Daily Time Axom

অষ্ট্ৰেলিয়াৰ আকাশত ৰহস্যময় মাছৰ বৰষুণ!

যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ এটা দুৰ্গম অঞ্চলত সংঘটিত হৈছিল এক অবিশ্বাস্য কাণ্ড। অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ সময়তে এবিধ মাছৰো বৰষুণ হয়। এই ঘটনাৰ পিছতে স্তম্ভিত হৈ পৰে ৰাইজ। এনে লাগিল যেন এই মাছ স্বৰ্গৰ পৰাহে পৰি আছে। তদুপৰি মাছবোৰ

ইনষ্টাগ্ৰামত টকা উপাৰ্জন কৰিব বিচাৰেনে? এই ৫টা টিপছ অনুসৰণ কৰক

নতুন প্ৰজন্মৰ মাজত ফেচবুকৰ চাহিদা কমিছে। এতিয়া তেওঁলোকে আজৰি সময়খিনিৰ বেছিভাগ সময় ইনষ্টাগ্ৰামত কটায়। ভিৰ কৰা মেট্ৰ’ হওক বা কলেজৰ শ্ৰেণীকোঠা হওক, যুৱক-যুৱতীসকলৰ মোবাইল ফোনলৈ এবাৰ চকু ফুৰালেই জানিব পৰা যাব যে তেওঁলোক ইনষ্টাগ্ৰামৰ ৰিল

‘ভাৰত মোৰ বাবে সকলো’, কানাডাৰ নাগৰিকত্ব বিষয়ে মুকলিকৈ কি ক’লে অক্ষয় কুমাৰে

এই দেশখনেই তেওঁৰ বাবে সকলো। টেলিভিছনৰ এটা অনুষ্ঠানতঅক্ষয় কুমাৰে কৈছিল, “…যেতিয়া মানুহে গম নোপোৱাকৈ মোৰ বিষয়ে বেয়া কথা কয়, তেতিয়া মোৰ দুখ লাগে। ভাৰত মোৰ বাবে সকলো। মই যিমানখিনি অৰ্জন কৰিছো সেয়া ইয়াৰ পৰাই। যদি মই আকৌ আহিব পাৰো…

কেজৰীক টাৰ্গেট কৰি ব্যক্তিগত সচিবক জেৰা

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বৈভৱ কুমাৰক আজি বলবৎকাৰী সঞ্চালকালয়ে জেৰা কৰে। সেই গোচৰৰ সোধা-পোছাৰ বাবে চিবিআইয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক তলব কৰিছে। গতিকে মনীষৰ পিছত

প্ৰদূষণহীন শক্তিত বিনিয়োগ কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰি কয় যে এই দেশৰ অপ্ৰদূষণকাৰী শক্তি (সেউজ শক্তি)ৰ ক্ষেত্ৰত বিনিয়োগ সোণ খননত কৰা বিনিয়োগতকৈ কম নহয়। এই ক্ষেত্ৰত তেওঁ সকলো ধৰণৰ সৰু-বৰ ব্যৱসায়ীক মূলধন ঢালিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে

মমতা বেনাৰ্জী লোকসভা নিৰ্বাচনৰ ‘গেম চেঞ্জাৰ’ হ’ব পাৰেঃশত্ৰুঘ্ন সিনহা

২০২৪ চনত বিৰোধীৰ ‘প্ৰধানমন্ত্ৰীৰ’ কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এনে পৰিস্থিতিত তৃণমূলৰ সাংসদ শত্ৰুঘ্ন সিনহাই কয় যে বিৰোধীৰ বাবে কোন প্ৰধানমন্ত্ৰী হ’ব সেই বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে এই মুহূৰ্তত স্পষ্টকৈ কোৱাটো প্ৰয়োজনীয় যে

ব্ৰেকফাষ্টত ৫বিধ ৰস খালে শীঘ্ৰেই ওজন কমিব

অতিৰিক্ত ওজন শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। আমাৰ প্ৰধান কৰ্তব্য হ’ল পেটৰ অতিৰিক্ত চৰ্বি কমোৱা। কাৰণ চৰ্বি পেটত থাকিলে শাৰীৰিক অনেক সমস্যাৰ সৃষ্টি হয়। সেয়েহে পেটৰ চৰ্বি সোনকালে কমাব লাগে। দৈনিক ব্যায়াম অতি গুৰুত্বপূৰ্ণ। তদুপৰি

বিশ্ব বেংকৰ পূঁজিৰে বেঁকী নদীৰ খহনীয়া ৰোধৰ কাম আৰম্ভ

অবৈধ খনন মোৰ ডিপাৰ্টমেণ্টত নহয়,অবৈধ খনন বেয়াঃ মন্ত্ৰী পিযুষ হাজৰিকা অবৈধ খননকাৰ্য বন্ধ কৰিব নোৱাৰিলে কাটাঝাৰ পাথাৰ গাঁও বৰপেটা জিলাৰ মানচিত্ৰৰ পৰা আতঁৰি যোৱাৰ আশংকা বৰপেটাৰোডৰ সমীপৰ গোবৰ্ধনাৰ ১১৮ বছৰীয়াঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ

৩ মিনিটত ১৮৪খন চেল্ফীৰে অক্ষয় কুমাৰৰ বিশ্ব অভিলেখ

অক্ষয় কুমাৰে আগন্তুক ছবি 'চেল্ফী'ৰ শক্তিশালী প্ৰচাৰ আৰম্ভ কৰিছে আৰু তেনে সময়তে তেওঁ বিশ্ব অভিলেখো গঢ়িছে । তেওঁৰ নামটোৱে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে ! বুধবাৰে মুম্বাইত মাত্ৰ ৩ মিনিটতে অভিলেখ সংখ্যক চেলফি তুলিছিল অক্ষয়ে।

শিৱসাগৰৰ সীমান্তৱৰ্তী ন-পাম বাৰুৱতী গাঁও পঞ্চায়তত অনিয়মক লৈ উত্তেজনা

সঠিক ভাৱে আঁচনি ৰূপায়ন নোহোৱাৰ অভিযোগ সাধাৰণ শ্ৰেণী ৰাইজৰ, আঁচনিত নাম অন্তভুক্তিৰ বাবে পঞ্চায়ত প্ৰতিনিধিয়ে ধন বিচৰাৰ অভিযোগ। দুৰ্নীতি আৰু দুৰ্নীতি । কেৱল মাত্ৰ লুণ্ঠনৰাজ পুঁজিপতি শ্ৰেণীৰ । শিৱসাগৰৰ সীমান্তৱৰ্তী ন-পাম বাৰুৱতী গাঁ ও