Daily Time Axom

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল ছেবাৰ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি৷ ৩১ মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব ছেবাৰ নিৰ্দেশনা৷ নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব ১০৭ খন বিদ্যালয়ে৷ উল্লেখ্য যে, মেট্ৰিকত

মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা, বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা। বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু। এখন ব’লেৰত তীব্ৰবেগী চিমেণ্টভৰ্তি ট্ৰাকে খুন্দা মাৰি ব’লেৰখনৰ ওপৰত পৰি যোৱাৰ সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া

শ্ৰীলংকাত ৩ মাৰ্চত ঘোষণা কৰা হ’ব নতুন ভোটগ্ৰহণ দিন

যোৱা এবছৰ ধৰি পলম হৈ থকা আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া স্থানীয় পৰিষদৰ নিৰ্বাচন বাতিল কৰাৰ কথা শুকুৰবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে শ্ৰীলংকাৰ নিৰ্বাচন আয়োগে। অহা ৩ মাৰ্চত ঘোষণা কৰা হ’ব নতুন ভোটগ্ৰহণ দিন। ২০১৮ চনৰ নিৰ্বাচনত

নিয়মিতভাৱে এই ফল খালে ফলাফল পাব!

ক’ভিডৰ পিছৰ সময়ছোৱাত ৰোগ প্ৰতিৰোধ অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কে সজাগতা বহু পৰিমাণে বৃদ্ধি পাইছে। স্বাস্থ্য বিশেষজ্ঞ আৰু পুষ্টিবিদসকলে কয় যে বতৰৰ ফল দৈনন্দিন খাদ্যত ৰাখিব লাগে। ডায়েবেটিছ, হাইপাৰটেনচিভ এতিয়া প্ৰায় প্ৰতিটো

এৰিক্সনে ৮৫০০ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে

ছুটীৰ ক্ষেত্ৰত আই টি কোম্পানীসমূহে ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। বিশ্বজুৰি ছুটীৰ আশংকা কৰিছে টেক কৰ্মীসকলে। শীৰ্ষ আই টি জায়ান্ট গুগল, মেটা, মাইক্ৰ’ছফ্ট, আমাজনৰ দৰেই এৰিক্সনে ছুটীৰ ঘোষণা কৰিছে। চিএনএনৰ এক

নলবাৰী কালাগ হাটখোলা চ’কত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নলবাৰী জিলাৰ কালাগ হাটখোলাস্থিত ডি ডি হেল্থ কৰ্ণাৰত ৰেডক্লিফ লেবৰ উদ্যোগত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰটোত চিকিৎসা সেৱা আগবঢ়াই এচ. এচ. পি. মেডিকেল কলেজৰ সহকাৰী অধ্যাপক চিকিৎসক ডাঃ চুমি ভট্ট

মেঘালয়ত শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত প’লিং বিষয়া

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ মেঘালয়ত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত প’লিং বিষয়া ছেচান চন্দ্ৰ মাৰাক। আহত হৈছে ২জন BSFৰ জোৱান আৰু এগৰাকী গৃহৰক্ষী জোৱানো। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মহিন্দ্ৰা পিকআপ ভানখন। টিক্ৰিকিল্লাৰ জাংৰাপাৰা

জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীক উদ্দেশ্যি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ, নিহত এজন নিৰাপত্তাৰক্ষী

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীক উদ্দেশ্যি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত নিহত সঞ্জয় শৰ্মা নামৰ নিৰাপত্তাৰক্ষীগৰাকী। দক্ষিণ কাশ্মীৰ জিলাত সংঘটিত হৈছে এই ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে

ৰৌতাৰ এনকাউণ্টাৰত কেনাৰাম নহয় আন এজনকহে হত্যা আৰক্ষীৰ

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ ওদালগুৰিৰ এনকাউণ্টাৰৰ নতুন মোৰ। কেনাৰাম বড়োৰ পৰিৱৰ্তে আৰক্ষীৰ এনকাউন্টাৰত নিহত ডিম্বেশ্বৰ মুছাহাৰী। আৰক্ষীয়ে ডিম্বেশ্বৰ মুছাহাৰীক ডকাইত কেনাৰাম বড়ো বুলি প্ৰচাৰ কৰাৰ অভিযোগ। আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে