Daily Time Axom

আদাবাৰীৰ ফুট ব্ৰীজত অঘটন, লিফট বিকল হৈ আবদ্ধ এটি কিশোৰ

নিউজ ডেস্ক, ১ নৱেম্বৰঃ মহানগৰীৰ আদাবাৰীত অঘটন। ফুট অভাৰব্ৰীজৰ লিফ্টত আবদ্ধ হৈ পৰিল এটি ১১ বছৰীয়া শিশু। এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতেই স্থানীয় লোকে খবৰ দিয়ে আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ লোকক। প্ৰায় আধা ঘণ্টাৰ প্ৰচেষ্টাৰ

পুৱতি নিশা পুনেত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুৱতি নিশা পুনেত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনা পুনেৰ লুল্লানগৰৰ জে কে হোটেলত সংঘটিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। স্থানীয় সূত্ৰ অনুসৰি, হোটেলখনৰ চতুৰ্থ

গুৱাহাটী ৰে’ল ষ্টেচনত সোণ জব্দ, ৰে’ল আৰক্ষীয়ে জব্দ কৰিছে ৬ টাকৈ সোণৰ বিস্কুট

নিউজ ডেস্ক, ১ নৱেম্বৰঃ গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ কৰা হৈছে ৬ খন সোণৰ বিস্কুট। মঙলবাৰে পুৱাৰ ভাগত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই সোণৰ বিস্কুট। ডিমাপুৰৰ পৰা বিহাৰলৈ বুলি লৈ গৈ থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি ৬ খনকৈ সোণৰ বিস্কুট জব্দ

লখিমপুৰত চৰকাৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ কাছডোবাত দুৰ্বিষহ জীৱন মন্ত্ৰী-সাংসদৰ…

লখিমপুৰ, ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ জিলা প্ৰশাসনে যোৱা

ডিব্ৰুগড়ত গুলিচালনাৰ ঘটনা, আহত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ লোকজন

নিউজ ডেস্ক, ১ নৱেম্বৰঃ ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড় চহৰৰ লালুকাত সোমবাৰে সন্ধিয়া দুৰ্বৃত্তৰ গুলীচালনা। এজন ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। লালুকাৰ এখন টায়াৰ দোকানৰ সন্মুখত নিচেই কাষৰ পৰা লোকজনলৈ লক্ষ্য কৰি

আজিৰে পৰা গুৱাহাটীৰ চিটি বাছত কাৰ্যককৰী কৰা হৈছে ই-টিকেটিঙৰ ব্যৱস্থা

নিউজ ডেস্ক, ১ নৱেম্বৰঃ আজিৰে পৰা গুৱাহাটীৰ চিটি বাছত ই-টিকেটিঙৰ ব্যৱস্থা,ইতিপূৰ্বে নিৰ্দেশনা জাৰি কৰিছিল পৰিবহন বিভাগে। যাত্ৰীসকলে এতিয়াৰ পৰা লাভ কৰিব ই–টিকট। এক জাননীযোগে এই কথা জিলা পৰিবহণ বিষয়া আৰু কামৰূপ (মেট্ৰ)ৰ আঞ্চলিক পৰিবহণ

হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম, প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ সাধৰণ জনতাক আন এক সকাহ৷ পেট্ৰ’ল-ডিজেলৰ পাছত হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস৷ ১৯ কেজিৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম দিল্লীত হ'বগৈ ১,৭৪৪ টকা৷ আজিৰে পৰা কাৰ্যকৰী হ'ব এই

আজিৰ পৰা কংগ্ৰেছৰ অসমত ভাৰত জোড়ো যাত্রা

নিউজ ডেস্ক, ১ নৱেম্বৰঃ আজিৰ পৰা কংগ্ৰেছৰ অসমত ভাৰত জোড়ো যাত্রা। ধুবুৰীৰ পৰা ৭০দিনত ৮৩৪কিলোমিটাৰ খোজ কাঢ়িব। দিনৰ ১১ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাৰ উদ্বোধন কৰি দিনটোৰ প্ৰথম কাৰ্যসূচীৰূপে অনুষ্ঠিত সভাত ৰাইজক

সুখবৰ: আজিৰে পৰা হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

নিউজ ডেস্ক, ১ নৱেম্বৰঃ দেশবাসীলৈ সামান্য সকাহ ৷ প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলত ৪০ পইচাকৈ দাম হ্ৰাস ৷ এই নতুন মূল্য আজি পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব। বিগত ৭ মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। নতুন দিল্লীত সোমবাৰে

এতিয়াৰে পৰা টুইটাৰৰ নীলা ভেৰিকেচন বেজৰ বাবে প্ৰতিমাহে আদায় লাগিব ধন

নিউজ ডেস্ক, ৩১ অক্টোবৰঃ বিলিয়নাৰ ইলন মাস্কৰ মালিকানাধীন টুইটাৰে বৰ্তমান নতুন টুইটাৰ 'ব্লু চাবস্ক্ৰিপচন'ৰ বাবে প্ৰতি মাহে ১৯.৯৯ ডলাৰ লোৱাৰ পৰিকল্পনা কৰিছে বুলি দ্য ভাৰ্জৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। বৰ্তমানৰ পৰিকল্পনা অনুসৰি অনুমোদিত