Daily Time Axom

মোডীক অভিনন্দন জনালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজে

তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নৰেন্দ্ৰ মোডীক অভিনন্দন জনায়। সোমবাৰে (১০ জুন) নিজৰ ব্যক্তিগত এক্স একাউণ্টত মোডীক শুভেচ্ছা জনায়। ছ’চিয়েল মিডিয়াত মোডীক টেগ…

ছালৰ যত্নৰ বাবে কেঁচা আম অতি উপকাৰী

আমৰ বতৰ আহিলে মানুহৰ খাদ্য তালিকাত কেঁচা আম প্ৰথম স্থানত থাকে। চাটনিৰ পৰা আচাৰলৈকে কেঁচা আম খাবলৈ সুস্বাদু, কিন্তু ছালৰ বাবে যে ই সমানেই উপকাৰী সেয়া জানেনে? কেঁচা আমত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও কেঁচা আমত ভিটামিন এ আৰু চি…

নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ সপ্তাহযোৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী সফল সামৰণি

কণমানি ছাত্ৰ-ছাত্ৰীসকলৰ আকৰ্ষণীয় বাটৰ নাটত মন্ত্ৰমুগ্ধ সকলো " আমাৰ ভৱিষ্যত আমাৰ ভূমি, পুনৰুদ্ধাৰৰ প্ৰজন্ম আমি " - মূলমন্ত্ৰলৈ সমগ্ৰ বিশ্বতে ৫ জুন তাৰিখে উদযাপিত হোৱা পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সপ্তাহযোৰা কাৰ্যসূচীৰে মহানগৰৰ চছলস্থিত…

হাৰিয়ানাৰ আন্দোলনকাৰী কৃষকক সাক্ষাৎ কৰিবলৈ গ’ল তৃণমূলৰ পাঁচজনীয়া প্ৰতিনিধি দল

হাৰিয়ানাৰ আন্দোলনকাৰী কৃষকৰ কাষত থিয় দিছে তৃণমূল কংগ্ৰেছ। প্ৰতিবাদকাৰী কৃষকসকলক সাক্ষাৎ কৰিবলৈ তৃণমূলৰ ৫ জনীয়া এটা প্ৰতিনিধি দল হাৰিয়ানাৰ খানৌৰী সীমান্তলৈ যায়। পাঁচজনীয়া দলটোত আছিল ডোলা সেন, ডেৰেক অ’ব্ৰাইন, মহম্মদ নাদীমুল হক, সাগৰিকা…

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থী আক্ৰমণ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণ। সোমবাৰে পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয়। ৰাতিপুৱা ১০.৩০ বাজিছিল। সেই সময়ত দুষ্কৃতিকাৰীয়ে হঠাতে কনভয়টোক লক্ষ্য কৰি গুলীচালনা কৰে। খবৰ অনুসৰি এই…

কানাডাত পুনৰ নিহত ভাৰতীয় যুৱক,মৃতদেহ উদ্ধাৰ

কানাডাত পুনৰ নিহত ভাৰতীয় মূলৰ যুৱক। কানাডাৰ ছাৰেত গুলীবিদ্ধ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতকৰ নাম যুৱৰাজ গোৱেল (২৮)। তেওঁ আছিল পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা। যুৱৰাজ ২০১৯ চনত ছাত্ৰ ভিছা লৈ কানাডালৈ আহিছিল। স্নাতক হোৱাৰ পিছত তেওঁ চেলছ…

মুকালমুৱাৰ দৰংগীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ বিজয় মহোৎসৱ

নলবাৰী জিলাৰ নৱগঠিত টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰংগীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত বিজয় মহোৎসৱ উদযাপন কৰে। তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ আনন্দত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলে…

সীমান্ত ৰক্ষী বাহিনীৰ গুলী চালনাত বাংলাদেশী চোৰাংচোৱাৰ মৃত্যু

দেওবাৰে পুৱা বি এছ এফৰ বৰ্ডাৰ আউট পোষ্টৰ জোৱানে ত্ৰিপুৰাৰ কালামচেৰা অঞ্চলত পহৰা দি থকাৰ সময়তে সীমান্তৰ বেৰৰ দুয়োফালে চোকা ধাৰৰ অস্ত্ৰৰে সজ্জিত চোৰাংচোৱাৰ এটা বৃহৎ দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওপৰেৰে চোৰাংচোৱাগিৰি সামগ্ৰী সৰবৰাহ কৰাৰ…

“অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ মই দৃঢ়…

মোদী চৰকাৰৰ ঐতিহাসিক তৃতীয় কাৰ্যকালত পুনৰ কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে আজি শপতগ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে পুনৰ স্থান লাভ কৰি…

চছল সংসাৰিক আইথান পূজা সমিতিৰ ১৩৯ তম বাৰ্ষিক অনুষ্ঠান সম্পন্ন

জনগোষ্ঠীয় কৃষ্টি দলৰ নৃত্য সম্ভাৰত মুখৰিত চছল আইথান পূজাস্থলী চছল সাংসাৰিক আইথান পূজা অতি ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত বুলি লোকবিশ্বাস ৷ চছল গাঁৱৰ অতি পুৰণা বাসিন্দা কাৰ্বি আৰু বড়ো জনগোষ্ঠীসকলৰ খেতি-বাতিত সুফল পোৱাৰ বাবে আৰু ৰাইজৰ…