উত্তৰ গুৱাহাটীত অনুষ্ঠিত একুৱেটিক চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান
আগন্তুক লোক সভা নিৰ্বাচনত এখন নহয় , কেইবাখনো আসনত জয় লাভৰ সপোন দেখিছে বিজেপিৰ মিত্ৰদল অগপই । এটা এটা সমষ্টিৰ হিছাপ আঙুলি মূৰত দিলে । ডিব্ৰুগৰ , গুৱাহাটী, তেজপুৰ , বৰপেটা আৰু লক্ষীমপুৰ । উত্তৰ গুৱাহাটীত অনুষ্ঠিত হোৱা একুৱেটিক চেম্পিয়নশ্বিপৰ…
জুৰীয়াৰ কেন্দুগুৰীৰ পৰা দুই সন্তাৰ মাতৃ নিৰুদ্দেশ
বোৱাৰী নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি মাৰ পিটৰ ঘটনা। নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত কেন্দুগুৰী গাঁৱৰ পৰা দুই সন্তাৰ মাতৃ নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালত হাহাকাৰ সৃষ্টি হয়।
জানিব পৰা মতে, কেন্দুগুৰী গাঁৱৰ শ্বাকিৰ আহমেদৰ পত্নী জাহানাৰা…
মাজুলীৰ এখন গাঁৱত শেষবাৰৰ বাবে চলিছে ৰাসৰ প্ৰস্তুতি
মাজুলীৰ এখন গাঁৱত শেষবাৰৰ বাবে চলিছে ৰাসৰ প্ৰস্তুতি। সত্ৰনগৰী মাজুলীত এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি। পিছে তাৰ সমান্তৰালকৈ মাজুলীৰ এখন গাঁৱৰ ৰাইজৰ মনত এতিয়া বিষাদ। কিন্তু কিয় জানেনে? মাজুলীৰ ৰাস উৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী। ব্যস্ত…
বহি থাকোতে ভৰি লৰাই থকাৰ অভ্যাস আছে নেকি আপোনাৰ?
বহি থাকোতে ভৰি লৰাই থকাৰ অভ্যাস আছে নেকি আপোনাৰ? যদিহে আছে, তেন্তে সাৱধান হওক। আপোনাৰ হ’ব পাৰে এটা বিশেষ বেমাৰ। বহি থাকোতে ভৰি লৰাই থকা এই লক্ষণটোৱে এগৰাকী ব্যক্তিৰ নাৰ্ভৰ সমস্যাত ভুগাব পাৰে। ইয়াৰ দ্বাৰা ভৰিৰ বিষৰ উপৰিও বিভিন্নধৰণৰ শৰীৰৰ…
তামুলপুৰত দৰঙা গোৰ্খা সাংস্কৃতিক মঞ্চৰ উদ্যোগত তিহাৰ বিদায় সমাৰোহ আয়োজন
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দৰঙামেলাৰ শশীপুৰত দৰঙা গোৰ্খা সাংস্কৃতিক মঞ্চৰ উদ্যোগত দিনযোৰা কাৰ্য্যসুচীৰে তিহাৰ বিদায় সমাৰোহ আয়োজন কৰা হয়। কাৰ্য্যসুচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন কৰাৰ পিছতে দিনৰ ভাগত বিভিন্ন…
ডুবাইত জন্মদিন উদযাপন কৰিবলৈ অমান্তি হোৱাৰ বাবে পতিক ঘুচিয়াই হত্যা পত্নীৰ
এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে মহাৰাষ্ট্ৰ।এক সৰু বিবাদৰ পৰিণতিতে নিজ স্ৱামীক ঘুচিয়াই হত্যা কৰিছে এগৰাকী মহিলাই।মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই ঘটনা।প্ৰকাশিত খবৰ অনুসৰি, মহিলাগৰাকীয়ে নিজৰ জন্মদিন ডুবাইত উদযাপন কৰিবলৈ মানস কৰি পতিৰ আগত…
বিশ্ববিদ্যালয়ৰ সংগীত অনুষ্ঠানত পদপিষ্ট হৈ ৪ জন ছাত্ৰৰ মৃত্যু, আহত প্ৰায় ৬০ জন
এখন বিশ্ববিদ্যালয়ত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মিউজিক কনচাৰ্টত পদপিষ্ট হৈ মৃত্যু হয় ৪ জন কলেজীয়া ছাত্ৰৰ।আনহাতে প্ৰায় ৬০ জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে শনিবাৰে সন্ধিয়া কেৰালাৰ কোচিৰ কোচিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়…
মূখ্যমন্ত্ৰীৰ সমষ্টিৰ শিলভড়াল গাৱঁত ভয়ংকৰ ঘটনা
মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত সংঘটিত হ'ল এক ভয়ানক কাণ্ড। সমষ্টিৰ অন্তৰ্গত শিলভড়াল গাৱঁত ভূমি বিবাদেই ললে এক ভয়ংকৰ ৰূপ। ভূমি বিবাদৰ বাবেই হত্যাৰ অপচেষ্টা অহেদৰ ৰহমান নামৰ এজন ব্যক্তিক। ৰাজপথত আগছি ধৰি হেলমেটেৰে…
মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ত দুদিনীয়া কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন
মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ে ২৫ টা বৰ্ষত ভৰি দি দুদিনীয়াকৈ উৎযাপন কৰিছে ৰূপালী জয়ন্তী উৎসৱ ৷
আনহাতে মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়খনে বিগত ২৫ বছৰজোৰা শৈক্ষিক যাত্ৰাকালত শতাধিক মানৱ সম্পদ গঢ় দিয়াৰ লগতে মৰিগাঁৱৰ গৌৰৱময় শৈক্ষিক পৰিবেশ…
তামুলপুৰত BTR চৰকাৰৰ শিশু অধিকাৰ সুৰক্ষাৰ ওপৰত কৰ্মশালা
কৰ্মশালাত অংশগ্ৰহণ BTR প্ৰধান প্ৰমোদ বড়ো সহ BTRৰ MCLA তথা EM সকলৰ।
২০২৫ ৰ ভিতৰত শিশুৰ বাবে সুৰক্ষিত BTR গঢ়াৰ লক্ষ্য।
BTR ৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ বাবে শিশু সুৰক্ষাৰ নামত পাছ লাখ থকাকৈ নিৰ্ধাৰণ। আজি ইউনিচেফ আৰু CDPS নামৰ সংস্থাটোৰ ফালৰ…