চেলেংহাটস্থিত শ্ৰীশ্ৰীকৰ্দৈগুৰি সত্ৰৰ বুলনি চ’ৰা উন্মোচন
১৬৩৮ চনত প্ৰতিষ্ঠা লাভ কৰা চেলেংহাটস্থিত শ্ৰীশ্ৰীসুনন্দদেৱ স্থাপিত শ্ৰীশ্ৰীকৰ্দৈগুৰি সত্ৰৰ বুলনি বাট চ'ৰা ভাগি আজি এক আধ্যত্মিক পৰিবেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। চাৰিং জকাই সত্ৰৰ লৰি অধিকাৰ গিৰীশ চন্দ্ৰ মহন্ত উন্মোচক হিচাপে উপস্থিত…