ডিঙিত এখন প্লেকাৰ্ড ওলমাই উত্তৰ প্ৰদেশৰ থানাত আত্মসমৰ্পণ অপৰাধীৰ
ডিঙিত ওলমাই লৈছে প্লেকাৰ্ড। তাত লিখা আছে, “মই ভৱিষ্যতে কোনো অপৰাধ নকৰো। পুলিচলৈ মোৰ ভয় লাগে। ক্ষমা কৰিব, মই আত্মসমৰ্পণ কৰিব আহিছো।"থানাত হাজিৰ হ’ল এজন অপৰাধী। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি দোষী সৌৰভ!-->!-->!-->!-->!-->…