Daily Time Axom

পুনৰ কংগনা-মাধৱন একেলগে

হিট ছবি ‘তনু ৱেডছ মানু’, ‘তনু ৱেডছ মানু ৰিটাৰ্ণছ’ৰ পিছত সকলোৱে আশা কৰিছিল তৃতীয়খন ছিকুৱেলৰ। হয়তো এইবাৰ সেয়াই হ'ব। সোমবাৰে সন্ধিয়া আৰ মাধৱন আৰু কংগনা ৰানাৱটে একেলগে ছবিখনৰ চিত্ৰনাট্য পঢ়ে। সেই ছবিখন তেওঁলোকে শ্বেয়াৰো কৰিছিল। লগে লগে…

দীপিকাৰ নতুন ইনিংছ

অভিনয় নহলেও পৰিচালনাই হওক। সেই কথাত সুখী দীপিকা পাডুকন। সেইবাবেই তেওঁ ৭৭ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ড ২০২৪ (বাফটা)ৰ পৰিচালক হ'ব । ১৮ তাৰিখে অনুষ্ঠিত হ'ব এই বঁটা প্ৰদান অনুষ্ঠান। ভাৰতে পিছদিনা চাব পাৰিব। দীপিকাক সংগ দিব হলিউডৰ তাৰকা…

বয়জেৰ আলগাত বিদ্যুৎ যোগানৰ নামত বিষয়া কৰ্মচাৰীৰ লুটৰাজত অতীষ্ঠ ৰাইজৰ তীব্ৰ বিক্ষোভ

ধুবুৰী জিলাৰ গৌৰীপুৰ সহ বিদ্যুত উপ সংমণ্ডলৰ অধীনত সুদীৰ্ঘ বয়জেৰ আলগা’কেবা খণ্ড বন্দীহানা’ বাহিৰ শালমাৰা’ গৌহাইলেৰ চৰ’ কাটালদি আদি গ্ৰাম্য এলেকাত দৰিদ্ৰ পৰিয়ালৰ মাজত বিদ্যুত যোগানৰ নামত বিষয়াৰ সোঁহাত স্বৰূপ বয়জেৰ আলগাৰ মইদুল ইচলাম নামৰ…

চন্দ্ৰৰ অদৃশ্য অংশৰ পৰা মাটি আনিলে চীনে

চীনে চন্দ্ৰৰ অদেখা অঞ্চলৰ পৰা মাটি আনিলে। এনেধৰণৰ আন কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ বিশ্বৰ ইতিহাসত। যি মাটিৰ পৰা নমুনা লোৱা হৈছিল সেই মাটি পৃথিৱীৰ পৰা দেখা পোৱা নাযায়। চন্দ্ৰৰ আন্ধাৰ ফালৰ পৰা মাটিৰ নমুনা লৈ মঙলবাৰে চীনৰ উত্তৰ ইনাৰ…

লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল ওম বিৰলা

পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় ওম বিৰলা। দ্বিতীয় বাৰৰ বাবে তেওঁক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। বুধবাৰে ১৮ সংখ্যক লোকসভা নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী ওম বিৰলাই জয়লাভ কৰে। ভোটত কে সুৰেশক পৰাস্ত কৰি তেওঁ অধ্যক্ষ পদলৈ নিৰ্বাচিত…

কচুৱাৰ খেৰুনীত ছাগলী চুৰিক লৈ কাজিয়াৰ সূত্ৰপাত

থানাত পৃথকে পৃথকে গোচৰ দুয়ো পক্ষৰ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ৯নং খেৰুনিত এটা ছাগলী চুৰিক লৈ মাৰপিটৰ ঘটনা সংঘটিত হয়।অভিযোগ অনুসৰি ওচৰৰে গাঁৱৰ এগৰাকী মহিলাৰ ছাগলী হেৰাই যোৱাত উল্লেখিত আচামীৰ এজনক সন্দেহ কৰি মহিলা জনীয়ে সোধপোচ কৰাত…

মুকালমুৱাত বিদ্যুতৰ লুকা ভাকুই জলাকলা খুৱাইছে গ্ৰাহকক।

নিয়মীয়া বিদ্যুৎ যোগান দিবলৈ দল সংগঠন,ৰাইজৰ দাবী। 'চবকা সাথ চবকা বিকাশ,ঘৰ ঘৰ বিজলী' শ্ল'গান দিয়া বিজেপি চৰকাৰখনে ২৪ ঘন্টাৰ ভিতৰত ৪ ঘন্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ বিদ্যুৎ গ্ৰাহকৰ মুখে মুখে আজি এই অভিযোগ ৷…

পোহনীয়া জন্তুৰো হিট ষ্ট্ৰ’ক হ’ব পাৰে!সাৱধান হওক…

কিছুদিন বৰষুণ দিলেও গৰম কমি যোৱা নাছিল। বতৰটোও আৰ্দ্ৰ। এই অস্বস্তিকৰ গৰমত বেমাৰ হোৱাটো অস্বাভাৱিক নহয়। কেৱল মানুহ নহয়, পোহনীয়া জন্তুও বেমাৰত পৰিব পাৰে। কেনেকৈ জানিব যে পোহনীয়া জন্তুৰ হিট ষ্ট্ৰ’ক হৈছে? এইবাৰ গ্ৰীষ্মকালত তাপমাত্ৰা প্ৰায়…

মানকাচৰৰ প্ৰাক্তন বিধায়িকা হুছেনাৰা বেগমক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতৰ বাসগৃহত উপস্থিত হ’ল অগপৰ…

কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত মানকাচৰত অগপৰ সাংগঠনিক সভা সম্পন্ন ধুবুৰী জিলাৰ মানকাচৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জাবেদ ইছলাম ডাঙৰীয়াৰ মাতৃৃ, বিশিষ্ট সমাজকর্মী তথা অসম চৰকাৰৰ প্রাক্তন…

মৈৰাবাৰীৰ শলমাৰী গাঁৱৰ এগৰাকী বৃদ্ধা মহিলা নিৰুদ্দেশ

সোমবাৰে ৰাতিপুৱা ৪ মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে ৰেজিয়া খাতুন নামৰ ৬৫ বছৰীয়া বৃদ্ধা মহিলা। বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো সন্ধান পোৱা নাই মহিলা গৰাকীৰ। অৱশেষত ভেলৌগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৰেজিয়া খাতুনৰ পুত্ৰই। কোনো সদাশয়…