Daily Time Axom

আটাইতকৈ ধনী আৰু দুখীয়া ১০খন দেশ

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ তালিকাত মূলতঃ আফ্ৰিকান দেশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। শীৰ্ষত আছে পূব আফ্ৰিকাৰ দেশ বুৰুণ্ডি। এই তালিকাখন প্ৰতিজন ব্যক্তিৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে, যিয়ে দেশৰ প্ৰতিজন ব্যক্তিৰ…

পশ্চিম বিলাসীপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা,এহাল দম্পতিৰ চিপ লৈ আত্মহত্যা

গুটিপাৰা সপ্তম খণ্ড গাঁৱত এহাল দম্পতিয়ে চিপ লৈ আত্মহত্যা কৰে ।গাওঁ খনৰ বাসিন্দা মনোৱাৰ হুছেইন আৰু তেওঁ পত্নী জাহানাৰা খাতুনে নিজ ঘৰত চিপলৈ আত্মহত্যা কৰে। আত্ম হত্যাৰ কাৰণ এতিয়াওঁ জানিব পোৱা হোৱা নাই। ঘটনাস্থলীত বিলাসীপাৰা মহকুমা আৰক্ষী…

প্ৰশিক্ষণৰ সময়ত বিমান দুৰ্ঘটনা, ২ জন পাইলট নিহত

বায়ুসেনাৰ প্ৰশিক্ষণ চলি আছিল, তাৰ মাজতে বিমানখনে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এই ঘটনাত ২ জন লোকৰ মৃত্যু হয়। সোমবাৰে পুৱা তেলেংগানাত সংঘটিত হয় এই কৰুণ ঘটনা। জানিব পৰা মতে, হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে…

UPPL আৰু বিজেপিৰ যৌথ উদ্যোগত মানাস সেৰফাং উন্নতি আঁচনিৰ পদযাত্ৰা

বিভিন্ন আঁচনিৰ অধীনত ১৪টা কৈ আধাৰ শিলা স্থাপন। চিৰাংজিলাৰ বিজনী মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ UPPL আৰু বিজেপিৰ যৌথ উদ্যোগত আজি বৃহত্তৰ মানাস সেৰফাং পৰিষদীয় সমষ্টিত দিন যোৰা কাৰ্যসূচীৰে ১৪টা কৈ আধাৰশিলা স্থাপন…

চালাডত কি কি কেঁচা শাক-পাচলি নাখাব

শীতকাল মানে বজাৰত থকা বিভিন্ন শাক-পাচলিৰ কথাই মনলৈ আহে। এই সময়ত বহুতেই ডায়েটত চালাড ভাল পায়। আপুনি কি কেঁচা শাক-পাচলি খাই ভাল পায় নেকি? এই কথা দীৰ্ঘদিন ধৰি ফিটনেছ অনুৰাগীৰ মাজত বিতৰ্কৰ বিষয় হৈ আহিছে যদিও পুষ্টিবিদসকলৰ মতে কিছুমান…

মুৰ্ছিদাবাদত দুৰ্ঘটনাগ্ৰস্ত ৰাধিকাপুৰ এক্সপ্ৰেছ, ইঞ্জিনত জুই, ৰে’ল লাইনো ক্ষতিগ্ৰস্ত

ৰাধিকাপুৰ এক্সপ্ৰেছ ৰে’লখনে দেওবাৰে গভীৰ নিশা কলকাতাৰ পৰা শিলিগুৰিলৈ গৈ থকা অৱস্থাত মুৰ্ছিদাবাদৰ ফৰাকাৰ বল্লালপুৰ দলঙৰ সমীপত এক ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হয়। এই দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ ইঞ্জিনত জুই লাগে। প্ৰায় ৫০০ মিটাৰ ৰে’লপথ ক্ষতিগ্ৰস্ত…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাইজক ধন্যবাদ জ্ঞাপন

চাৰিখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত গেৰুৱাৰ ধুমুহা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স হেণ্ডেলত তিনিওখন ৰাজ্যৰ জনসাধাৰণক সম্ভাষণ জনায়। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে পৰাজয়ৰ পিছতো তেলেংগানাৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে…

ৰাস উপলক্ষে জুৰীয়াত কণ কণ শিশুসকলৰ দ্বাৰা সুমধুৰ ব্ৰজাৱলী ভাষাত প্ৰদৰ্শন কৰা হ’ল…

শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ৰাসৰ ৰসেৰে ৰসময় হৈছে উজনি–নামনি। খোল, তাল, গীতে-মাতে মায়াময় হৈ পৰিছে সকলোতে ।ৰাসক কেন্দ্ৰ কৰি সৰ্বত্ৰ ৰাইজৰ উলাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উদযাপন হৈছে ৰাস মহোৎসৱ। সমান্তৰালভাৱে…

পৰ্বতঝোৰাৰ মংগলাঝোৰাত ইউ পি পি এল দলৰ”BLOCK LEVEL WORKER’S TRAINING” কাৰ্য্যসূচী…

আগন্তুক লোক সভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ পিছ পৰি থকা নাই ইউ পি পি এল দল । আজি দিনজোৰা কাৰ্য্য সূচীৰে বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত মংগলাঝোৰা কমিনিউটি হলত ইউ পি পি এল…

টীয়কত ভিক্টৰী মাৰ্চিয়েল আৰ্ট একাডেমীৰ বেল্ট প্ৰদান পৰীক্ষা অনুষ্ঠিত

ভিক্টৰী মাৰ্চিয়েল আৰ্ট একাডেমী টীয়কৰ উদ্যোগত আজি কালাৰ বেল্ট পৰীক্ষা অনুষ্ঠিত হয়।একাডেমীৰ প্ৰশিক্ষক পাৰ্থ হাজৰিকাৰ তত্বাবধানত অনুষ্ঠিত এই পৰীক্ষাত মুখ্য প্ৰশিক্ষক হিচাপে আকিয়ান মাৰ্চিয়েল আৰ্ট একাডেমীৰ ষ্টাইল হেড জিতেন বৰা উপস্থিত থাকি…