Daily Time Axom

কাজিৰঙাৰ ৰিজৰ্টত পৰ্যটকৰ বেশত থকা ৭ জন জাৰ্মান ধৰ্ম প্ৰচাৰকক আটক

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ পৰ্যটকৰ ৰূপত ৰাজ্যৰ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা সাত জন জার্মান পর্যটকক শুকুৰবাৰে আৰক্ষীয়ে কাজিৰঙাৰ এখন ব্যক্তিগত পৰ্যটন নিৱাসৰ পৰা আটক কৰে। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে মাত্র ৪৮ ঘণ্টাৰ ভিতৰত পৰ্যটকৰ ৰূপত

ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযানত ৫০ লাখ টকা উদ্ধাৰ

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান৷ ঘোচখোৰ বিষয়াজনৰ বাসগৃহত উদ্ধাৰ ৫০ লাখ টকা । বাসগৃহ চৌহদৰ পৰা জব্দ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা উদ্ধাৰ কৰা হৈছে ৷ শুকুৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ

ৰাছিয়াই ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ৮২ হাজাৰ সংৰক্ষিত সৈন্য

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আংশিক সামৰিক গঠনৰ কথা ঘোষণা কৰাৰ পিছত ৰাছিয়াই ইউক্ৰেইনলৈ আৰু ৮২ হাজাৰ সংৰক্ষিত সৈন্য প্ৰেৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই শ্বোইগুৱে জনায়। শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা বৈঠকত

ঋষভ পন্থ এতিয়া অতীত? উৰ্বশী আন এজনৰ প্ৰেমত মছগুল !

বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা আৰু ক্ৰিকেটাৰ ঋষভ পণ্টক লৈ চলি থকা উৰাবাতৰি বন্ধ হোৱা নাই। ছ’চিয়েল মিডিয়াত উৰ্বশীয়ে যিয়েই নকৰক কিয়, নেটিজেনে কেনেবাকৈ ঋষভ পন্থৰ বিষয়টো উত্থাপন কৰিবই। যদিও প্ৰথমে এইবোৰ কথাকে লৈ উৰ্বশী চিন্তিত আছিল,

‘মহান দেশপ্ৰেমিক’, পুটিনৰ মুখত মোডী বন্দনা

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। পুটিনে মোডীক “মহান দেশপ্ৰেমিক” বুলি অভিহিত কৰে। প্ৰসংগক্ৰমে মস্কোৰ ভালডাই ক্লাবত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি আছিল পুটিনে। সেই ভাষণত পুটিনে

শংকৰদেৱ বিদ্যা মন্দিৰ গৌৰীসাগৰত গীতে মাতে শৰৎ

শিৱসাগৰ জিলাৰ ইতিহাস বিজড়িত গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত স্থাপিত শংকৰদেৱ বিদ্যা মন্দিৰত ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ গীতে মাতে শৰৎ উদযাপন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ

পৰৱৰ্তী ৩০ বছৰত পৃথিৱীখন কিমান পৰিৱৰ্তন হ’ব?

পৃথিৱী হৈছে সৌৰজগতৰ মানুহ আৰু অন্যান্য প্ৰাণীৰ একমাত্ৰ বাসস্থান। এই পৃথিৱীখন নিৰন্তৰ সলনি হৈ আছে। এতিয়া ২০২২ চনৰ পৰা ২০৫০ চনলৈ এই পৃথিৱীখন কিমান পৰিৱৰ্তন হ'ব সেয়া কল্পনা কৰা কঠিন। জনসংখ্যা ২০৫০ চনলৈকে, বিশ্বৰ জনসংখ্যা ৯ বিলিয়ন

আজি ১১ টা বিভাগত ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব ৰাজ্য চৰকাৰে

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আজি বিতৰণ কৰিব নিযুক্তি পত্ৰ। ৰাজ্য চৰকাৰে মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। অসম চৰকাৰে আয়োজন কৰা এক নিযুক্তি সমাৰোহ অনুষ্ঠানৰ যোগেদি

নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা। দুই সৰবৰাহকাৰীক লক্ষ্য কৰি এণ্টি নাৰ্ক'টিক স্কোৱাডৰ গুলীচালনা। গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী সুকুৰ আলী, ইক্ৰামূল হুছেইন। মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি টকাৰ মূল্যৰ হেৰ'ইন।

আজি পঞ্চভূতত বিলীন হ’ব চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ আজি পঞ্চভূতত বিলীন হ'ব চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ। বিয়লি ২ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষ বিদায় জনোৱা হ'ব প্ৰখ্যাত চিত্ৰশিল্পী গৰাকীক। নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব নীলপৱন