Daily Time Axom

৩০০০ মহিলাক কিয় হত্যা কৰাৰ পৰিকল্পনা কৰিছিল এই যুৱকজনে

তেওঁৰ কোনো নাৰী সংগ নাছিল। তেওঁৰ লগত শাৰীৰিক মিলন কৰিবলৈ কোনেও মান্তি হোৱা নাছিল। আৰু এই প্ৰত্যাখ্যানেই তেওঁৰ মনত ক্ৰোধৰ সৃষ্টি কৰিলে। সেই ক্ষোভৰ মাত্ৰা ইমানেই তীব্ৰ যে শেষত অহাইঅ’ ইউনিভাৰ্চিটি অৱ আমেৰিকাৰ এগৰাকী ২২ বছৰীয়া ছাত্ৰই ৩০০০

লামডিং নখুটি বজাৰৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী

যুৱতী গৰাকী নাম তছলিমা বেগম।উল্লেখযোগ্য যে যোৱা প্ৰায় ২০/২৫ দিনৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱতীগৰাকী।ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে নখুটি আৰক্ষী পহৰা চকীত এখন জাননী দিয়ে।পৰিয়ালৰ লোকে যোৱা কিছুদিনৰ পৰা নিজৰ আত্মীয় সকলৰ ঘৰত বিচাৰি নাপাই

বহিঃ ৰাজ্যত সন্ধানহীন ছিপাঝাৰৰ যুৱক

আজি চাৰি দিনে সন্ধান নাই দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত এজন ৩১ বছৰীয়া যুৱকৰ ।ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়া গাওঁ পঞ্চায়তৰ এলেকাৰ পদ্মাঝৰ গাঁৱৰ বিপিন কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাৰ আজি প্ৰায় চাৰি দিন ধৰি সন্ধানহীন হৈ আছে।

চীন হেঁচা দিয়াৰ নতুন কৌশল ভাৰতৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তিব্বতৰ ধৰ্মীয় নেতা দালাই লামাৰ শীঘ্ৰেই অৰুণাচল প্ৰদেশ ভ্ৰমণ। অৱশ্যে, একেলগে নহয়, বেলেগ বেলেগ সময়ত তালৈ যাব বুলি জনা গৈছে। জানিব পৰা মতে এই ভ্ৰমণ চীনক হেঁচাত ৰাখিবলৈ কৰিব। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

প্ৰধানমন্ত্ৰী হৈয়েই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ফোন ঋষি সুনাকৰ

প্ৰধানমন্ত্ৰী হৈয়েই ঋষি সুনাকে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ব্ৰিটেইনৰ ফোন কৰে। তেওঁ কয় যে ইউক্ৰেইনৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্থন আছে। তেওঁ আশ্বাস দিয়ে যে যুদ্ধৰ পৰিস্থিতিত ব্ৰিটেইনে ইউক্ৰেইনৰ কাষত থিয় দিব। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা

ইটোৰ পিছত সিটোকৈ ৰকেট নিক্ষেপ

মহাৰাষ্ট্ৰৰ থানে অঞ্চলত সংঘটিত হৈছে এটা ঘটনা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে ধৰিব পৰা নাই অভিযুক্তক। এই অদ্ভুত ঘটনাৰ এটা ভিডিঅ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। ইয়াৰ পিছত আৰক্ষীয়ে এই ব্যক্তিজনক

খোজ কাঢ়িলে জটিল ৰোগ নিয়ন্ত্ৰণত থাকে

সুস্বাস্থ্যৰ বাবে ব্যায়ামৰ বিকল্প নাই। কিন্তু দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বহুতে ব্যায়াম কৰিবলৈ বা জিমলৈ যাবলৈ সময় নাপায়। বিশেষজ্ঞসকলৰ মতে, জিমলৈ যাবলৈ সময় নাথাকিলেও নিয়মীয়াকৈ খোজ কাঢ়িলে বহু জটিল ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

ইণ্ডোনেছিয়াৰ যাত্ৰীবাহী জাহাজত অগ্নিকাণ্ড, ১৪ জনৰ মৃত্যু

জানিব পৰা মতে, জাহাজখন নুছা টেংগাৰা প্ৰদেশৰ কুপাঙৰ পৰা কালাবাহীলৈ গৈ আছিল। যাত্ৰাৰ মাজতে সংঘটিত হৈছিল এই ঘটনা। জাহাজখনত যাত্ৰীৰ সংখ্যা আছিল ২৪০ জন। ইণ্ডোনেছিয়াৰ নেচনেল চাৰ্চ এণ্ড ৰেচকিউ এজেন্সীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে ২২৬ জন

মলাইকাৰ জন্মদিন, শুভেচ্ছা বাৰ্তাত কি লিখিছিল প্ৰেমিক অৰ্জুনে ?

স্বাভাৱিকতে বি-টাউন উত্তেজিত হৈ পৰিছে কিয়নো বিশেষ কাৰোবাৰ শুভেচ্ছাৰ ওপৰত গুৰুত্ব এই দিয়া হৈছে। তেওঁ আন কোনো নহয় স্বয়ং অৰ্জুন কাপুৰ। অৰ্জুন-মলাইকাৰ যোৰাটো কিছুদিনৰ পৰা চৰ্চিত হৈ আহিছে। বয়সৰ ব্যৱধানকে ধৰি একাধিক বিষয়ত কটুক্তিৰ পৰা

অৱশেষত তলা ওলমিল মিঞা মিউজিয়ামত, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে প্ৰশাসনে ছীল কৰিলে মিঞা মিউজিয়াম

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ অৱশেষত প্ৰশাসনে ছীল কৰিলে বহু বিতৰ্কিত মিঞা মিউজিয়াম। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই গোৱালপাৰা প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম। উল্লেখ্য যে, গোৱালপাৰাৰ লক্ষীপুৰত সোমাবাৰে উন্মোচন কৰা হৈছিল মিউজিয়ামটো।