মহানগৰীৰ দিছপুৰ দেৱদাৰু পথত ডকাইতি কাণ্ড
মহানগৰীৰ দিছপুৰ থানাৰ নিচেই সমীপতে দেৱদাৰু পথত মাৰুতি বাহনত অহা দুজনী ছোৱালী আৰু তিনিজন ল'ৰাই সেই পথেৰে আহি থকা লোক এজনক বাট আগুছি ধৰি মোবাইল টকাৰ বেগ কাঢ়ি লোৱাৰ ঘটনাই অঞ্চলতো চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷
ঘটনাৰ বিৱৰণী মতে যোৱানিশা ৯মান বজাত…