Daily Time Axom

ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত নাথাকে ইভাংকা

২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে এই নিৰ্বাচনী প্ৰচাৰত কন্যা ইভাংকা ট্ৰাম্পৰ সমৰ্থন বিচাৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ইভাংকাই কয় যে তেওঁ

জন্ম হ’ল বিশ্বৰ ৮০০ কোটিতম নাগৰিকৰ, নেট জগতত ভাইৰেল শিশুটিৰ ছবি

পৃথিৱী নামৰ ‘গাড়ী’খনত ক্ৰমান্বয়ে ভিৰ বাঢ়িছে। জনসংখ্যাই ৮০০ কোটিৰ ঘৰ চুই গৈছে। ফিলিপাইনছৰ ৰাজধানী মেনিলাত জন্মগ্ৰহণ কৰা এটা শিশুক বিশ্বৰ৮০০ কোটিতম ব্যক্তি হিচাপে গণ্য কৰা হয়। যদিও ই প্ৰতীকী। ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে

ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন, মুছলমান ধৰ্মগুৰুক ৮৫০০ বছৰৰ কাৰাদণ্ড

তেওঁ ইস্তানবুলৰ ‘ৰাম ৰহিম’। ডেৰা সচা সৌদাৰ মুৰব্বীৰ যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিলে। এতিয়া সুদূৰ ইস্তানবুলৰ এজন স্বঘোষিত মুছলমান ধৰ্মগুৰুক শাস্তি দিয়াৰ গোচৰটোৱে ৰাম ৰহিমক সোঁৱৰাই দিলে। আদালতে আদনান অক্তাৰ নামৰ

শিলিগুৰিত মঞ্চতে অসুস্থ হৈ পৰে নীতিন গাডকাৰী

উত্তৰ বংগ ভ্ৰমণৰ সময়ত গুৰুতৰভাৱে অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। মঞ্চৰ পৰা নামি আহি তাৰ অসুখ অনুভৱ হ’ল। সূত্ৰ অনুসৰি তেওঁৰ চেলাইন চলি আছে। সেউজীয়া কৰিডৰৰ মাজেৰে তেওঁৰ বাবে এজন ডাক্তৰ অনা হৈছে। বৃহস্পতিবাৰে

টুইটাৰকলৈ পৰৱৰ্তী পৰিকল্পনা কি? আদালতত ক’লে মাস্কে

আমেৰিকাৰ কোটিপতি এলেন মাস্কে আদালতৰ আগত টুইটাৰৰ বাবে তেওঁৰ পৰিকল্পনাৰ বিষয়ে কয়।টুইটাৰ ছ’চিয়েল মিডিয়া কোম্পানীটো চলোৱাৰ দায়িত্ব আন কাৰোবাৰ হাতত অৰ্পণ কৰিব বুলিও তেওঁ কয়।বুধবাৰে তেওঁ ডেলাৱেৰৰ আদালতত হাজিৰ হৈ ২০১৮ চনত ৫৬ বিলিয়ন

ইমাৰজেঞ্চি ব্লাড চাৰ্ভিছ এণ্ড ৰে’ অব লাইফে আনিছে আশাৰ বতৰা

ৰাজ্যত সদায়েই চলিছে তেজৰ অভাব।ইমানবোৰ ৰক্তদান শিবিৰ তথা ৰক্তদান কৰা বহুত সংস্থা থকাৰ পিছতো হতাশগ্ৰস্থ হৈ ভুগিবলগা হয় একাংশ ৰোগীয়ে।বিশেষকৈ বিপৰীত গ্ৰুপৰ তেজ সংগ্ৰহ কৰা অতি কঠিন হৈ পৰে।সেই উদ্দেশ্য লৈ কিছুমান সহায়ক আগোৱাই আহিছে অসহায়

মোডী আৰু ঋষি সুনকৰ বৈঠকৰ পিছত ভাৰতীয় নাগৰিকলৈ আহিছে ভাল খবৰ

ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ বৈঠকৰ পিছত ভাৰতীয় নাগৰিকৰ সপক্ষে আহিছে ভাল খবৰ। দৰাচলতে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পিছত ঋষি সুনক ভাৰতৰ যুৱ

টকা নোলোৱাকৈ আনৰ ঘৰ চাফা কৰি মাহে লাখ লাখ টকা উপাৰ্জন

ঘৰ চাফা কৰাটো সহজ কাম নহয়। যিসকল লোকে ব্যস্ততাৰ বাবে নিয়মিতভাৱে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰে তেওঁলোকে আন কাৰোবাৰ পৰা সহায় লয়। এটা পৰিষ্কাৰ ঘৰে দিনটোৰ ভিতৰত আপোনাৰ ভাগৰ আঁতৰাই পেলাব আৰু আপোনাৰ মনটোও উল্লাসিত হ’ব। অৱশ্যে আনৰ লেতেৰা

লিপষ্টিক লগোৱাৰ আগত আৰু পিছত কি কৰিব

বহুতৰ লিপষ্টিক লগোৱাৰ পিছত বেছি সময় ওঁঠত নাথাকে। কিন্তু কিছুমান টিপছ অনুসৰণ কৰিলে এই সমস্যাৰ পৰা মুক্তি পোৱা যায় : লিপষ্টিক বেছি সময় টিকি থাকিবলৈ ওঁঠ কোমল কৰি ৰাখিব লাগে। গতিকে লিপষ্টিক ব্যৱহাৰ কৰাৰ আগতে লিপ বাম লগাব লাগে।

পাকিস্তানত আৰক্ষীৰ ওপৰত গুলীচালনা, ছয়জনৰ মৃত্যু

উত্তৰ-পশ্চিম পাকিস্তানত অচিনাক্ত আক্ৰমণকাৰীয়ে আৰক্ষীৰ টহলদাৰী বাহিনীত গুলীচালনা কৰাত কমেও ৬ জন লোক নিহত হয়। ডন নিউজে প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱা লক্কি মাৰৱাট জিলাত সংঘটিত হয় এই ঘটনা। এই আক্ৰমণত আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু