লাডাখত এইবাৰ উৰিল স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ।
ভাৰত চীন সীমান্তত পহৰাৰ কাৰেণে সেনাই কিছুদিন আগতে আমেৰিকাৰ পৰা অনা আপ্পচে হেলিকপ্টাৰৰ এটা স্কোৱাড্ৰন নিয়োজিত কৰিছিল। যিহেতু বিশ্বৰ সকলোতকৈ উচ্চতম সমৰ ক্ষেত্ৰ হল লাডাখ আৰু এই কঠিন আৰু প্ৰতিকূল পৰিবেশত এই বাৰ কায্যৰ্ক্ষমতা পৰীক্ষা কৰা হয়!-->…
উৰিষ্যাত ভূমিকম্পৰ জোকাৰণি।
আজি পুৱা ৭.৩০ বজাত এক মৃদু ভূইকপে জোকাৰি যায় উৰিষ্যাৰ ব্ৰহ্মাপুৰৰ বিস্তীৰ্ণ অঞ্চল। প্ৰাপ্ত খবৰ অনুসৰি ব্ৰহ্মাপুৰৰ দক্ষিণ পশ্চিম প্ৰান্তত এই ভূঁইকঁপৰ জোকাৰনি বেছি অনুভূত হয়। ভাৰতীয় ভুইকঁপত জৰীপ বিভাগৰ মতে ব্ৰহ্মাপুৰৰ দক্ষিণ পশ্চিম অঞ্চলৰ!-->…
ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ স্পৰ্টছ কাৰৰ সংগ্ৰহৰ নতুন সংযোজন বোগ্গাটি।।
বিশ্বৰ সকলোতকৈ ধনী ফুটবল মহা তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ স্পৰ্টছ কাৰৰ প্ৰতি দুৰ্বলতাৰ কথা সকলোৱে ক্ৰীড়া প্ৰেমীৰে অৱগত। অলপতে ইউৰোপিয়ান ফুটবল ক্লাব জুভেণ্টাচৰ ৩৬ তম বিজয়ত তেওঁ নিজেই নিজক এখন স্পৰ্টছ কাৰ গিফট কৰে।।ৰোনাল্ডোৰ স্পটচ কাৰ!-->…
ৰামমন্দিৰৰ ভূমি পূজনৰ সময়ত আছাদুদ্দিন অৱেছীৰ বিতৰ্কিত মন্তব্য।
দেশত ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছতেই অল ইণ্ডিয়া ইত্তাহাদুল মুছলিমিনৰ অধক্ষ্য আছাদুদ্দিন অৱেছীৰ এক টুইটাৰ পষ্ট এ দেশ তোলপাৰ লগাইছে।ৰাম মন্দিৰৰ ভূমিপূজনৰ প্ৰাক মুহূৰ্তত হাইদৰাবাদৰ সাংসদ জনে কৰা এই টুইটত প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰা!-->…
কেৰেলাৰ কঝিকোড়ত বিমান দুৰ্ঘটনা,১৮ জন নিহত আহত ১২৩।
কেৰেলাত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। বিমান খনত দুজন পাইলট সহ মৃত্যু হৈছে ১৮জনৰ।ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমান খন কেৰেলাৰ কঝিকোড় বিমান বন্দৰত ৰানৱেত চুচৰি গৈ ৩৫ ফুট তলত বাগৰি পৰি দুভাগত ভাগি পৰে।। ফলত ২ জন পাইলট সহ ১৮!-->…
এক নিবিড় সৰ্ম্পক,ৰাম মন্দিৰ আৰু অসম
ৰাম মন্দিৰ আৰু অসমৰ এক নিবিড় সম্পৰ্ক আছে । বৰ্তমান অযোধ্যাত পূৰ্ণ গতিত চলি থকা ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যত আৰম্ভণিৰে পৰাই কাম কৰি আহিছে দিল্লী নিবাসী এজন অসমীয়াই, নাম ৰঞ্জিত কুমাৰ মণ্ডল।। পেছাত এজন ভাস্কৰ্য্য শিল্পী ৰঞ্জিত মণ্ডলৰ হাতত প্ৰাণ!-->…
আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁওৰ বিনোদ দুলু বৰাই।
পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা। প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত আন্তৰ্জাতিক!-->…
বৰপথাৰত ভয়ংকৰ অগ্নিকাণ্ড
ধনশিৰি মহকুমাৰ বৰপথাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ৩ নং ৱাৰ্ডৰ নিবাসী সমীৰ পাল নামৰ ব্যক্তিজনৰ এটি টেন্ট হাউছৰ ষ্টোৰত অগ্নিকাণ্ড সংঘটিত হয় ।
ষ্টোৰটোত বহু সামগ্ৰী মজুত আছিল বুলি জানিব দিয়ে । প্ৰায় ৭ লাখ টকাৰ সামগ্ৰী অগ্নিকাণ্ডত জাহ!-->!-->!-->…
পূৰ্বতকৈ পৃথক হব এইবাৰৰ স্বাধীনতা দিৱস।
এইবাৰ ১৫ আগষ্টৰ দিনটো পূৰ্বতকৈ পৃথক ভাৱে পালন কৰা হব। কভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণে পূৰ্বতকৈ পৃথকভাৱে পালন কৰা হ’ব। এই ক্ষেত্ৰত ৰাজ্যিক, জিলা আৰু মহকুমা পৰ্যায়ত স্বাধীনতা দিৱস পালন কৰাৰ বাবে কিছু নীতি নিৰ্দেশনা বান্ধি দিয়া!-->…
লেবাননৰ ৰাজধানী বেইৰুত বিস্ফোৰণ।
লেবাননৰ ৰাজধানী বেইৰুতত মঙলবাৰে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত ১০০ জনৰো অধিক লোকৰ মৃত্যু লগতে ১০০০ ৰো অধিক আহত হৈছে। । ২৭৫০ কিলোগ্ৰাম এমনিয়াম নাইট্ৰেট থকা এটা কাৰখানাত হোৱা অগ্নিকাণ্ডৰ ফলতেই এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ!-->…