হ্ৰাস পালে সোণৰ মূল্য
বিগত মাহজুৰি সোণৰ আকাশলংঘী মূল্যই দেশবাসীক জলা কোলা খোৱাৰ সময়তে বুধবাৰে হ্ৰাস পালে সোণৰ মূল্য দিল্লীত বৰ্তমান প্ৰতিকিলো গ্ৰাম সোণত ৫৪,১৭৪ টকাৰ পৰা ৫২,৯৪৬ টকালৈ হ্ৰাস পালে৷ বিশেষজ্ঞ সকলৰ মতে আমেৰিকান ডলাৰতকৈ ভাৰতীয় টকাৰ মূল্য অধিক সুস্থিৰ!-->…
আমেৰিকাই বাজেয়াপ্ত কৰিলে ইৰাণৰ তেল পৰিবাহী জাহাজ
বৰ্তমান সময়ত মধ্য প্ৰাচ্য আৰু পশ্চিমীয়া দেশ সমূহৰ মাজত চলি থকা শীতল যুদ্ধৰ দামামাৰ মাজতেই আমেৰিকাই ইৰাণৰ চাৰিখন খাৰুৱাতেল পৰিবাহী জাহাজ বাজেয়াপ্ত কৰে৷ আমেৰিকাৰ এখন আগশাৰীৰ জৰ্নেল ৱালষ্ট্ৰিটৰ মতে ইৰাণে ভেনিজুৱেলালৈ ৰপ্তানি কৰা গেছলিন!-->…
পেঞ্চন আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষৰ বাবে ৰাজ্যৰ ভিন্ন জিলাৰ ২০ গৰাকী সাংবাদিকক নিৰ্বাচন ।
উক্ত আঁচনিৰ অধীনত প্ৰতি বছৰে ২০ গৰাকীকৈ সাংবাদিকক নিৰ্বাচন কৰা হয়। এই আঁচনিৰ অধীনত ৬০ বছৰ পূৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত সাংবাদিক সকলে প্ৰতি মাহে ৮০০০ টকাকৈ পেঞ্চন লাভ কৰিব। ২০২০-২১ বৰ্ষৰ বাবে নিৰ্বাচিত সাংবাদিক সকল!-->…
কৰোনা ভেকচিনৰ উদ্ভাৱনত প্ৰথম ৰাছিয়া
ডিজিটেল ডেক্স:সমগ্ৰ বিশ্বজুৰি কৰোনা ভাইৰাছৰ ভেকচিন পৰিক্ষা নিৰিক্ষা চলি থকাৰ সময়তেই ৰাছিয়াই ইতিমধ্যে ভেকচিন উদ্ভাৱনৰ কথা ঘোষনা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে জনাই যে ৰাছিয়াই হৈছে বিশ্বৰ প্ৰথমটো কৰোনা প্ৰতিৰোধী ভেকচিন!-->…
দুলীয়াজানত আছুৰ অৱস্থান ধৰ্মঘট
দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী পালন কৰে ৷ দুলীয়াজানৰ পিপলতল তিনিআলিত আছু কৰ্মী সকলে পুৱা দহ বজাৰ পৰা দুঘণ্টা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত কাৰ্য্যসুচীত আছুৰ!-->…
তৈলনগৰী দুলীয়াজানত কেইবাশতাধিকৰ কংগ্ৰেছত যোগদান
বুধবাৰে তৈলনগৰী দুলীয়াজানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, এতোৱা মুণ্ডা ,পৃথ্বি মাঝিৰ উপস্থিতিত আটছা, আছা আৰু অসম গণ পৰিষদৰ দুলীয়াজান আঞ্চলিকৰ সম্পাদককে ধৰি প্ৰায় তিনি শতাধিক লোকে কংগ্ৰেছ দলত!-->…
আমেৰিকাত শিক্ষানুষ্ঠানসমূহ খোলাৰ পিছতে, পুনৰ কৰোনাত আক্ৰান্ত ছাত্ৰ-ছাত্ৰী।
সমগ্ৰ বিশ্বজুৰি হোৱা কৰোনা সংক্ৰমণৰ বাবে বন্ধ হৈ আছিল সকলো শিক্ষানুষ্ঠান । কেইবামাহযোৰা বন্ধৰ পিছত বৰ্তমান কোনো কোনো ঠাইত বিদ্যালয় সমুহ খোলাৰ অনুমতি দিয়া হয়। কিন্তু বিদ্যালয়সমুহ খোলাৰ এটা সপ্তাহৰ ভিতৰতে ক'ভিডত আক্ৰান্ত হয় শ শ ছাত্ৰ!-->…
ছবি নিৰ্মাতা নিশিকান্ত কামাট ৰ্অসুস্থ
বলিউডৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা নিশিকান্ত কামাট ৰ্অসুস্থ। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান হাইদৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।।দীৰ্ঘ দিন লিভাৰ ছিৰচিছ ৰোগত ভুগি থকা প্ৰসিদ্ধ নিৰ্মাতা জনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।বলিউডৰ!-->…
কেঞ্চাৰত আক্ৰান্ত বলিউডৰ চুপাৰ ষ্টাৰ সঞ্জয় দত্ত
বলিউডৰ চুপাৰ ষ্টাৰ সঞ্জয় দত্ত আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগ কেঞ্চাৰত। এক ৰিপ'ৰ্ট অনুসৰি দীৰ্ঘদিন ধৰি চিকিৎসা লাভ কৰাৰ অন্তত তেওঁ মুম্বাইৰ লীলাৱতী হাস্পতালৰ পৰা দিচাৰ্জ হৈ খুব কম সময়ৰ ভিতৰতে উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ যাব।অলপতে সঞ্জয়!-->…
গছ উভলাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি লজ্জানত পাকিস্তান।
অলপতে environmentalist এৰিক ছুলহেমৰ টুইটাৰ একাউণ্টত প'ষ্ট হোৱা এটা ভিডিঅ'য়ে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে।এই ভিদিঅ'টোৰ উৎস হ'ল সততে বিতৰ্কত থকা পাকিস্তান। দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমাৰান খানে দেশত এলানী বৃক্ষৰোপণ কাৰ্যসুচী অনুষ্ঠিত!-->…