Daily Time Axom

‘WIFE’ শব্দটোৰ ‘শুদ্ধ’ অৰ্থ জানেনে?

'WIFE' শব্দটোৰ 'শুদ্ধ' অৰ্থ জানেনে? ইয়াৰ আক্ষৰিক অৰ্থ এইটো নহয় যে আপুনি যি ভাবে! 'WIFE' কি? যদি আপোনাক পত্নীৰ শুদ্ধ সংজ্ঞা সোধা হয় তেন্তে আপোনাৰ উত্তৰ কি হ’ব? কিন্তু আপোনালোকৰ বহুতেই এই শব্দটোৰ সঠিক সংজ্ঞা নাজানে। পত্নী ইংৰাজী শব্দ,

আজি ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ আজি ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে পাঠ কৰোৱাই গোপনীয়তাৰ শপতবাক্য৷ ডি ৱাই চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড় আছিল ভাৰতৰ মুখ্য

ৰাজ্যত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা। ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ ৰাজ্যৰ ৪২৭ গৰাকী আক্ৰান্ত হয় ডেংগুত। কাৰ্বি আংলঙত ৪০০গৰাকী, কামৰূপ মহানগৰত ১১ গৰাকী লোক আক্ৰান্ত হয়। ইপিনে, কৰিমগঞ্জ, নলবাৰী, শিৱসাগৰ

নিশা দিল্লীত ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ বুধবাৰে পুৱতি নিশা দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। ৰাজধানী অঞ্চলত, পুৱতি নিশা প্ৰায় ১.৫৭

নেপালত ভয়ংকৰ ভূমিকম্প, ভূঁইকঁপত ৬ জনকৈ লোকৰ মৃত্যু

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ নেপালত ৫ ঘণ্টাত দুটাকৈ ভয়ংকৰ ভূমিকম্প ৷ ভূঁইকঁপত ৬ জনকৈ লোকৰ মৃত্যু ৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.৩ ৷ ভূঁইকঁপত ভাঙি পৰিল ঘৰ-দুৱাৰ ৷ পুৱতি নিশা ৩.১৫ বজাত অহা ভূমিকম্পই আতংকৰ সৃষ্টি কৰে ৷ নিহত ৬ গৰাকী লোকৰ

পাকিস্তানক ৭৩,০০০ কোটি টকাৰ সাহায্য ঘোষণা চীনৰ

যোৱা সপ্তাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চীন ভ্ৰমণৰ সময়ত এই কথা দিছিল চীনে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে সোমবাৰে এই কথা ঘোষণা কৰে। বিত্তীয় সংকটত ভুগি থকা পাকিস্তানৰ বাবে ৯ বিলিয়ন ডলাৰ (প্ৰায় ৭৩,৬৬০ কোটি টকা) সাহায্য ঘোষণা

ব্ৰাজিলৰ বিশ্বকাপ দলত দানি আলভেছৰ নাম, বাদ পৰিল ফিৰ্মিনো

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ কাটাৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ চূড়ান্ত সংস্কৰণৰ বাবে ব্ৰাজিলত ঘোষণা কৰা হৈছে ২৬ জনীয়া দলটো । বিশ্বকাপ দলত দুজন অভিজ্ঞ ফুটবলাৰ, ডেনি আলভেছ আৰু গেব্ৰিয়েল জেছি অন্তৰ্ভুক্ত আছে। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা

শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ আজি ৫৫৩তম জন্ম জয়ন্তী

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি পৱিত্ৰ গুৰু নানক জয়ন্তী । শিখ ধৰ্মাৱলম্বী অথবা নানকপন্থী লোকসকলৰ বাবে আটাইতকৈ পৱিত্ৰ দিন হৈছে গুৰু নানক জয়ন্তী । শিখ ধৰ্মৰ ১০ জন গুৰুৰ প্ৰথমজন আৰু অন্যতম হৈছে গুৰু নানক দেৱ । গুৰু নানক দেৱৰ আৱিৰ্ভাৱ অথবা প্ৰকাশ

দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ। বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতি কৰিছিল ৰূপম ফুকনে।CIDৰ দীৰ্ঘসময়ৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক। আৰতী তুৰি হত্যাকাণ্ডত জড়িতৰ

আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল ২২ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৮খন জিলাৰ ২২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৭৫ গৰাকী প্ৰাৰ্থীয়ে। ৯৩টা ভোটকেন্দ্ৰত বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ। BJPৰ