ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ মঞ্চত কিমৰ কন্যাকো একেলগে দেখা গ’ল
উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনৰ ভগ্নী বা পত্নীক ৰাজহুৱাভাৱে দেখা গ’ল যদিও প্ৰথমবাৰৰ বাবে তেওঁৰ কন্যাক দেখা গ’ল। শুকুৰবাৰে বেলিষ্টিক মিছাইল উৎক্ষেপণৰ উপলক্ষে পিতৃ-কন্যাক একেলগে দেখা গৈছে। দেশৰ প্ৰধান বাতৰি কাকত 'ৰোডং চিনমুন'ত!-->!-->!-->…