Daily Time Axom

তেজপুৰৰ পৰা স্পীড বোটেৰে শিলঘাটলৈ আহিল বিদেশী পৰ্যটক

অসমত নদী পৰ্যটনলৈ আহিছে ভাবুকি । ব্ৰহ্মপুত্ৰ নদী শুকাই যোৱাৰ ফলত আহিছে এই ভাবুকি । সাধাৰণতে বিদেশী পৰ্যটক গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বিলাসী জাহাজৰে ভ্ৰমণ কৰে উজনীলৈ । বিলাসী জাহাজৰে অহা পৰ্যটকে কলিয়াবৰৰ শিলঘাটত অৱস্থান কৰি অসম…

কাইলৈ ছবিগৃহত ‘এনিমেল’ আৰু ‘শ্বাম বাহাদুৰ’

১ ডিচেম্বৰত বলীউডৰ দুখন ছবিগৃহত মুক্তি পাব। নাম "এনিমেল" আৰু "শ্বাম বাহাদুৰ"। দুয়োখন ছবিয়ে অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে। বক্স অফিচত কোন অভিনেতা আগবাঢ়িব সেই লৈ ইতিমধ্যে যুঁজ আৰম্ভ হৈছে। অভিনেতা বিকি কৌশলৰ মতে, "যেতিয়া দুজন…

বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজেপিৰ কৰ্মী সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ…

চিৰাং জিলাৰ বিজনী চহৰস্থিত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বিয়লি অনুষ্ঠিত বিজেপিৰ এখন কৰ্মী সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি সাংবাদিকক কয় যে -কংগ্ৰেছ আৰু এ,আই,ইউ,ডিএফ (AIDUF)এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । মাজে…

সৰুপথাৰত ১ আৰু ২ ডিচেম্বৰত ৰামধেনু মুকলি মঞ্চত ২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ‘অসম…

গোলাঘাটৰ সৰুপথাৰত ধনশিৰি টাই আহোম জনগোষ্ঠী উদ্যোগত সৰুপথাৰবাসী ৰাইজৰ সহযোগত অহা ১ আৰু ২ ডিচেম্বৰ তাৰিখে ৰামধেনু মুকলি মঞ্চত ২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব 'অসম দিৱস' । ইতিমধ্যে উক্ত দিৱসটি উদযাপনৰ বাবে গঠন কৰা উদযাপন সমিতিৰ তত্বাৱধানত…

ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্তি পালে ৩০ গৰাকী পেলেষ্টাইনী মহিলা আৰু শিশু

হামাছ-ইজৰাইলৰ যুদ্ধবিৰতি চুক্তিৰ পঞ্চম দিনা ইজৰাইলে আৰু ৩০ জন পেলেষ্টাইনীক কাৰাগাৰৰ পৰা মুক্ত কৰে। এই পৰ্যন্ত ১৮০ পেলেষ্টাইনীক মুকলি কৰি দিয়া হৈছে। আনহাতে হামাছে ১২ জন কয়দীক মুকলি কৰি দিয়ে। ইজৰাইলৰ কাৰাগাৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে…

৫বিধ পানীয় খালে অনিদ্ৰাৰ সমস্যা নাইকিয়া হয়

স্বাস্থ্যসন্মত খাদ্য খোৱাৰ লগতে সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত টোপনিও অতি প্ৰয়োজনীয়। অনিদ্ৰাৰ ফলত হৃদৰোগ, স্নায়ুৰ দুৰ্বলতা, মেদবহুলতা আদি হাজাৰ হাজাৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। এজন প্ৰাপ্তবয়স্কক গোটেই দিনটো কমেও ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।…

চুৰি হ’ল গাখীৰ

চলি আছে ৰাস । চুৰি হ'ল গাখীৰ । পিছে কলিৰ যুগত লৱণু বিছাৰি আহি, কোনে কৰিলে গাখীৰ চুৰি । ঘটনা উত্তৰ গুৱাহাটী মধুপুৰৰ । উত্তৰ গুৱাহাটীত ৰাসৰ মাজতে দুটাকে চুৰিকাণ্ড । মধুপুৰৰ ৰাজীব লেখাৰুৰ ঘৰৰ পদুলিত বহু বছৰৰ পৰা মজুত হয় গাখীৰৰ কাৰ্টন ।…

হাটশিঙিমাৰীত অংগনৱাদী কৰ্মীৰ প্ৰতিবাদ

দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তক অভিযোগ আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ফেকামাৰী‌ শিশু উন্নয়ন প্ৰকল্পত কৰ্মৰত অংগনৱাদী কৰ্মী সকলে উপস্থিত হয় আৰু জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে। উল্লেখ্য যে অভিযোগ মতে…

কবিতা-গীতেৰে সমৃদ্ধ বৰক্ষেত্ৰীৰ বৰ্ণিবাৰীৰ ডিৰুৱা

*বৰ্ণিবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বীজ- the seed ৰ আতিথ্যত ডক্টৰ বিনয় কুমাৰ মজুমদাৰৰ কাব্যগ্ৰন্থ উন্মোচনৰ লগতে কবি সন্মিলনৰ আয়োজন। নলবাৰী জিলাৰ ডিৰুৱা প্ৰাথমিক বিদ্যালয়ত "বীজ -the seed" ৰ আতিথ্যত "বৰ্ণিবাৰী শাখা সাহিত্য সভা"ৰ…

হিন্দুস্তান স্কাউট এণ্ড গাইডৰ জিলা সমিতি গঠন

মৈৰাবাৰী তাজ মহম্মদ খান মাধ্যমিক বিদ্যালয়ত আজি হিন্দুস্তান স্কাউড এণ্ড গাইডৰ জিলা সমিতি গঠন কৰিবলৈ এখনি সভা অনুষ্ঠিত কৰা হয়। জিলা সমিতি গঠন কৰি সদস্য ভৰ্তি কাৰ্যসূচীত বিদ্যালয় খনৰ শিক্ষকৰ লগতে এশ গৰাকীৰো অধিক স্কাউড এণ্ড গাইডৰ অন্তৰ্গত…