দেশ বুঢ়া হৈ আহিছে! “কেতিয়া হ’ব কেঁচুৱা”, চীন চৰকাৰৰ নৱবিবাহিতসকলক প্ৰশ্ন
দেশৰ বয়স বাঢ়িছে! বুঢ়া মানুহেৰে ভৰি পৰিছে দেশ। ‘এক শিশু নীতি’ৰ প্ৰভাৱৰ বাবে জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। অদূৰ ভৱিষ্যতে যিয়ে দেশৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ফলত চীনৰ কাৰাগাৰৰ বিষয়াসকলৰ চিন্তাৰ অন্ত নাই। সেয়ে ছি জিনপিঙৰ!-->…