গাজাত ইজৰাইলৰ নতুন আক্ৰমণত এতিয়ালৈকে ২৪০ জন লোক নিহত
গাজাৰ হামাছ নিয়ন্ত্ৰিত চৰকাৰে শনিবাৰে কয় যে শুকুৰবাৰে যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পাছৰে পৰা পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলৰ আক্ৰমণত ২৪০ জন লোক নিহত হৈছে।
গাজা ষ্ট্ৰিপৰ ওপৰেৰে "শ শ বিমান আক্ৰমণ, আৰ্টিলাৰী আৰু নৌসেনাৰ বোমাবৰ্ষণ"ত আন ৬৫০…
মেলেঙত চুক্যাফা দিৱস উদযাপন
আজি চুক্যাফা দিৱস।স্বৰ্গদেউ চুক্যাফাক অসমবাসীয়ে আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে।সমগ্ৰ ৰাজ্যৰ লগতে টাই আহোম ছাত্ৰ সন্থা মেলেং আঞ্চলিক সমিতিৰ উদ্যোগত মেলেংস্থিত স্থায়ী কাৰ্যালয়ত আজি চুক্যাফা দিৱস উদযাপন কৰা হৈছে।পুৱা পতাকা উত্তোলন,মৈডাম…
আদানী গোচৰঃ চাৰিজন সাংবাদিকৰ সুৰক্ষা বৃদ্ধি
আদানী গোটৰ বিৰুদ্ধে তদন্তমূলক প্ৰতিবেদন লিখাৰ বাবে গুজৰাট আৰক্ষীয়ে দাখিল কৰা গোচৰত চাৰিজন সাংবাদিকৰ অন্তৱৰ্তীকালীন সুৰক্ষা বৃদ্ধি কৰে উচ্চতম ন্যায়ালয়ে। একে সময়তে উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে এই সন্দৰ্ভত প্ৰত্যুত্তৰ…
ইৰাকত পথৰ কাষত বোমা বিস্ফোৰণত নিহত ১০ জন , ১৪ জন আহত
ইৰাকৰ পূব ডায়ালা প্ৰদেশত বৃহস্পতিবাৰে সন্ধিয়া পথৰ কাষত বোমা আৰু বন্দুকধাৰীৰ আক্ৰমণত ১০ জন লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয়।
জানিব পৰা মতে, অমৰানিয়া চহৰৰ সমীপত সংঘটিত এই আক্ৰমণত স্থানীয় এজন সাংসদৰ আত্মীয়ক লক্ষ্য কৰি লোৱা হৈছিল।…
আজি বিশ্ব এইডছ দিৱস,এইডছত আক্ৰান্তৰ চকুৰ জটিলতা
পৃথিৱীৰ কেইটামান ভাইৰাছৰ ভিতৰত এইচ আই ভি অন্যতম যি মানুহক অন্য এক চিন্তাৰ কাৰণ। এই ভাইৰাছৰ জৰিয়তে মাৰাত্মক এইডছ ৰোগে মানুহৰ শৰীৰত বাহ সাজে। এই ৰোগে শৰীৰৰ সকলো ৰোগ প্ৰতিৰোধ ক্ষমতা ধ্বংস কৰি ৰোগীক লাহে লাহে মৃত্যুৰ দিশে ঠেলি দিয়ে। সেয়েহে…
ইউক্ৰেইনে নাটোত যোগদান কৰিব নে নাই সেই বিষয়ে জেলেনস্কিৰ সন্দেহ প্ৰকাশ
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে ইউক্ৰেইন কেতিয়াবা নাটোৰ সদস্য ৰাষ্ট্ৰ হ’ব নে নহয় সেই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে।
নিকোলায়েভৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা বৈঠকৰ সময়ত জেলেনস্কিয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী…
যুদ্ধবিৰতি শেষ, পুনৰ আৰম্ভ হৈছে গাজাত ইজৰাইলৰ আক্ৰমণ
ইজৰাইল-হামাছৰ বৰ্ধিত যুদ্ধবিৰতিৰ অন্ত পৰিছে কোনো চুক্তি নোহোৱাকৈ। ইফালে ইজৰাইলে পুনৰ আক্ৰমণ আৰম্ভ কৰিছে বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে।
বিবৃতিটোত তেওঁলোকে কয় যে ইজৰাইলী বাহিনীয়ে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে যুদ্ধ…
৭ ফুট ৯ ইঞ্চি দীঘল চুলি! ভাৰতীয় মহিলাৰ বিশ্ব অভিলেখ
আটাইতকৈ দীঘল চুলি। উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই বিশ্ব অভিলেখ গঢ়িছে। ৪৬ বছৰীয়া স্মিতা শ্ৰীবাস্তৱৰ দীঘল চুলি ৭ ফুট ৯ ইঞ্চি।
স্মিতাৰ মাকেই এই চুলিৰ আঁৰত প্ৰেৰণা। দীঘল চুলিৰ ভাৰতীয় অভিনেত্ৰীও আছিল স্মিতাৰ প্ৰেৰণা। স্মিতাই গিনিজ ৱৰ্ল্ড…
বেংগালুৰুৰ ১৩খন বিদ্যালয়লৈ ভাবুকি ইমেইল, নিশাৰ ভিতৰতে বিদ্যালয় খালী
পুৱা সাত বজাত বেংগালুৰু চহৰৰ ১৩খন বিদ্যালয়ত বোমাতংক। শুকুৰবাৰে পুৱা এটা বেনামী ইমেইলযোগে এই ভাবুকি দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইমেইলটোত দাবী কৰা হৈছে যে বিদ্যালয়ৰ চৌহদত বিস্ফোৰক সামগ্ৰী ৰখা হৈছে। এই ইমেইল পোৱাৰ পিছত…
হাটশিঙিমাৰীত পুনৰ আন এদল অংগনৱাদী কৰ্মীৰ প্ৰতিবাদ
দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তক অভিযোগ দাখিল কৰে।
আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ফেকামাৰী শিশু উন্নয়ন প্ৰকল্পত কৰ্মৰত অংগনৱাদী কৰ্মী সকলে উপস্থিত হয় আৰু জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে।
উল্লেখ্য যে…