মৃত্যুৰ পিছতো বিবাহপাশত আবদ্ধ হ’ব পাৰে! এই নিয়ম চলি আহিছে পূৰ্বৰ পৰা…
ফ্ৰান্সত মৰণোত্তৰ বিবাহৰ অনুমতি। ফ্ৰান্সত মৃত্যুৰ পিছত আপোনজনক বিয়া কৰাব পাৰি যদিহে জীৱিত অৱস্থাত বিয়া হ’ব বিচৰাৰ সঠিক প্ৰমাণ দেখুৱাব পাৰে। ইয়াৰ লগত জড়িত বিবাহ প্ৰথাক নেক্ৰ’গেমি বুলি জনা যায়। ১৯৫০ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত!-->!-->!-->…