দুজনী মাৰ গৰ্ভৰ পৰা এটা সন্তানৰ জন্ম সম্ভৱ, দ্বাপৰ যুগৰ বলৰামৰ দৰে
এই বিৰল পৰিঘটনা ইউৰোপত সংঘটিত হৈছে। ৩০ বছৰীয়া এষ্টেফানিয়াৰ গৰ্ভত এই ভ্ৰূণ গজালি মেলিছে। আৰু সেই ভ্ৰূণটো পুনৰ ২৭ বছৰীয়া আজাহাৰাৰ গৰ্ভত ৰোপণ কৰা হয়। ৯ মাহৰ পিছত সেই শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখিলে। নাম ডেৰে এলয়। মাতৃ আৰু সন্তান দুয়োৰে…
ইজৰাইলৰ বোমা বিস্ফোৰণত গাজাত একেটা পৰিয়ালৰ ৫২ জন সদস্য নিহত
গাজাত ইজৰাইলৰ বোমা বিস্ফোৰণত একেটা পৰিয়ালৰ ৫২ জন সদস্যই প্ৰাণ হেৰুৱাইছে। বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ’ব পৰা যুদ্ধবিৰতিৰ চুক্তিত উপনীত হোৱাৰ পিছত ইজৰাইলে ঘেৰাও কৰা গাজা ষ্ট্ৰিপত বোমাবৰ্ষণ অব্যাহত ৰাখিছে বুলি পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰীয়ে…
টিভি বন্ধ কৰাৰ বাবেই পুত্ৰক মোবাইল চাৰ্জাৰেৰে হত্যা পিতৃৰ
দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰতিদ্বন্দিতা কৰাৰ সময়ত সমগ্ৰ দেশতে বিৰাজ কৰিছিল উন্মাদনাই। বিগত প্ৰায় ডেৰ মাহ ধৰি ক্ৰিকেট জ্বৰত আক্ৰান্ত আছিল দেশ।এনে উন্মাদনাত উত্তৰ প্ৰদেশৰ এজন লোক ইমানেই নিমগ্ন হৈ পৰিছিল যে মেচ…
অহা ৩১ ডিচেম্বৰৰ পিছত বন্ধ হৈ যাব পাৰে আপোনাৰ Google Pay, PhonePe আদিৰ UPI ID
অহা ৩১ ডিচেম্বৰৰ পৰা বহু লোকে ব্যৱহাৰ কৰিব নোৱাৰিব নিজৰ UPI । ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যনে PhonePe আৰু Google Payৰ দৰে থাৰ্ড পাৰ্টি এপক UPI বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু সকলোৰে ভয়ৰ কাৰণ নাই, কাৰণ এই নিৰ্দেশনা কেৱল সেইসকলৰ…
কাশ্মীৰত সেনা-জেহাদীৰ তীব্ৰ সংঘৰ্ষত মেজৰ আৰু ২ জন জোৱান শ্বহীদ
জম্মু-কাশ্মীৰত তীব্ৰ বন্দুক যুদ্ধ। সেনা আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত এজন মেজৰ আৰু ২ জন জোৱান শ্বহীদ হয়।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ছলকী অঞ্চলত বুধবাৰে সেনাই উগ্ৰপন্থীক বাহিৰ কৰি দিয়াৰ অভিযান আৰম্ভ…
চীনে বন্ধ কৰিছে শ শ মছজিদ
চীনৰ নিংছিয়া আৰু গানছু অঞ্চলৰ শ শ মছজিদ বন্ধ বা সংশোধন কৰিছে চীন কৰ্তৃপক্ষই। জিনজিয়াঙৰ পিছতে এই দুই অঞ্চলত মুছলমান জনসংখ্যা সৰ্বাধিক। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটছ ৱাচে প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্যসমূহ অৱগত…
অমিতাভ-শ্বাহৰুখ নহয়, ছলমান আহি আছে কলকাতা চলচ্চিত্ৰ মহোৎসৱলৈ
ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ৫ তাৰিখৰ পৰা ১২ তাৰিখলৈ চলিব এই মহোৎসৱ। বলীউডৰ অভিনেতা অমিতাভ বচ্চন-শ্বাহৰুখ খান নহয়, ছলমান খান এই উৎসৱলৈ অতিথি হিচাপে আহিব।
প্ৰতি বছৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ…
ভিটামিনৰ অভাৱত হতাশাৰ সৃষ্টি হ’ব পাৰে
মানসিক স্বাস্থ্যৰ অৱনতি বিশ্বজুৰি এক ডাঙৰ চিন্তাৰ বিষয়। মানসিক স্বাস্থ্যৰ অৱনতি ভিটামিন বি-১২ৰ অভাৱতো হ'ব পাৰে বুলি পুষ্টি বিশেষজ্ঞই কয় । যদি শৰীৰত ভিটামিন বি-১২ৰ অভাৱ হয় তেন্তে হতাশাৰ সৃষ্টি হ’ব পাৰে। আৰু এইটো হ্ৰস্বম্যাদী বা…
লিডুত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
এফালে উন্নয়নৰ ঢাক ঢোল ৷ আনফালে এতিয়াও বাহৰ দলঙেৰে বিপদসংকূল যাতায়ত ব্যৱস্তা ৷ মাৰ্ঘেৰিটা লিডুৰ টিৰাপ নদীৰ উপৰত আজিওঁ নিৰ্মান নহল এখন পকী দলং ৷
মাৰ্ঘেৰিটা লিডুত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷…
উত্তৰ কোৰিয়াৰ চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণ
উত্তৰ কোৰিয়াই পৰীক্ষামূলকভাৱে মহাকাশলৈ প্ৰেৰণ কৰিলে চোৰাংচোৱা উপগ্ৰহ। জাপান আৰু দক্ষিণ কোৰিয়াই এই তথ্য প্ৰকাশ কৰিছে। উত্তৰ কোৰিয়াই নিষিদ্ধ বেলিষ্টিক মিছাইলেৰে মহাকাশলৈ প্ৰেৰণ কৰিছে চোৰাংচোৱা উপগ্ৰহ জাপান আৰু দক্ষিণ কোৰিয়া সষ্টম হৈ…