অৰুণাচলত দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন লোকৰ
অৰুণাচল প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন লোকৰ। পাহাৰৰ পৰা প্ৰকাণ্ড শিল গাড়ীৰ ওপৰত বাগৰি পৰাৰ ফলত থিতাতে মৃত্যু হয় চাৰিজন লোকৰ। ১৩নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ভূমিস্খলনৰ ফলতে সংঘটিত হয় এই…
শিৱসাগৰত কৰ্মবিৰতীৰে পৌৰ সভাৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বিক্ষোভ
✍️অনিদিষ্ট কালৰ বাবে কাম নকৰাৰ হুংকাৰ
বিগত দুদিনৰ পৰা কৰ্মবিৰতি পালন কৰি অহা শিৱসাগৰ পৌৰ সভাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে একাধিক গুৰুত্বপূৰ্ণ দাবী ৰূপায়ণৰ স্বাৰ্থত আজি চহৰ খন পৰিস্কাৰ কৰাৰ পৰা বিৰত থাকি তীব্ৰ প্ৰতিবাদ…
নাজিৰাত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী ষঠ পূজাৰ ব্যাপক প্ৰস্তুতি
শিৱসাগৰ জিলাৰ নাজিৰাত বাচক বণিয়া সাজ সজ্জাৰে দিখৌ নদীৰ পাৰত জিলিকাই তুলিছে ষঠ পূজাৰ আয়োজনৰ প্ৰস্তুতি ।
শ্ৰী শ্ৰী সূৰ্যষষ্ঠী ব্ৰতৰ মাংগলিক শুভ আগমনৰ ক্ষণত পৰম্পৰাগত ভাৱে বিগত কেইবছৰৰ দৰে এইবাৰো শ্ৰী শ্ৰী ষঠ পূজা সমিতি আৰু নাজিৰাবাসী…
অব্যাহত আছে উত্তৰাখণ্ডৰ ভাঙি পৰা সুৰংগত উদ্ধাৰ অভিযান
উত্তৰাখণ্ডৰ ভাঙি পৰা সুৰংগটোত উদ্ধাৰ অভিযানে ষষ্ঠ দিনত প্ৰৱেশ কৰিছে। ১২০ ঘণ্টাৰো অধিক সময় ধ্বংসাৱশেষত আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। ৯০০ মিলিমিটাৰ বহল পাইপ মাটিৰ তলত ৬০ মিটাৰ খান্দিব লাগে বুলি জনা যায়। সেই পাইপটোৰে এজন এজনকৈ ওপৰলৈ আহিব আৱদ্ধ…
একেৰাহে ১২০ ঘণ্টা ৰান্ধি বিশ্ব অভিলেখ
একেৰাহে ১২০ ঘণ্টা ৰান্ধি বিশ্ব অভিলেখ গঢ়িলে আইৰিছ চেফ এলান ফিচাৰে। তেওঁ জাপানত থাকে। শেহতীয়াকৈ তেওঁ মাটছু চহৰৰ এখন ৰেষ্টুৰেণ্টত ১১৯ ঘণ্টা ৫৭ মিনিট ৰান্ধিছে। পূৰ্বৰ অভিলেখধাৰী নাইজেৰিয়াৰ হিল্ডা বাছিতকৈ ২৪ ঘণ্টা বেছি ৰান্ধিছে ছানীয়ে। কেৱল…
৫০ কোটি টকা বিচৰাৰ পিছতো ‘বৰ্ডাৰ ২’ত থাকিব ছানী, আয়ুষমান খুৰানাও থাকিব
চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা বলিপাৰাৰ দেওল পৰিয়ালৰ মাজত আলোচনা চলি আছে। বছৰৰ আৰম্ভণিতে ছানী দেউলৰ পুত্ৰ কৰ্ণ দেউলৰ বিয়া হৈছিল। তাৰ পিছত বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ ছবিৰে পুনৰ…
পথৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৩৭ জনৰ মৃত্যু
জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।বাট'টে-কিষ্টৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰুংগাল-আছাৰৰ সমীপত পথৰ পৰা প্ৰায় ৩০০ ফুট তললৈ বাগৰি পৰে এখন বাছ।যাৰ ফলত ৩৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ১৯ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছতে…
কলিয়াবৰ বৰঘুলীত অগ্নিকাণ্ড
কলিয়াবৰ বৰঘুলীত অগ্নিকাণ্ড। হঠাৎ জ্বলি উঠিল বিদ্যুৎ পৰিবাহি টাৰৰ খুটা। বিদ্যুৎ বিভাগৰ গাফিলটিৰ বাবেই বৰঘুলীত সঘনাই জুইৰ সূত্ৰপাত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে অতি সোনকালে বিদ্যুৎ পৰিবাহি খুটাত খালি টাৰৰ পৰিবৰ্তে কেবুল…
মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ
মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া যুৱকক আটক ।কিছুদিন পূৰ্বে সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া হৈছিল মন্ত্ৰী অতুল বৰাক।শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে হত্যাৰ ভাবুকি দিয়া যুৱকজনক।যুৱকজন গৌৰীসাগৰ আৰক্ষী থানাৰ…
মৰিগাঁৱত কলেজীয়া ছাত্ৰীক ছুৰিকাঘাত দুই দুৰ্বৃত্তৰ
মৰিগাঁৱৰ দলবাৰীত এগৰাকী কলেজীয়া ছাত্ৰীৰ ওপৰত ছুৰিকাঘাতৰ ঘটনা। কলেজলৈ গৈ থকাৰ অৱস্থাত ছাত্ৰীগৰাকীক মুখত সোপা দি দুই যুৱকে চুৰীৰে আক্ৰমণ কৰে। আহত ছাত্ৰীগৰাকীৰ মৰিগাঁৱৰ জ্ঞানদ্বীপ চিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। জানিব পৰা…