যুদ্ধবিৰতিৰ বিষয়ে ইজৰাইল চৰকাৰে কি কয়
কাটাৰৰ হেচাত ইজৰাইল চৰকাৰে গাজাত অস্থায়ী যুদ্ধবিৰতিৰ চুক্তিত অনুমোদন জনালে। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে এই চুক্তিৰ অৰ্থ এইটো নহয় যে যুদ্ধ বন্ধ হ’ব।’ ইজৰাইল চৰকাৰে স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা চাৰিদিনীয়া…
পুৰুষসকলৰ মহিলাতকৈ আয়ুস কম কিয়
সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত পুৰুষসকল মহিলাতকৈ পিছ পৰি আছে। যিয়ে তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।
নাৰী বা পুৰুষ, কোন বেছি দিন জীয়াই থাকে সেয়া সকলোৰে মনত কম বেছি পৰিমাণে থকা এটা প্ৰশ্ন। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষৰ গড় আয়ুস…
বৰ্বৰ হামাস! ইজৰাইলী যুৱতীৰ জীৱন ভিক্ষাকো উপেক্ষা কৰি পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা গুলী চালনা
হামাছে ৭ অক্টোবৰত ইজৰাইল আক্ৰমণ কৰিছিল। তেতিয়াৰ পৰাই ইজৰাইল-হামাছৰ সংঘৰ্ষ আৰম্ভ হৈছে। এতিয়া, এটা ভিডিঅ' মুকলি কৰিছে। যিটোত দাবী কৰা হৈছে যে এইটো যোৱা মাহৰ ৭ তাৰিখৰ ভিডিঅ'। ফুটেজটোৱে দেখুৱাইছে যে কেনেকৈ হামাচৰ বন্দুকধাৰীসকলে সংগীত উৎসৱলৈ…
আমিন গাঁও নিউ ক’লনীত অঘটন
বিবাহিত পুৰুষৰ শাৰীৰিক নিৰ্যাতনৰ বলি ১৫ বছৰীয়া কিশোৰী ।
শয়নৰত কিশোৰীক অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ লওতেই পত্নীয়ে পেলালে ধৰা ।
আমিন গাঁও নিউ ক'লনীৰ সুদীপ দাস (৪৫) নামৰ পাষণ্ডই নিজ কন্যাৰ স'তে শুই থকা কিশোৰীগৰাকীক চলাইছিল কু-অভিপ্ৰায় ।…
চকচকা মণ্ডলৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ
ভাৰতীয় জনতা পাৰ্টিৰ সৰভোগ সমষ্টিৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে সৰভোগ তথা বৰনগৰ অঞ্চলৰ ১০১ গৰাকী বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ মাজত চেক বিতৰণ কৰে৷চেক বিতৰণৰ সময়ত আজি চকচকা ব্লক মণ্ডলৰ সভাপতি…
বিহাৰৰ মধেপুৰা জিলা উপায়ুক্তৰ গাড়ীৰ খুন্দাত এটা শিশুসহ ৩ জনকৈ লোকৰ মৃত্যু
বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মধেপুৰা জিলা দণ্ডাধীশ বিজয় প্ৰকাশ মীনাৰ গাড়ীয়ে মঙলবাৰে কেইবাজনো পথচাৰীক চেপি সংঘটিত কৰা দুৰ্ঘটনাত ৭ বছৰীয়া শিশুসহ ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ…
ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে ২৩ নবেম্বৰৰ পৰা গণেশগুৰিত শ্ৰীশ্ৰী হনুমান মন্দিৰৰ প্ৰাণ…
গুৱাহাটী ২২ নবেম্বৰ: গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানত নিৰ্মাণ কাৰ্য্য অব্যাহত থকা হনুমান মন্দিৰটো পাচ দিনীয়া পূজা অৰ্চনাৰে অহা ২৮ নবেম্বৰত উদ্ধোধন কৰা হ'ব।
ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে…
বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিশ্বকাপত ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে এজন ২১ বছৰীয়া যুৱকে! দেওবাৰে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত। আশাহত হৈ পৰিছিল কোটি কোটি ক্ৰিকেট অনুৰাগী।আন অনুৰাগীৰ দৰে…
বিশ্বকাপ ট্রফীটোৰ মূল্য কিমান?আপুনি বাৰু জানেনে?
দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ মেগা ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। ১৪০ কোটি লোকৰ এখন দেশে ঘৰুৱা খেলপথাৰত তৃতীয়বাৰৰ বাবে ভাৰতক এদিনীয়া ক্ৰিকেটত বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট টীম হিচাপে…
বঙাইগাঁওত ভয়াৱহ পথ দুৰ্ঘটনা; স্কুলীয়া ছাত্ৰীসহ গুৰুতৰভাৱে আহত ৮ গৰাকী লোক
বঙাইগাঁওৰ গেৰুকাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা।গেৰুকাবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰপেটা অভিমুখী AS 01 NC -7760 নম্বৰৰ EXPLOSIVE VAN এ মহতিয়াই নিলে দুখনকৈ দোকান।এই দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰীসহ গুৰুতৰভাৱে আহত ৮ গৰাকী লোক।আহত সকল ক্ৰমে…