গোলাঘাটৰ কমাৰবন্ধাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী
উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি অঞ্চলটোত নাহৰফুটুকীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷অঞ্চলটোৰ কেইবাজনো লোকৰ পশুধন আক্ৰমণ কৰি নাহৰফুটুকীটোৱে নিজৰ বাবে খাদ্যৰ যোগান ধৰিছিল৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত কালি বনবিভাগৰ এটা দলে ৰাইজৰ সহযোগত বাঘটো!-->…
নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি ডিমৌত উত্তপ্ত পৰিস্থিতি
ডিজিটেল ডেস্কঃ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণেই ডিমৌৰ ৰজাবাৰীস্থিত চাওলুং চুকাফা চিকিৎসালয়ত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই এটি ১৪ মহীয়া শিশুৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ উল্লেখযোগ্য যে,!-->…
মিছলীয়া অগপঃ সাংসদ অজিত কুমাৰ ভূঞা
এইবাৰ অগপক মিছলীয়া আখ্যা দি খুৰধাৰ সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ৷ শুক্ৰবাৰে গোলাঘাটত উপস্থিত হৈ সাংসদ গৰাকী সৰৱ হৈ পৰে অগপ দলটোৰ বিৰুদ্ধে ৷ চৰিত্ৰহীন, সুবিধাবাদী, ক্ষমতালোভী অগপৰ নেতৃত্বক অগপ ত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদানৰ!-->…
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কভিড ১৯ পজিটিভ
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ্য ৰাজনীতিবিদ তৰুণ গগৈ কৰোণাত আক্ৰান্ত ৷ মঙ্গলবাৰে ৮৫ বছৰীয়া বয়োজেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি। টুইটাৰযোগে এই কথা জনাইছে তৰুণ গগৈয়ে।অতি সোনকালে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা!-->…
বি.এড পাঠ্যক্ৰমৰ সন্দৰ্ভত Dibrugarh বিশ্ববিদ্যালয়ত যৌথ আলোচনা
অহা ১০ ছেপ্টেম্বৰ ভিতৰত বি.এড পাঠ্যক্ৰমৰ চূড়ান্ত ষাণ্মাসিকৰ বাবে গ্ৰহণ কৰা হব যাবতীয় ব্যবস্থা। Dibrugarh বিশ্ববিদ্যালয় আছু গোটৰ নেতৃত্বত Dibrugarh বিশ্ববিদ্যালয়ৰ অধীনস্থ বি.এড পাঠ্যক্ৰমৰ মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ আজি!-->…
উদ্ধাৰ হল বৃহস্পতিবাৰৰ পৰা নিৰুদ্দিষ্ট ইফটিকাৰ আহমেদৰ মৃতদেহ, তিনিজনক আটক, বৰ্তমানো পলাটক ঘটনাৰ মূল…
বৃহস্পতিবাৰৰ পৰা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত এজন যুৱকৰ নিৰুদ্দেশৰ লগত জড়িত ৩ যুৱকক আজি পুৱতি নিশা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,এটা নম্বৰৰ পৰা যোৱা ফোনকলৰ ভিত্তিত!-->…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আহি আছে নতুন বিমান
এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান যাত্ৰা আগতকৈ সুৰক্ষিত হব ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা Air Force One দৰেই মোদীৰ বাবে আহি আছে Air India One ৷ ইতিমধ্যে Air India One ৰ দুখন বিমান আনিবলৈ প্ৰতিনিধি দল উৰা মাৰিছে আমেৰিকালৈ!-->…
এয়াৰ ইণ্ডিয়াৰ ৪৮ পাইলটক হঠাৎ চাকৰিৰ পৰা অব্যাহতি
ভাৰতৰ সৰ্ববৃহৎ বিমান পৰিবহন প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই বৃহস্পতি বাৰে ৪৮জন পাইলটক হঠাৎ কৰ্মৰ অব্যাহতি দিয়ে।। এয়াৰ ইণ্ডিয়াৰ এই পাইলট সকলে পূৰ্বেও চাকৰিৰ পৰা ইস্তাফা দিছিল বিধিগত ভাৱে পুনৰ কামত যোগে দিয়ে । সেইবাবে এয়াৰ ইণ্ডিয়াই কিছু দিনৰ বাবে!-->…
প্ৰতিভাৰ সন্ধানত Daily Time Axom
https://www.youtube.com/watch?v=M6bUT7Sz-Pw
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত বিভিণ্ণ ক্ষেত্ৰত যথেষ্ট প্ৰতিভা লুকাই আছে ৷ কোনোবাই যদি গীত গাই ভাল পাই, কোনোবাই আকৌ ছবি আঁকি ভাল পায় ৷ চিত্ৰ অংকণ কৰি ভালপোৱা দুজন তেনে শিল্পীৰ প্ৰতিভাক লৈ আমাৰ!-->!-->!-->…