এতিয়াৰ পৰা নিৰ্মাণ কৰিব নোৱাৰিব সেনা বিষয়ক ছবি ৷
শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰাণালয়ে চি বি এফ চি অৰ্থাৎ চেন্ট্ৰল ব'ৰ্ড অৱ ফ্লিম চাৰ্টিফিকেচনলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ যি পত্ৰ মতে এতিয়াৰ পৰা ভাৰতীয় সেনাক লৈ অনুমতি অবিহনে কোনোধৰণৰ ছবি নিৰ্মাণ কৰিব নোৱাৰিব ৷ এই ক্ষেত্ৰত অকল চিনেমাই!-->…
কৰোনা ভেকচিনৰ আপ-টু-ডেট
১। বৰ্তমান বিশ্বত ১৬০ টা ভেকচিন এতিয়াও প্ৰাৰম্ভিক ক্লিনিকেল ট্ৰায়েলৰ পৰ্য্যায়তে আছে।।২। ইয়াৰে ২৩ টা ক্লিনিকেল ট্ৰায়েল পয্যায়ত আছে।।৩। বৰ্তমান ৬ টা ভেকচিনৰ মানৱ দেহৰ ওপৰত পৰীক্ষণ অৰ্থাৎ তৃতীয় পয্যায়ৰ ট্ৰায়েল চলি আছে।।৪। ইয়াৰে ৮ প্ৰকাৰৰ!-->…
বক্সাৰ লাভলীনালৈ কি কি আগবঢ়ালে কৃষিমন্ত্ৰীয়ে ?
মহামাৰী কৰোনাৰ বাবে দেশত বলবৎ কৰা লকডাউনৰ ফলত গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়াস্থিত বাসগৃহতে সময় কটাইছে বিশ্বৰ আগশাৰীৰ বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ ঘৰতে থাকি প্ৰশিক্ষণৰ সমান্তৰালভাৱে কৃষি কাৰ্যৰ সৈতে জড়িত হৈ পৰিয়ালক সহায় কৰি লাভলীনা!-->…
ৰাফেলৰ পাছত এইবাৰ ৰোমিঅ।
দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰমাৎ শক্তিশালী কৰি তোলা ভাৰতে অতি সোনকালে লাভ কৰিব আমেৰিকাৰ পৰা ২৪ খন ৰোমিঅ হেলিকপ্টাৰ।। উল্লেখযোগ্য যে চীনৰ বৰ্ধিত নৌ শক্তিৰ মোকাবিলা কৰিবলৈ ভাৰতৰ এই অভিলাষী পদক্ষেপ।। অহা বছৰৰ আৰম্ভণিতেই এই ৰোমিঅ য়ে যোগদিয়াৰ!-->…
ৰাম মন্দিৰৰ ভূমি পূজন
৫ আগষ্টত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন
উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
অযোধ্যাত এতিয়া দীপাৱলী সদৃশ পৰিবেশ
ৰং বিৰঙী আলোকেৰে আলোকিত অযোধ্যাৰ চৌদিশ
নগাঁৱত কৰোনাত মৃত্যু ১ জন লোকৰ৷
*নগাঁও অসামৰিক চিকিৎসালয়ত এজন লোকৰ মৃত্যু ৷*কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিজনৰ নাম গোলোক শৰ্মা (৯০)।
*দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল মৃত ব্যক্তিজন । *এণ্টিজেন টেষ্টত ধৰা পৰিছিল ব্যক্তিজনৰ দেহত ক'ভিড ১৯!-->!-->!-->…
ৰকিবুল হুছেইন Covid-19 Positive
প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন Covid-19 Positiveচ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিলে ৰকিবুল হুছেইনে।কৰোনাত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পত্নীও আক্ৰান্ত ।তেওঁৰ সংস্পৰ্শলৈ অহা লোকক স্বাস্থ্য় পৰীক্ষা কৰাৰ বাবে অনুৰোধ
সৰুপথাৰৰ যুৱকৰ এক ব্যতিক্ৰমী উদ্ভাৱন
সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘট ৰূপহীত এজন যুৱকে নিৰ্মাণ কৰিলে এখন ব্যতিক্ৰমী বাহন ৷
মটৰচাইকেলৰ ইঞ্জিন ব্যৱহাৰেৰে যাত্ৰীবাহী বাহন নিৰ্মাণ ৷
যুৱকজনৰ নাম ঋষি বসুমতাৰী ৷
বাহনখনৰ সফল পৰীক্ষণ সম্পণ্ণ ৷ একেলগে ৪ জন যাত্ৰীয়ে যাত্ৰা!-->!-->!-->!-->!-->!-->!-->…
সংবাদমেলত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহত পাঠদান হোৱাৰ সম্ভাৱনা ৷
ছেপ্টেম্বৰ মাহলৈকে চতুৰ্থ শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ ৷
বিদ্যালয়সমুহত নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হব যদিও সপ্তাহত ২ টা দিনহে পাঠদান চলিব ৷
!-->!-->!-->!-->!-->!-->!-->…
দেশবাসীয়ে এতিয়াৰ পৰা দিব লাগিব সোণৰ হিচাপ আহি আছে মোদী চৰকাৰৰ নতুন আঁচনি
দেশৰ বিত্ত মন্ত্ৰালয়ে অৰ্থনৈতিক অপৰাধ ৰোধ কৰিবলৈ এমনেষ্টী প্ৰগ্ৰাম বুলি এক নতুন আঁচনি গ্ৰহণ কৰিছে। যি আঁচনিমতে এতিয়াৰ পৰা কোনো লোকে ঘৰত বেআইনীভাৱে সোণ (illegal Gold) ৰাখিব নোৱাৰিব। দেশত টেক্সফাঁকিৰ (Tax Evasion) ওপৰত নিয়ন্ত্ৰণ আৰু!-->…