Daily Time Axom

আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড,৪জন লোক নিহত ,গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত ১৮ জন

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড৷ পেট্ৰ'ল কঢ়িওৱা এখন টেংকাৰত জুই৷ মিজোৰামৰ ৰাজধানী আইজলত এখন পেট্ৰ’ল টেংকাৰত হোৱা জুইৰ বিস্ফোৰণৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে ১৮ জন লোক গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি,

দক্ষিণ কোৰিয়াৰ হেলোইন পাৰ্টীত অঘটন, পদপিষ্ট হৈ ১৪৯জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ দক্ষিণ কোৰিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এক অনুষ্ঠানত পদপিষ্ট হৈ ১৫০ লোকৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰে শতাধিক লোক। মৃতসকলৰ মাজৰ দুজন আৰু আহতসকলৰ ভিতৰত ১৫ জন বিদেশী। ছিউলৰ হেলোইন পাৰ্টীত এই ঘটনা। অত্যধিক জনসমাৱেশৰ

ক’লাদিৱস ! আজি ৩০ অক্টোবৰ,মহানগৰীৰ ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ ১৪ বছৰ

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ এটা ক'লা দিন! আজি অভিশপ্ত ৩০ অক্টোবৰ। অভিশপ্ত দিনটোৰ সম্পূৰ্ণ হ’ল ১৪টা বছৰ। ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে।সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ

এলেন মাস্কে ৭৫ শতাংশ কৰ্মচাৰীক টুইটাৰৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে

টুইটাৰৰ নতুন মালিক এলেন মাস্কে ৭৫ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে। লগতে শ্ৰমিকসকলৰ নামৰ তালিকা এখন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে, মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু মুখ্য বিত্তীয় বিষয়াক ‘মুখ্য টুইট’ৰ দ্বাৰা

মনত পৰিছেনে !! আজি ৩০ অক্টোবৰ…

আজি ৩০ অক্টোবৰ । অসমৰ ইতিহাসৰ এটা ক'লা দিন।২০০৮ চনৰ ৩০ অক্টোবৰত অসমৰ চাৰিখন জিলাত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত ৮৮ জন লোক নিহত হোৱাৰ লগতে ৫০০ৰো অধিক লোক আহত হয়। ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণ আৰু ২০০৬ চনত একেখন চহৰতে হোৱা ৰে’ল

এক বিৰল ৰোগত আক্ৰান্ত হৈছে অভিনেত্ৰী সামান্থা

এক বিৰল ৰোগত আক্ৰান্ত দক্ষিণ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভু। শনিবাৰে ছচিয়েল মিডিয়াত তেওঁ এই খবৰ ঘোষণা কৰে। সামান্থাই নিজৰ এখন ছবিও পোষ্ট কৰে। দীৰ্ঘদিন ধৰি দক্ষিণৰ ছবিত অভিনয় কৰি আহিছে সামান্থাই। ‘দ্য ফেমিলি মেন ২’ ছিৰিজৰ জৰিয়তে

চৰকাৰে ১০ লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে

গুজৰাট নিৰ্বাচনৰ সন্মুখত পুনৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰৰ আৰ্হিত গুজৰাট চৰকাৰেও ছেৰাজত ৰোজগাৰ মেলা আয়োজন কৰিছে। সেইদিনা চাকৰি লাভ কৰা সকলক প্ৰধানমন্ত্ৰীৰ এটা ভিডিঅ’ মেছেজ বজাইছিল। সেই ভিডিঅ’ বাৰ্তাত মোদীয়ে

নলবাৰীত হেমা মালিনী ! নলবাৰীৰ হৰি মন্দিৰত ৰাস মহোৎসৱক লৈ ব্যাপক আয়োজন!

ক'ভিড অতিমাৰীৰ বাবে যোৱা দুটা বছৰে বন্ধ হৈ থকা ৰাস মহোৎসৱ অনুষ্ঠিত কৰিবলৈ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নলবাৰী জিলা হৰি মন্দিৰ সমিতিয়ে এইবাৰ ব্যাপক আয়োজন কৰিছে ৰাস মহোৎসৱৰ। সমিতিৰ ফালৰ পৰা ২০০ ৰো অধিক শিল্পী-কৰ্মচাৰী নিয়োজিত কৰাৰ লগতে

নিপন গোস্বামীৰ দ্বাৰা অভিনীত ছবিৰ তালিকা

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ ১৯৫৫ চনৰ ২ ডিচেম্বৰত ফণী শৰ্মা পৰিচালিত 'পিয়লি ফুকন নামৰ ছবিখন মুক্তি পাইছিল । এই ছবিখন আছিল ১২ সংখ্যক অসমীয়া ছবি । লক্ষ্যণীয়ভাবে নিজৰ জীৱনৰ ১২ বছৰ বয়সতে এগৰাকী শিশু অভিনেতা হিচাপে এইখন ছবিৰ বাবে কেমেৰাৰ সন্মুখীন

সদ্যপ্ৰয়াত শিল্পী নিপন গোস্বামী সোঁৱৰণি স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ সাংস্কৃতিক সাংবাদিক সন্থা, অসম আৰু চলচ্চিত্ৰ সমাজ, অসম'ৰ উদ্যোগত সদ্যপ্ৰয়াত চিৰসেউজ শিল্পী নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ দিনা প্ৰকাশ কৰিবলগীয়া এখন স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান কৰা হৈছে । তিনিদিনৰ ভিতৰত ডিটিপি