Daily Time Axom

মাওবাদীৰ সন্দেহত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ অক্টোবৰঃ মাওবাদীৰ সন্দেহত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতাক গ্ৰেপ্তাৰ। শিলচৰৰ পৰা ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰে ধৰিত্ৰী শৰ্মাক। শ্ৰমিক ইউনিয়নৰ কাছাৰ জিলাৰ সম্পাদক ধৰিত্ৰী শৰ্মা।। কাছাৰৰ সোণাপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে

GMC ৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত তছদিকুৰ ৰহমান গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ নৱেম্বৰঃ GMCৰ প্ৰাক্তন মুখ্য অভিযন্তা তছডিকুৰ ৰহমানক গ্ৰেপ্তাৰ। ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ পলাতক মুখ্য অভিযন্তাগৰাকী। CM ভিজিলেন্সৰ এটা দলে গ্ৰেপ্তাৰ কৰে তছডিকুৰক। ২০ কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ।

গুজৰাট বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ ওলাইছে পাকিস্তানৰ প্ৰায় ১০৩২ জন হিন্দু শৰণাৰ্থীয়ে

পাকিস্তানৰ পৰা প্ৰায় ১০৩২ জন হিন্দু শৰণাৰ্থীয়ে এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে গুজৰাট বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ ওলাইছে। টি অ’ আইৰ প্ৰতিবেদন অনুসৰি আহমেদাবাদৰ ডি এম য়ে যোৱা ৫ বছৰত সকলো শৰণাৰ্থীকে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছে। ২০১৬

অসম সচিবালয়ৰ কৰ্মচাৰীলৈ নতুন নিৰ্দেশনা জাৰী ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, ৭ অক্টোবৰঃ অসম সচিবালয় কৰ্মচাৰীলৈ মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা। সচিবালয়ৰ কৰ্মচাৰীয়ে পুৱা ৯.৩০ত উপস্থিত হ'ব লাগিব কাৰ্যালয়ত। আনহাতে, কৰ্মচাৰীসকলে বায়'মেট্ৰিক মেচিনত দিব লাগিব উপস্থিতিৰ প্ৰমাণ।বিধানসভাৰ কৰ্মচাৰীৰ বাবে ড্ৰেছ ক’ড

সমন্বয় আৰু একতাৰ বাৰ্তাৰে নলবৰীয়াৰ প্ৰাণৰ উৎসৱ ৰাস মহোৎসৱ

আজি পুৱা ৮-৩০ বজাত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ শস্য আৰু বৃক্ষৰোপন নিগমৰ অধ্যক্ষ অশোক শৰ্মা আৰু ৮৯ তম পৱিত্ৰ ৰাস মহোৎসৱৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কাৰ্যসূচীৰ

কাৰ্বি আংলঙৰ ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ, আজিৰে পৰা ৫ দিনৰ বাবে ডিফুৰ বিদ্যালয় বন্ধ ঘোষণা

৭ নৱেম্বৰ, ২০২২ : ডিফুত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ডেংগুৰ সংক্ৰমণ। এইপৰ্যন্ত ৪ শতাধিক লোক ডেংগুত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জন লোকৰ। আজিৰে পৰা ডিফুত বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান।১২ নৱেম্বৰলৈ বন্ধ

আজিৰে পৰা আৰম্ভ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

নিউজ ডেস্ক, ৭ নৱেম্বৰঃ আজিৰে পৰা আৰম্ভ হ’ল ৰাস মহোৎসৱ । সমগ্ৰ ৰাজ্যতে উদুলি-মুদুলি পৰিৱেশ। আজি শ্ৰীকৃষ্ণৰ অলৌকিক আৰু পাৰমাৰ্থিক লীলাক সুঁৱৰিব ভক্তগণে। প্ৰান্তে প্ৰান্তে আৰম্ভ হ’ব অলেখ লীলাৰ দৃষ্টিনন্দন প্ৰদৰ্শন। আজি নিশাৰে পৰা জীপাল হৈ

হস্পিতালত আলিয়া, ৰণবীৰৰ কাষত, তাৰকা দম্পতীয়ে দেওবাৰে শিশুটিৰ মুখখন দেখিব!

দীঘলীয়া অপেক্ষা আজি শেষ হ'ব! দেওবাৰে পুৱা আলিয়া চিকিৎসালয়লৈ লৰালৰিকৈ যোৱাটোৱে যেন তাৰেই ইংগিত দিছে। অভিনেত্ৰীগৰাকী অকলশৰীয়া নহয়। তাইৰ কাষতে আছে তাইৰ জীৱন সংগী ৰণবীৰ। আলিয়াক পুৱা প্ৰায় ৭ বজাত মুম্বাইৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন

‘ভয়ংকৰ’ হৈছে দিল্লীৰ বতাহ

পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। দীপাৱলীৰ পিছৰে পৰা দিল্লীৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। শনিবাৰৰ পৰা যদিও কিছু উন্নতি হৈছে। অৱশ্যে বিশেষজ্ঞসকলে কয় যে ই অতি ক্ষতিকাৰক। দেওবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণাগুণ সূচাংক ৩৩৯। ওচৰৰ

‘জীৱন বচাবলৈ মাস্ক পৰিধান কৰক, কেজৰিৱাল প্ৰচাৰত ব্যস্ত’, আপক আক্ৰমণ কেন্দ্ৰীয়…

দিল্লীৰ বতাহ প্ৰতিদিনে বেয়া হৈ গৈ আছে। অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই শুকুৰবাৰে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত। গতিকে দিল্লীবাসীয়ে প্ৰদূষণৰ পৰা