কাছাৰত এখন ট্ৰাকত উদ্ধাৰ ৪৫ কাৰ্টন বিদেশী চিগাৰেট
নিউজ ডেস্ক, ২০ নৱেম্বৰঃ কাছাৰত এখন ট্ৰাকত উদ্ধাৰ ৪৫ কাৰ্টন বিদেশী চিগাৰেট। ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই বিদেশী চিগাৰেট সৰবৰাহ কৰাৰ সময়ত নিশা কাছাৰৰ লাইলাপুৰত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ বিদেশী চিগাৰেট৷ মিজোৰামৰ পৰা অহা NL 01 AC-2059!-->…