Daily Time Axom

ফিনলেণ্ডে প্ৰথম বাৰ্ড ফ্লুৰ ভেকচিন প্ৰদান কৰিবলৈ ওলাইছে মানুহক

ফিনলেণ্ড বিশ্বৰ প্ৰথমখন দেশ হ’বলৈ গৈ আছে যিয়ে মানুহক বাৰ্ড ফ্লুৰ প্ৰতিষেধক প্ৰদান কৰিব। জীৱ-জন্তুৰ সংস্পৰ্শলৈ অহা একাংশ শ্ৰমিকক অহা সপ্তাহত টিকাকৰণ কৰা হ’ব। নৰ্ডিক দেশখনে ১০ হাজাৰ নাগৰিকৰ ভেকচিন ক্ৰয় কৰিছে। প্ৰতিটোতে দুটাকৈ বেজী থাকে।…

হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত অধিক গুৰুত্ব দিছে ভাৰতে

হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘক ১১.৬০ বিলিয়ন ডলাৰ দিছে। ভাৰতৰ স্থায়ী মিছন টু দ্য ৱৰ্ল্ড অৰ্গেনাইজেচন ‘চাৰ্জ দ্য ফিয়াৰ্ছ’ৰ আৰ ৰবীন্দ্ৰই ৰাষ্ট্ৰসংঘৰ গ্ল’বেল কমিউনিকেশ্যন ডিভিজনৰ বাতৰি আৰু মিডিয়া বিভাগৰ সঞ্চালক ইয়ান…

ধাৰাসাৰ বৰষুণত দিল্লী বিমানবন্দৰৰ ধাৰাসাৰ বৰষুণত দিল্লী বিমানবন্দৰৰ ছাদৰ এটা অংশ ভাঙি এজনৰ মৃত্যু

ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চালৰ এটা অংশ ভাঙি পৰে। শুকুৰবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় এই ঘটনা। ছাদ ভাঙি কমেও ৮ জন লোক আহত হয়। তাৰে এজনৰ মৃত্যু হয়। এই ঘটনাৰ কেইবাটাও ভিডিঅ’…

মৈৰাবাৰীত এক অচিনাকি মৃতদেহ উদ্ধাৰ

মৈৰাবাৰীত এক অচিনাকি মৃতদেহ উদ্ধাৰ। মৃতদেহটো মৈৰাবাৰী মৰিগাঁও গড়কাপ্তানী পথৰ কাষতে পৰিথকা অৱস্থাত প্ৰত্যেক কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে ৰাতিপুৱা দশটা বজালৈকে ইয়াত কোনো মৃতদেহ নাছিল যদিও হঠাতে এনেদৰে মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চল…

বঙাইগাঁৱত নামনি অসমৰ ছখন জিলাৰ বাণিজ্য আৰু ব্যৱসায়ী সন্থাৰে বৈঠক মন্ত্ৰী অশোক সিংহল আৰু…

যোৱা ১৯ জুনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত কাৰ্যকৰীকৰণৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে বঙাইগাঁৱৰ অসম আৰক্ষী অভিৱৰ্তন কেন্দ্ৰত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বিষয়ত…

ঢেকিয়াজুলিৰ কিশোৰী নিগ্ৰহৰ ঘটনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

মানৱ সমাজক লজ্জানত কৰা এনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ:সিংহল ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি নিজ সমষ্টি ঢেকিয়াজুলিৰ ভোটপাৰা পলাশবস্তিত উপস্থিত হৈ অঞ্চলটোত কালি…

মৈৰাবাৰীত বিষ খুৱাই ২০ টা ঘৰচীয়া হাঁহ নিধন এটি দুখীয়া পৰিয়ালৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত দলৈ গাঁও বিল পাৰত জালালউদ্দিন নামৰ এগৰাকী গুণ্ডা প্ৰকৃতিৰ লোকে জিয়াবুৰৰ বিশটা হাঁহ চৰাই বিষ পান কৰাই নিধন কৰাত অঞ্চলটোত তীব্ৰ চান্ছ্যল্যৰ সৃষ্টি হৈছে। একমাত্ৰ হাঁহ চৰাই পালন কৰি জীৱিকা নিৰ্বাহ কৰা…

ধুবুৰীৰ এগৰাকী CRPF জোৱানৰ নিৰ্লজ্জ কাণ্ড

স্ত্ৰী-সন্তান এৰি দ্বিতীয় বিবাহ পাশত আৱদ্ধ হোৱাৰ অভিযোগ প্ৰথমা পত্নী তথা এক সন্তানৰ মাতৃ সাহানাজ পাৰবিনৰ। অভিযোগ অনুসৰি আঠ বছৰ পূৰ্বে গৌৰীপুৰৰ ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ আব্দুল ওৱাহাব জোৱাৰদাৰৰ পুত্ৰ CRPF যোৱান মাজিদুল ইছলামৰ সৈতে ঝগৰাপাৰৰ…

সুৰাপায়ী উদণ্ড চালকৰ অতপালি

বুধবাৰে মৈৰাবাৰী-লাহৰিঘাট গৰকাপ্তানী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত তাঁতীকটা গাঁৱৰ খুছুল আমীন নামৰ এগৰাকী ৫০ বছৰীয়া বৃদ্ধ গুৰুতৰ বাবে আহত হয়। বৃদ্ধগৰাকী এখন চাইকেলেৰে আহি থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়াই আহত কৰা গাড়ী খনৰ…

ওঁঠত হাঁহি লৈ প্ৰধানমন্ত্ৰীৰ সৈতে উষ্ম হেণ্ডচেক ৰাহুলৰ

ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত দুটা মেৰুৰ মানুহ। বিজেপিৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ তথা বিৰোধী নেতা ৰাহুল গান্ধী । শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ইজনে সিজনৰ ওপৰত ব্যক্তিগত আক্ৰমণৰ দৃষ্টান্তও দেখা…