Daily Time Axom

দেশৰ পাঁচটা বেংকৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ ৰিজাৰ্ভ বেংকৰ, জানো আহক কি কি বেংক?

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ বিত্তীয় খেলি-মেলি আৰু নীতি উলংঘা কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ পাঁচটাকৈ বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বেংক কেইটাৰ পৰা ধন উলিওৱাকে ধৰি কেইবাটাও বিষয়ত নিষেধাজ্ঞা আৰোপ ৰিজাৰ্ভ বেংকৰ। আৰ বি আইৰ

নিশা কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যাত্ৰী

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা। যাত্ৰীবাহী নৈশ বাছত খুন্দা ট্ৰাকৰ। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত পৰিল বাছখন। থিতাতে নিহত বাছখনৰ এজন যাত্ৰী। দুৰ্ঘটনাত নিহত হয় দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা। গুৱাহাটীৰ পৰা জাগুন

ছত্তিশগড়ত মাউবাদীৰ আক্ৰমণ, আক্ৰমণত নিহত ৩ জোৱান, ৬ মাউবাদী

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ ছত্তীশগড়ৰ সুকমা জিলাত ডি আৰ জি জোৱান আৰু মাওবাদীৰ সংঘৰ্ষত তিনিজন জোৱান নিহত হয়। জানিব পৰা মতে, শনিবাৰে পুৱা নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন ডি আৰ জি জোৱানৰ মৃত্যু হয়।আনহাতে, ৬ জন মাওবাদী

প্ৰেমিকাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তেজপুৰস্থিত ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল অমৰেন্দ্ৰ সিং ৱালিয়া

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ প্ৰেমিকাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তেজপুৰস্থিত ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল অমৰেন্দ্ৰ সিং ৱালিয়া। চাংসাৰীত বস্তাত বান্ধি পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ।জনসম্পৰ্কৰক্ষী বিষয়া আছিল অমৰেন্দৰ সিং

‘ডাবল মাৰ্ডাৰ’ৰ মৃতদেহৰ অৱশিষ্ট অংশৰ সন্ধানত তিনি হত্যাকাৰীক লগত লৈ ডাউকীলৈ ৰাওনা আৰক্ষী

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অ‍্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। আজি পুনৰ বন্দনা আৰু আন দুই অভিযুক্তক লগত লৈ আৰক্ষীয়ে ডাউকীলৈ ৰাওনা আৰক্ষীৰ দল । পুৱাই পাণবজাৰ মহিলা থানাৰ পৰা বন্দনা কলিতাক উলিয়াই নিয়া

পুনৰ এনকাউণ্টাৰ, ৰৌতাৰ দৈফাঙত আৰক্ষীৰ গুলীত নিহত ডকাইত

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ ওদালগুৰিত আৰক্ষীৰ গুলীচালনা। ৰৌতাৰ দৈফাঙত আৰক্ষীৰ গুলীত নিহত ডকাইত। নিহত ডকাইতটোৰ নাম কেনাৰাম বড়ো। আনহাতে, ডকাইতৰ দলৰ আক্রমণত আহত হয় দুজনকৈ আৰক্ষী। আৰক্ষীৰ সম্ভেদ পাই এটা ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই

নিৰ্বাচনী প্ৰচাৰৰ বাবে নাগালেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ ডিমাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ অভিযান । NDPP-বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ। আজি নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছুমুকেডিমাত

শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত ৫ জন যুৱক

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে ৫ বন্ধুৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ছুইফ্ট ডিজায়াৰ বাহনখন । ফলত থিতাতে নিহত দ্বীপেন বৰা, ভাইকন পটংগীয়া, আকাশদ্বীপ বৰা, বিদ্যুৎ

ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ অনুমোদন

ৰাষ্ট্ৰসংঘই যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰৰ দাবীত প্ৰস্তাৱ গৃহীত কৰে। কিন্তু ভাৰত আৰু চীনে ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে। মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ বৰ্ষপূৰ্তিৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৰাছিয়াই

ইজনে সিজনৰ ভাষা নাজানে কিন্তু গুগল অনুবাদক ব্যৱহাৰ কৰি বিয়া পাতিলে দুয়ো

দুয়োৰে ভৌগোলিক দূৰত্ব পাঁচ হাজাৰ মাইলতকৈও অধিক। কিন্তু কেৱল ভৌগোলিক ব্যৱধানেই নহয়, আন এটা বাধাও আছিল — ভাষা। অষ্ট্ৰেলিয়াৰ মেথিউ হাৰ্বিজ আৰু কাজাখস্তানৰ মদিনাই ইজনে সিজনৰ ভাষা বুজি পোৱা নাছিল। গুগল অনুবাদক ব্যৱহাৰ কৰি কথোপকথন কৰিছিল।