Daily Time Axom

গৌহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ” ন’ ফ্লাই জ’ন” ঘোষণা

গৌহাটী উচ্চ ন্যায়ালয় চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদক সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ "ন' ফ্লাই জ'ন" হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে । এই ব্যবস্হা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব

অম্বুবাচী মেলাত কামৰূপ (ম)ত পৰীক্ষা অনুস্থিত নকৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

আগন্ত্তক অম্বুবাচী মেলাৰ সময়ছোৱাত কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সকলো চৰকাৰী,প্ৰাদেশিককৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কে নিৰ্দেশনা জাৰি কৰিছে । এই সংক্ৰান্তত…

দোষী সাব্যস্ত হ’ল বাইডেনৰ পুত্ৰ, ২৫ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেনক দোষী সাব্যস্ত কৰা হয়। হয়তো ২৫ বছৰ জেল। বন্দুক কিনাৰ সময়ত ড্ৰাগছৰ বিষয়ে ভুৱা তথ্য দিয়াৰ অপৰাধত দোষী সাব্যস্ত হয়। ডেলাৱেৰ ৰাজ্যৰ আদালতে হাণ্টাৰক অপৰাধমূলক দুষ্টামিৰ তিনিটা গোচৰত দোষী…

তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ

জম্মু-কাশ্মীৰত তিনিদিনৰ ভিতৰত দ্বিতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ। এইবাৰ কঠুৱা জিলাত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। মঙলবাৰৰ এই আক্ৰমণত ৩ গাঁওবাসী আহত হয়। সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে, এজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা…

নৱগঠিত বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ উদ্যোগত যোৱা ৯ ডিছেম্বৰ তাৰিখে, অনলাইন যোগে হোৱা সিদ্ধান্তৰ ভিত্তিত বাংগালুৰুত অসম সাহিত্য সভাৰ এখন শাখা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি আৱশ্যক সংখ্যক আজীৱন সভ্যৰ বৰঙণি অসম সাহিত্য সভাৰ পুঁজিত জমা দিয়া…

আই আই টি গুৱাহাটীত ভাৰতীয় সেনা

আই আই টি গুৱাহাটীৰ আকাশত সেনা বাহিনীৰ হেলিকপ্টাৰ। শিক্ষাপ্ৰতিষ্ঠান খনৰ মুখ্য প্ৰশাসনিক ভৱনৰ সন্মুখত শ্বাসৰুদ্ধ পৰিবেশ। আই আই টি গুৱাহাটীৰ হ্ৰদত ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান। হ্ৰদৰ মাজত মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তিক হেপিকপ্টাৰেৰে জীৱন্তে…

বিলাসীপাৰাত গান্ধী চকত NSUI ৰ বিশাল প্ৰতিবাদ

সৰ্বভাৰতীয় NEET পৰিক্ষাৰ ফলাফলৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলাৰ NSUI ৰ শতাধিক ছাত্ৰই। ধুবুৰী জিলা N S U I যে বিলাসীপাৰা Neet পৰিক্ষাৰ ফলাফলৰ বিৰুদ্ধে এই প্ৰতিবাদ। অসম চৰকাৰ হায় হায় ভাৰত চৰকাৰ হায় হায় বিভিন্ন শ্লোগান…

নৱগঠিত বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ উদ্যোগত যোৱা ৯ ডিছেম্বৰ তাৰিখে, অনলাইন যোগে হোৱা সিদ্ধান্তৰ ভিত্তিত বাংগালুৰুত অসম সাহিত্য সভাৰ এখন শাখা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি আৱশ্যক সংখ্যক আজীৱন সভ্যৰ বৰঙণি অসম সাহিত্য সভাৰ পুঁজিত জমা দিয়া…

বঙাইগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ অনুষ্ঠিত হ’ল চতুৰ্দশ দ্বি- বাৰ্ষিক অধিবেশন

সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিবেশনখন এদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ বঙাইগাঁও মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। অতি পলমকৈ পোৱা তথ্যমতে উক্ত দিনা ৰাতিপুৱা সন্থাৰ পতাকা উত্তোলন কৰে জিলাৰ…

গান্ধী পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বৈঠক

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লী ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গান্ধী পৰিয়ালক সাক্ষাৎ কৰে। সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আই টি চি মৌৰ্য হোটেলত সাক্ষাৎ কৰে…