Daily Time Axom

ONGC বন্ধ কাৰ্য্যসূচী এক মাহৰ বাবে সাময়িক ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত

ONGCয়ে অহা জুলাই মাহৰ ৩০ তাৰিখৰ ভিতৰত নিবিদা গ্ৰহণ কৰি লটাৰিৰ যোগেৰে লঘূ যান-বাহন কৰিব প্ৰদান | শিৱসাগৰ জিলাৰ প্ৰাচীন কৃতি চিহ্ন সমূহৰ উন্নয়নৰ বাবে প্ৰতি বছৰে দিব তিনি কোটি | ONGCৰ কোনো কাৰ্যালয় বাহিৰলৈ স্থানান্তৰ কৰা নহয় | ৰেচন কাৰ্ড…

মৰিগাঁও জাগীৰোড শিলভঙাত দখলীকৃত চৰকাৰী ভূমি উদ্ধাৰ

মৰিগাওঁ শিলভঙাত দখলমুক্ত কৰা হয় বহু পৰিমাণৰ চৰকাৰী ভূমি । চৰকাৰী ভূমি দখলমুক্ত কৰা পৰা মৰিগাঁও জিলা প্ৰশাসনে অভিযান চলাই উদ্ধাৰ কৰা লগতে অভিযান কালত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ উপৰিও…

সংবিধানৰ প্ৰতি ভালপোৱা দেখুৱাবলৈ কংগ্ৰেছৰ কোনো অধিকাৰ নাইঃ মোডী

জৰুৰীকালীন অৱস্থাক লৈ ভাৰতীয় ৰাজনৈতিক দল কংগ্ৰেছক পুনৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল। ১৮ সংখ্যক লোকসভাৰ দ্বিতীয় দিন আৰম্ভ হোৱাৰ পূৰ্বে জৰুৰীকালীন অৱস্থাৰ ‘ক’লা দিন’ৰ কথা…

মৃগীৰোগীৰ মূৰত স্থাপন কৰা হ’ল বিশ্বৰ প্ৰথমটো সফল ডিভাইচ

পৃথিৱীত প্ৰথমবাৰৰ বাবে, চিজাৰ নিয়ন্ত্ৰণ কৰিবলৈ গুৰুতৰ মৃগীৰোগীৰ মূৰত এক বিশেষ সঁজুলি স্থাপন কৰা হৈছে। সংশ্লিষ্ট লোকসকলে দাবী কৰে যে ইয়াৰ জৰিয়তে বহুতো চিজাৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ। যোৱা বছৰ, ডিভাইচটো পৰীক্ষামূলকভাৱে অৰণ ন'ছন নামৰ এজন 13…

অসুস্থতাৰ বাবে অনশন ভংগ কৰে আতিশীয়ে

২১ জুনত তেওঁ পানীৰ দাবীত অনশনত বহিছিল। তেওঁ দাবী কৰিছিল যে হাৰিয়ানা চৰকাৰে দিল্লীক পৰ্যাপ্ত পানী প্ৰদান নকৰালৈকে অনশন অব্যাহত থাকিব। অৱশ্যে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত, তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত সলনি কৰে। দিল্লীৰ মন্ত্ৰী…

নগাঁৱৰ কচুৱাত প্রৱঞ্চনাৰে ধন সংগ্ৰহত নামিল দুই দালাল

লটাৰী খেলৰ টিকট বিক্ৰী কৰা বহু এজেন্টক ধন দাবী দুই দালালৰ।এছ.পি,ডি.এছ.পি, অচিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত চানখোলাত প্রবঞ্চনাৰ নতুন কৌশলৰ জালত পৰি দিশহাৰা হৈ পৰিছে ভুক্তভোগীসকলে । উল্লেখ্য যে ৰাজ্যত চলি থকা…

মৈৰাবাৰী প্ৰেছ ক্লাৱৰ চাৰি গৰাকী সাংবাদিকলৈ ২০২৪ বৰ্ষৰ “জাগ্ৰত প্ৰহৰী বঁটা” আৰু…

মৈৰাবাৰী সামাজিক সেৱা ছ'চাইটিৰ উদ্যোগত, ষ্টুডেন্ট কেডেট কৰ্পছ SCC অসমৰ তত্ত্বাৱধানত আজি মৈৰাবাৰীত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৈৰাবাৰী ফ্রেণ্ডজ গ্রুপ ছ'চাইটি,বহুমুখী সেউজ বিপ্লৱী মঞ্চ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠাৰ সহযোগত…

মৈৰাবাৰীত পুনৰ ছয়বছৰীয়া শিশু পুখুৰীত পৰি সলিল সমাধি

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ বিল্লাল হুছেইনৰ ছয় বছৰীয়া পুত্ৰ আকিবুৰ ৰহমানে অবৈধ ইটাবভাটাৰ মাটি খন্দা পুখৰীত পৰি সলিল সমাধি ঘটে। ইটাভাটাৰ নাই কোনো বৈধ নথি-পত্ৰ। চৰকাৰী বিল তথা চৰকাৰী মাটিত জধেমধে মাটি খান্দি বৃহৎ পুখুৰী…

কিম-পুটিনৰ ঐতিহাসিক প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ প্ৰতি আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা সমৰ্থনৰ সন্মুখীন হৈ উত্তৰ কোৰিয়াৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। বুধবাৰে পুটিনৰ পিয়ংইয়াং ভ্ৰমণৰ সময়ত এই চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ…

আদৰ্শ গাঁওৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ এখন আদর্শ গাঁৱৰ এশ এবুৰি সমস্যাই সচেতন ৰাইজৰ চকু কপালত তুলিছে ৷ উল্লেখ্য যে সমষ্টিটোৰ অধীনৰ ৫৫ নম্বৰ বর্ণিবাৰী-নপ্তিপাৰা গাঁও পঞ্চায়তৰ বর্ণিবাৰী গাঁওখন আদর্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে যদিও আজিও ভিন্ ভিন্…