ ১১৮ টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে , ভাৰতৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰ ওপৰত ভাবুকি সৃষ্টিৰ আশংকা কৰি তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই চীনা এপ সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

অভিনেত্ৰী চেতনা দাস আৰু স্বামী বিমল দাস আক্ৰান্ত কভিড ১৯ত

বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু স্বামী বিমল দাস আক্ৰান্ত হ’ল কভিড ১৯ত। দুয়োকে গুৱাহাটী মহানগৰীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয়। ২৭ আগষ্টত বিমল দাসৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে ২৮ আগষ্টৰ দিনা চেতনা দাসৰ দেহতো ধৰা পৰে কভিডৰ

ক’ভিডত আক্ৰান্ত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ।

জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা কৰোণাত আক্ৰান্ত ।এই কথা ফেচবুক যোগে জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে।তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক'ভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে ।

গোলাঘাটত চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ জালত চোৰৰ এটা বৃহৎ গেংগ।

গোলাঘাটত আৰক্ষীয়ে এটাৰ পিছত এটাকৈ চোৰ ধৰিছেহে ধৰিছে,কিন্তু চোৰ কৰিবলৈ এৰা নাই চোৰে। কাৰণ এতিয়া চুৰি কাৰ্য্যত জড়িত হৈ পৰিছে পথৰ দাঁতিত লোহা,প্লাষ্টিক সংগ্ৰহ কৰা একাংশ লোক।শেহতীয়াকৈ গোলাঘাটৰ তপন নগৰত সংঘটিত চুৰি কাৰ্য্যত জড়িত ৬ টাকৈ চোৰক

যোৰহাটত পৌৰ সভাৰ কৰ্মীৰ প্ৰতিবাদ

যোৰহাটত পৌৰ সভাৰ কৰ্মীসকলে যোৰহাট জিলা উপায়ুক্ত কাৰ্য্য়ালৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে পৌৰ সভাৰ কৰ্মী সকলে বিভিন্ন সময়ত বহুতো সমস্যাৰ সন্মুখীন হৈ আহিছে,চৰকাৰক বিভিন্ন সময়ত সমস্যা সমূহৰ সমাধানৰ বাবে দাবী জনায়

প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান ।

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান । টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে মুখাৰ্জীৰ পুত্ৰই । কিছু দিনৰ আগতে মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল মুখাৰ্জীৰ কিছুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰণৱ মুখাৰ্জী কৰোনাতো আক্ৰান্ত