Daily Time Axom

আঠানী মহকুমা দাবীৰে ৰাজহুৱা সভা

আজি আঠানি অঞ্চলত ১০৬০নং বগৰিবাৰী বাংলা এল পি স্কুলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়।উল্লেখযোগ্য যে বিলাসীপাৰা মহকুমাখন জিলালৈ উন্নতিকৰণৰ বাবে দাবী তীব্রতৰ কৰি তুলিছে তেনে সময়তে আঠানি অঞ্চলৰ গণ্য মান্য বুদ্ধিজীৱিসকলে একেলগ হৈ

জামুগুৰিহাটৰ উলহ মালহেৰে ভাতৃ দ্বিতীয়া পালন গোৰ্খা জনগোষ্ঠীৰ

শোনিতপুৰ জিলাৰ জামুগুৰিহাটত উলহ মালহেৰে ভাতৃ দ্বিতীয়া পালন কৰে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ।দীপাৱলীক লৈ যি সময়ত সমগ্ৰ ভাৰত তথা অসমত উৎসৱমুখৰ পৰিৱেশ অব্যাহত আছে । সেই সময়তে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে নিজস্ব পৰম্পৰাৰে দীপাৱলীৰ লগতে পাঁচদিনীয়াকৈ

জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগ: ৰেলৱেক হৰুৱালে অপ্ৰতিৰোধ্য এএছইবিয়ে

গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ত অপ্ৰতিৰোধ্য ফৰ্ম অব্যাহত ৰাখি এএছইবি এছচিয়ে এনএফ ৰেলৱেক আজি ২-০ গ’লত পৰাস্ত কৰে ৷ আজিৰেপৰা নেহৰু ষ্টেডিয়ামত আৰম্ভ হোৱা দ্বিতীয় লেগৰ খেলৰ প্ৰথমদিনা লীগ টেব্‌লত

নিপন গোস্বামীৰ মৃত্যুত অসম নাট্য সন্মিলনৰ শোক প্ৰকাশ

১৯৪৭ চনত জন্ম গ্ৰহণ কৰা অসমীয়া চলচিত্ৰ আৰু মঞ্চ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰিছে। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ দাস আৰু প্ৰাক্তন সম্পাদক যুগান্ত

বহুতে ভাবে বয়সৰ লগে লগে চকুৰ দৃষ্টিশক্তি কমি যায়। আৰু টেলিভিছন চোৱা বা যিকোনো ডিজিটেল ডিভাইচ বহুদিন ব্যৱহাৰ কৰিলে চকুত হেঁচা পৰে। চকুৰ সমস্যাত এইবোৰ নিঃসন্দেহে গুৰুত্বপূৰ্ণ। কিন্তু সঠিক পুষ্টি আৰু সুস্থ জীৱনশৈলীৰ জৰিয়তে চকুৰ সমস্যাৰ

জিম্বাবুৱেই টছত জয়লাভ কৰি পাকিস্তানৰ বিৰুদ্ধে বেটিং কৰে

  জিম্বাবুৱেৰ ক্ৰিকেট দলে টছত জয়লাভ কৰি পাকিস্তানৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হৈছে এই মেচখন। এই মেচখনৰ পূৰ্বে পাকিস্তানে প্ৰথমখন মেচত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হৈছিল। সেয়ে বাবৰ আজম

৩০ বছৰত পিতৃয়ে ৭০ গৰাকী মহিলাক হত্যা কৰিছিল বুলি কন্যাৰ দাবী

আমেৰিকাৰ আইঅ’ৱা ৰাজ্যৰ এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁৰ পিতৃয়ে ৩০ বছৰত প্ৰায় ৭০ গৰাকী মহিলাক হত্যা কৰিছিল। এই ভয়ংকৰ অভিযোগটো ইয়াতেই শেষ নহয়। লুচি ষ্টুডি নামৰ মহিলাগৰাকীয়ে লগতে কয় যে তেওঁ আৰু তেওঁৰ ভাতৃ-ভগ্নীয়ে তেওঁৰ পিতৃ

কলেজৰ পিছত ব্যৱসায়, ৫ বছৰত ৭০ হাজাৰ কোটি টকাৰ মালিক

কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা আৰু লক্ষ্য নিৰ্ধাৰিত হ’লে সফলতাই অনুসৰণ কৰিবই। এই কাহিনী OYO ৰ প্ৰতিষ্ঠাপক ৰিতেশ আগৰৱালাৰ বৰ্তমান সম্পত্তিৰ প্ৰায় ৭০ হাজাৰ কোটি টকা! ৰিতেশৰ দ্বাৰা বিকশিত OYO হৈছে আজিৰ বিশ্বৰ কেইটামান জনপ্ৰিয় হোটেল বুকিং

প্ৰথম ডেটত আপোনাৰ সংগীক ১০টা প্ৰশ্ন কৰিলে সহায় হ’ব

প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাত প্ৰথম ডেট অতি গুৰুত্বপূৰ্ণ। প্ৰথমবাৰৰ বাবে ইজনে সিজনৰ লগত চকুৰ সংস্পৰ্শ স্থাপন কৰাত বা প্ৰেমক আগুৱাই নিয়াত এই সময় অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত নতুনকৈ গঠিত সম্পৰ্কটোৱে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিব পাৰে।

নিউয়ৰ্কত আয়োজন কৰা ‘মিছ শ্ৰীলংকা’ অনুষ্ঠানত সংঘৰ্ষ, ভাইৰেল হৈছে ভিডিঅ’

প্ৰথমবাৰৰ বাবে আমেৰিকাত আয়োজন কৰা ‘মিছ শ্ৰীলংকা নিউয়ৰ্ক’ প্ৰতিযোগিতাত নিজৰ মাজত কাজিয়া হৈছিল। যোৱা শুকুৰবাৰে আয়োজন কৰা হৈছিল এই অনুষ্ঠান। কিন্তু এতিয়া সেই কাজিয়াৰ এটা ভিডিঅ’ ভাইৰেল হোৱাত এতিয়া চৰ্চালৈ আহিছে।জনা যায় যে এই