Daily Time Axom

লামডিং ৰে’লৱে জংচনত RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ

নিউজ ডেস্ক, ৪ নৱেম্বৰঃ লামডিং ৰে'লৱে জংচনত টকাৰ উজান। RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ। ১২০৬৮ নামনিমুৱা যোৰহাট টাউন-গুৱাহাটী জন শতাব্দী ৰে'লৰ ডি-৬ ডবাৰ ১০৮ নম্বৰ চিটৰ পৰা উদ্ধাৰ হৈছে ধনখিনি। এই ঘটনা সন্দৰ্ভত

মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১১ জনকৈ লোক

নিউজ ডেস্ক, ৪ নৱেম্বৰঃ মধ্যপ্ৰদেশৰ বেতুলত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১১জনকৈ লোকৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।মধ্য প্ৰদেশৰ ঝাল্লাৰ আৰক্ষী থানাৰ সমীপতে বাছ আৰু আন এখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা

সপ্তাহত ৪টাতকৈ অধিক কণী খালে কি হয়?

প্ৰায় সকলোৱেই দৈনন্দিন খাদ্যত এটা বা দুটা কণী ৰাখে। বিশেষকৈ যিসকলে ডায়েটিং কৰি আছে তেওঁলোকে শৰীৰৰ প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ মাছ আৰু মাংসৰ লগতে কণী ৰাখিব লাগিব। প্ৰটিনৰ উপৰিও কণীত বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থও থাকে। বহুতে

২০০০ চনত তেওঁ দিল্লীৰ লালকিল্লাত আক্ৰমণ কৰা লস্কৰ উগ্ৰপন্থীক মৃত্যুদণ্ডৰ শাস্তি

২০০০ চনত তেওঁ দিল্লীৰ লালকিল্লাত আক্ৰমণ কৰে। আদালতে ২০১১ চনৰ আগষ্ট মাহত লালকিল্লাৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে আৰিফক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। সেই ৰায়ৰ বিৰুদ্ধে লস্কৰ উগ্ৰপন্থীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু দেশৰ

মহাকাশত এটা কাম কৰি প্ৰথমজন মানুহ হ’ব বিচৰা পৰ্ণ তাৰকা জনী চিন্সে এলেন মাস্কৰ সহায় বিচাৰিছে

বহু সংগ্ৰামৰ অন্তত আমেৰিকাৰ কোটিপতি এলেন মাস্কে টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিছে। কিন্তু তাৰ বহু আগৰে পৰাই তেওঁ স্পেচ এক্সপ্ল’ৰেচন টেকন’লজিছ কৰ্প’ৰেশ্যন ওৰফে স্পেচ এক্স (স্পেচএক্স)ৰ মালিক। মহাকাশ ভ্ৰমণ আৰু ভ্ৰমণ সুলভ কৰি তোলাৰ লক্ষ্য এই

জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্ভাৱক (অপাৰেটৰ)মুনীন্দ্ৰ মালীক বিদায় সম্বৰ্ধনা

বিশ্বনাথৰ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত উদ্ভাৱক (অপাৰেটৰ) হিচাপে সেৱা আগবঢ়াই অহা মুনীন্দ্ৰ মালীক আজি বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। যোৱা ৩১ অক্টোবৰ,২০২২ তাৰিখে কাৰ্যালয়টোৰ উদ্ভাৱক মুনীন্দ্ৰ

ইতিহাসৰ মঞ্চত অঘটন

মঞ্চত এখন শ্বাস ৰুদ্ধকাৰী নাটকৰ ক্লাইমেক্স । হঠাৎ অভিনেতা অভিনেত্ৰী হ'ল বাকৰূদ্ধ । মঞ্চৰ পৰা আতৰি গ'ল শিল্পীসকল । দুই একৰ বাহিৰে ধৰিবই নোৱাৰিলে আচলতে হ'ল কি । ঘোষণা অবিহনেই বহু সময় শূন্য হৈ পৰিল মঞ্চ । ইতিহাস থিয়েটাৰত নিশা নাট মঞ্চস্থ

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা নিযুক্তি

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঁচগৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।জানিব পৰা মতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২০০৫ চনত ১৪ গৰাকী প্ৰাৰ্থীক লেবৰেটৰী টেকনিছিয়ান পদত নিযুক্তি দিয়া হয়।নিযুক্তি লাভ কৰা কেইগৰাকীমান

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে গুজৰাটৰ নিৰ্বাচনৰ দিন

হিমাচল প্ৰদেশৰ নিৰ্বাচন ঘোষণাৰ ২০ দিনৰ পাছতেই নিৰ্বাচন আয়োগে ঘোষণা কৰিলে গুজৰাটৰ নিৰ্বাচনৰ দিন। পূৰ্বৰ দৰেই গুজৰাটেত দুটা পৰ্যায়ত ভোটদান হ'ব। ১ ডিচেম্বৰত প্ৰথম ৰাউণ্ডৰ ভোটগ্ৰহণ। ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৮

ভিটামিন ডিৰ অভাৱ সোনকালে পূৰণ কৰিবলৈ কি কি খাদ্য খাব লাগে?

মানুহৰ শৰীৰ মূলতঃ পেশীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। আৰু ভিটামিন ডি সমৃদ্ধ খাদ্যই এই পেশীবোৰৰ সুৰক্ষা নিশ্চিত কৰে। কিন্তু বহুতে নাজানে যে কিছুমান খাদ্যত ভিটামিন ডি থাকে। ভিটামিন ডিৰ অভাৱৰ ক্ষতিপূৰণৰ বাবে ৰ’দত গা ধোৱাটোৱেই আটাইতকৈ সহজ